Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ

    Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Assam : ধূলা থানাৰ নিলম্বিত অ’চিক চিআইডিৰ দ্বাৰা গ্ৰেপ্তাৰ 

অভিযুক্তৰ পৰা উৎকোচ লৈ গোচৰ গাপ দিয়াৰ চেষ্টা

publisher by publisher
November 1, 2022
in News, Assam
Reading Time: 2 mins read
0
Assam : ধূলা থানাৰ নিলম্বিত অ’চিক চিআইডিৰ দ্বাৰা গ্ৰেপ্তাৰ 
1
SHARES
14
VIEWS
ShareShareShareShare

Assam :

অভিযুক্তৰ পৰা উৎকোচ লৈ গোচৰ গাপ দিয়াৰ অভিযোগত নিলম্বন হৈ থকা ধূলা থানাৰ অ’চিক অৱশেষত গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে ৷ উল্লেখ্য যে চলিত বৰ্ষৰ ১২ জুনত ধূলাত এগৰাকী তেৰ বছৰীয়া কন্যাক ধৰ্ষণ কৰি পিছত হত্যা কৰা এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷

ADVERTISEMENT

a8c45fd2 ac04 44a4 9302 35542eef4536পৰৱৰ্তী সময়ত এই ঘটনাৰ স’তে সাঙোৰ খাই পৰা কৃষ্ণ কমল বৰুৱাক ৰক্ষণাবেক্ষণ দি ঘটনাটোৰ কোনো তদন্ত নকৰাকৈ বিষয়টোক এক প্ৰকাৰ গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উদ্থাপিত হয় ধূলা থানাৰ তদানীন্তন অ’চি উৎপল বৰুৱাৰ বিৰুদ্ধে৷ আনহাতে ৰাজ্য স্বয়ং মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা দুৰ্ভগীয়া কন্যা শিশুটিৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটিৰ ভাষ্য গ্ৰহণ কৰাৰ পিছত সকলো কথা পোহৰলৈ আহে।

RelatedPosts

Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

e9853fdf 0ae4 4f82 9d97 ba4838750c83কন্যা শিশুটিৰ পৰিয়ালে ঘটনাটোৰ সম্পৰ্কত অ’চিৰ কাষ চপাৰ পিছতো কোনো সময়োচিত পদক্ষেপ নলৈ বৰং ঘটনাটোৰ স’তে জড়িত থকা কৃষ্ণ কমল বৰুৱাৰ পৰা লয় পাঁচ লাখ টকা৷ মুখ্যমন্ত্ৰীয়ে দুৰ্ভগীয়া পৰিয়ালটিক সাক্ষাৎ কৰি ধূলা থানাৰ অ’চিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ নিৰ্দেশ দিয়ে ডিজিপিক ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ধূলা থানাৰ অচি উৎপল বৰুৱাক নিলম্বন কৰা হয় ৷আনহাতে ১২আগষ্টত চি আই ডিয়ে ১২৪/২০২৩ নম্বৰত এটি গোচৰ ৰজু কৰি মাৰাথন তদন্ত আৰম্ভ কৰে৷

8633c8ff a75c 4d0b af99 fabe8c548c2dইতিমধ্যে আৰক্ষীৰ জালত পৰি সম্প্ৰতি ন্যায়িক জিন্মাত থকা কৃষ্ণ কমল বৰুৱাৰ বিৰুদ্ধে চি আই ডিয়ে ২৫ ছেপ্তেম্বৰত আদালতত অভিযুক্তহনামা দাখিল কৰে ৷ উল্লেখযোগ্য যে কন্যা শিশুটিৰ মৃতদেহ পুনৰ মৰনোত্তৰ পৰীক্ষা,ফৰেনছিক ৰিৰ্পট আদি তন্যতন্যকৈ পৰীক্ষা কৰাৰ লগতে অ’চি উৎপল বৰুৱাৰ বেংক একাউণ্ট পৰীক্ষা কৰাৰ অন্তত চি আই ডিয়ে ধূলা থানাৰ তদানীন্তন নিলম্বিত অ’চিক গ্ৰেপ্তাৰ কৰে ৷

চি আই ডিয়ে ধৃত বৰিৰ বিৰুদ্ধে পিএছ কেছ নং ২৯/২০২২বি/এছ১৩০বি/৪২০বি/৪২০/২০২২পিচি আৰ/ডব্লিউ ছেকেণ্ড7(বি)(৮)(১)(১)(১১) এএছপিচি এক্ট ১৯৮৮ (২০১৮ চনত সংশোধিত) গোচৰ পঞ্জীভূক্ত কৰিছে ৷ ইতিমধ্যে আটকাধীন বৰাক গুৱাহাটীৰ বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰা হয় ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamCID
publisher

publisher

Related Posts

Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ
Assam

February 4, 2023
Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা
Assam

Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

February 4, 2023
Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ
India

Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

February 4, 2023
Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ
Assam

Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

February 4, 2023
Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান
Assam

Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

February 4, 2023
Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে
International

Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

February 4, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: