Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

    ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!

    কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

    নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক

    শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

‘আমন্ত্রণ অবিহনে বিৰয়ানি খাব গ’লে নহয়’, বৈদেশিক নীতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ মনমোহন‌ সিঙৰ

publisher by publisher
February 17, 2022
in India, News
Reading Time: 1 min read
0
‘আমন্ত্রণ অবিহনে বিৰয়ানি খাব গ’লে নহয়’, বৈদেশিক নীতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ মনমোহন‌ সিঙৰ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

এইবাৰ ৰাহুল গান্ধীৰ সুৰত সুৰ মিলাই চীন ইছ্যুত মোদী চৰকাৰক কটাক্ষ কৰিলে দেশৰ প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে । দুর্বল নীতি প্রণয়ন, অর্থনৈতিক ব্যর্থতাক লৈও কেন্দ্রক লক্ষ্য কৰে মনমোহন সিঙে । দেশৰ প্রাক্তন প্রধানমন্ত্রীয়ে ক‌য়, ‘তেওঁলোকৰ (বিজেপি নেতৃত্বাধীন চৰকাৰ) অর্থনৈতিক নীতিৰ কোনো বুজাপৰা নাই । ধনীসকল অধিক ধনী হৈছে আৰু দৰিদ্র দেশবাসীসকল অধিক দৰিদ্র হৈছে ।’ প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙে দাবী কৰে, বর্তমান বিজেপি ব্যৰ্থ হৈছে ।

ADVERTISEMENT

কংগ্রেছ নেতাগৰাকীয়ে বৈদেশিক নীতিক লৈও চৰকাৰৰ ‘ব্যর্থতাৰ’ সমালোচনা কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙে কয়, ‘চীন আমাৰ সীমান্তত আছে আৰু এই বিষয়টো গাপ দিয়াৰ চেষ্টা কৰা হৈছে ।’ প্রধানমন্ত্রী মোদীক কটাক্ষ কৰি তেওঁৰ উত্তৰসূৰীয়ে কয়, ‘ৰাজনীতিবিদসকলক আলিংগন কৰি বা আমন্ত্রণ অবিহনে বিৰয়ানি খাব গ’লে সম্পর্কৰ উন্নতি নহয় ।’

উল্লেখ্য, বর্তমান চৰকাৰৰ বৈদেশিক নীতিৰ সমালোচনা কৰি সংসদত সৰৱ হৈছিল কংগ্রেছ সাংসদ ৰাহুল গান্ধী । কংগ্রেছৰ প্রাক্তন সভাপতিগৰাকীয়ে দাবী কৰিছিল, ভাৰতৰ বর্তমান বৈদেশিক নীতিৰ কাৰণেই চীন আৰু পাকিস্তান একজোঁট হৈছে । এই বিষয়টো ভাৰতৰ বাবে অতি উদ্বেগজনক । যদিও ৰাহুলৰ এই অভিযোগৰ পৰিপ্রেক্ষিতত বিজেপি নেতাসকলে দাবী কৰিছিল যে পাকিস্তান আৰু চীনে ইন্দিৰা গান্ধীৰ শাসনকালৰ পৰাই বন্ধু আছিল ।

ইপিনে, সন্মুখত পঞ্জাৱ বিধানসভা নির্বাচন । এনে পৰিস্থিতিত মনমোহন সিঙে ভাৰতীয় জনতা পার্টীৰ বিৰুদ্ধে পঞ্জাৱৰ জনগণ আৰু ছেৰাজেৰ মুখ্যমন্ত্রীক অসন্মান কৰাৰ অভিযোগ কৰিছে ।

উল্লেখ্য, ইয়াৰ পূৰ্বে ছান্নিয়ে অভিযোগ কৰিছিল, প্রধানমন্ত্রী মোদী ৰাজ্য ভ্ৰমণত অহাত তেওঁৰ হেলিকপ্টাৰক হোছিয়াৰপুৰত উৰনত বাধা দিয়া হৈছিল । এই অভিযোগৰ পৰিপ্রেক্ষিততেই প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙে কয়, ‘বিজেপি প্রধানমন্ত্রী মোদীৰ নিৰাপত্তা ইছ্যুক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি পঞ্জাৱৰ মুখ্যমন্ত্রীসকলক অসন্মান কৰাৰ চেষ্টা কৰিছে ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPChinaCongressindia's foreign policyManmohan SinghNarendra Modi
publisher

publisher

Related Posts

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’
Entertainment

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

September 5, 2026
অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে
International

অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান
Assam

দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

September 5, 2026
ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!
News

ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

September 5, 2026
ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!
Assam

ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!

September 5, 2026
কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া
Assam

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d