Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Jeetendra : কিয় হেমামালিনীক এৰি দীৰ্ঘদিনৰ প্ৰেমিকাক বিয়া কৰাইছিল জিতেন্দ্ৰই ?

জানক ইয়াৰ প্ৰকৃত কাৰণ

publisher by publisher
October 24, 2022
in Entertainment, India, Lifestyle
Reading Time: 1 min read
0
Jeetendra : কিয় হেমামালিনীক এৰি দীৰ্ঘদিনৰ প্ৰেমিকাক বিয়া কৰাইছিল জিতেন্দ্ৰই ?
2
SHARES
22
VIEWS
ShareShareShareShare

Jeetendra :

জিতেন্দ্ৰ কাপুৰ বলীউড ইণ্ডাষ্টিৰ অন্যতম জনপ্ৰিয় অভিনেতা । বলীউডত খোজ পেলোৱা দিন ধৰি নিজৰ জনপ্ৰিয়তা ধৰি ৰাখিবলৈ সক্ষম হোৱা অভিনেতাজনে অভিনয় জীৱনৰ শীৰ্ষবিন্দুত উপণীত হোৱাৰ সময়তো কিন্তু নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিকাক বিয়া কৰাইছিল ।

ADVERTISEMENT

WhatsApp Image 2022 10 24 at 16.56.41

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

যিটো সময়ত অভিনেতাজনৰ কাষ চাপিবলৈ বহু জনপ্ৰিয় অভিনেত্ৰীয়ে আশা কৰিছিল । এই কথা সকলোৱে জানিছিল যে কেৰিয়াৰৰ শীৰ্ষবিন্দুত থকা সময়ত অভিনেতাজন ড্ৰীম গাৰ্ল হেমামালিনী , জয়াপ্ৰদা, ৰেখাৰ সৈতে সান্নিধ্যত আছিল ।

আনকি সেইসময়ত এইকথাও প্ৰচাৰ হৈছিল যে হেমামালিনীৰ সৈতে অভিনেতাজন বিবাহপাশত আৱদ্ধ হ’ব । কিন্তু শেষত মোহময়ী অভিনেত্ৰীগৰাকীয়ে ধৰ্মেন্দ্ৰৰ সৈতে বিয়াত বহে আৰু দুয়োৰে সম্পৰ্ক সেইসময়তে অন্ত পৰে ।

WhatsApp Image 2022 10 24 at 16.23.51

ইয়াৰপিছতে জিতেন্দ্ৰই ১৯৭৪ চনত শৈশৱৰ প্ৰেমিকা শোভা কাপুৰৰ লগত বিবাহপাশত আৱদ্ধ হয় । উল্লেখ্য যে বৰ্তমানেও দুয়োৰে সম্পৰ্ক অটুট আছে । শোভা কাপুৰৰ বয়স যেতিয়া ১৪ বছৰ আছিল , সেই সময়ৰ পৰাই দুয়ো দুয়োকে চিনি পাইছিল । সমান্তৰালকৈ যিসময়ত জিতেন্দ্ৰই অভিনেতা হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল , সেই সময়তো দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল ।

WhatsApp Image 2022 10 24 at 16.57.22

জিতেন্দ্ৰৰ বহু সময়ত বিভিন্ন অভিনেত্ৰীৰ লগত সম্পৰ্ক থকাৰ কথা প্ৰচাৰ হোৱাৰ পিছতো তেওঁলোকৰ সম্পৰ্কত কোনোধৰণ]ৰ বাধা অহা নাছিল । এনে গভীৰ বিশ্বাসৰ বাবেই শেষপৰ্যন্ত এই সম্পৰ্কই বিয়াৰ পূৰ্ণতা পাইছিল ।

বৰ্তমান অভিনেতাজনে ডাঙৰ পৰ্দাৰ পৰা আতৰি আছে যদিও তেওঁলোকৰ দুই সন্তান একতা কাপুৰ আৰু তুষাৰ কাপোৰে বলীউডত কাম কৰি আছে । হিন্দী ধাৰাবাহিকৰ প্ৰযোজক ৰূপে একতা কাপুৰে নিজৰ স্থিতি পুৰামাত্ৰাই ধৰি ৰাখিবলৈ সক্ষম হৈছে । বৰ্তমান একতাক ভাৰতৰ টেলিভিছন জগতৰ একছত্ৰী সম্ৰাজ্ঞী বুলি কলেও অত্যুক্তি কৰা নহ’ব ।

WhatsApp Image 2022 10 24 at 16.23.52

সমান্তৰালকৈ তুষাৰ কাপুৰেও পিতৃৰ পদাংক অনুকৰণ কৰি বলীউড ইণ্ডাষ্টিত নিজৰ খোপনি পুতিবলৈ সক্ষম হৈছে । উল্লেখ্য যে জিতেন্দ্ৰৰ নিজৰ এটা প্ৰডাকশ্যন হাউচ আছে । ‘’বালাজি টেলিফিল্ম ‘’ নামৰ এই প্ৰডাকশ্যন হাউচৰ পৰাই বিভিন্ন ধাৰাবাহিক , চিনেমা নিৰ্মাণ কৰি জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছে জিতেন্দ্ৰৰ কন্যা একতা আৰু তুষাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BOLLYWOODfilm actorJeetendra
publisher

publisher

Related Posts

নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ
India

March 9, 2026
আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক
News

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ
India

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ

March 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d