Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

    দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Selena Gomez : বিচাৰিলেও মাতৃ হোৱা কঠিন , সমস্যা ক’ত? নিজৰ মুখেৰেই অসুস্থতাৰ কথা জনালে অভিনেত্ৰীয়ে

publisher by publisher
November 5, 2022
in News, Entertainment
Reading Time: 1 min read
0
Selena Gomez : বিচাৰিলেও মাতৃ হোৱা কঠিন , সমস্যা ক’ত? নিজৰ মুখেৰেই অসুস্থতাৰ কথা জনালে অভিনেত্ৰীয়ে
2
SHARES
17
VIEWS
ShareShareShareShare

Selena Gomez :

মানসিক স্বাস্থ্যৰ বিষয়ে মুকলিকৈ আলোচনা কৰি ভাল পাই হলিউডৰ অভিনেত্ৰী চেলেনা গোমেজে । শেহতীয়া এক সাক্ষাৎকাৰত, পুনৰ নিজৰ স্বাস্থ্যৰ বিষয়ে মুকলিকৈ মুখ খুলিলে অভিনেত্ৰীগৰাকীয়ে ।

ADVERTISEMENT

03bae2be53b4e74387b0a019846ea4b0জনালে, জীৱনত কেতিয়াবা হ’লেও তেওঁ সন্তান জন্ম দিব বিচাৰে। কিন্তু তেওঁ কিছুমান ঔষধ গ্ৰহণ কৰিব লগা হয় যাৰ ফলত তেওঁ মাতৃ হোৱাটো কঠিন হৈ পৰিছে ।

RelatedPosts

৩৩ বছৰ বয়সত প্রেমিকৰে বিবাহ গায়িকা-অভিনেত্রী ছেলেনা গ’মেজৰ

কিছুদিন পূৰ্বে, চেলেনাই এগৰাকী বান্ধৱীক সাক্ষাৎ কৰে। অভিনেত্ৰীগৰাকীয়ে জনাইছে যে তেওঁৰ বান্ধৱীগৰাকীও মাতৃ হোৱাত সমস্যাৰ সন্মুখীন হৈছে।

বান্ধৱীক লগ কৰি উভতি অহাৰ পথত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ গাড়ীত কান্দি উঠে । চেলেনাৰ স্বীকাৰোক্তি , যে তেওঁ বাইপোলাৰ ডিচঅৰ্ডাৰৰ ভুক্তভোগী। ইয়াৰ বাবে, তেওঁ নিয়মীয়া ঔষধও গ্ৰহণ কৰিব লাগে। আৰু সেই ঔষধৰ প্ৰভাৱৰ ফলত প্ৰসৱৰ সমস্যা হ’ব পাৰে।

selena gomez attends the 28th screen actors guild awards at news photo 1647892410বাইপোলাৰ ডিচঅৰ্ডাৰ হৈছে এক মানসিক ৰোগ য’ত ৰোগীৰ মনোভাৱ অত্যাধিক হৈ পৰে। সৰল শব্দত, ৰোগীয়ে কেতিয়াবা হাঁহি থাকে, আৰু কম সময়ৰ ভিতৰতে তীব্ৰ হতাশাত ডুব যাব পাৰে।

গৰ্ভাৱস্থাৰ সময়ত, মাতৃৰ শৰীৰত হৰ্মোনেল ভাৰসাম্যৰ পৰিৱৰ্তন হ’ব পাৰে। ই মানসিক উত্তেজনাও বৃদ্ধি কৰে। যদি আপোনাৰ বাইপোলাৰ ডিচঅৰ্ডাৰ আছে, এই সমস্যাটো বহুগুণে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

Selena Gomez se disculpa tras ser acusada de burlarse deৰোগটোৰ চিকিৎসাত প্ৰায়ে ‘এণ্টি-চাইকোটিক’ ঔষধ ব্যৱহাৰ কৰা হয়। এনে ধৰণৰ কিছুমান ঔষধে ভ্ৰূণৰ ক্ষতি কৰিব পাৰে। অৱশ্যে, চিকিৎসকসকলে কয় যে মাতৃ হোৱাটো কঠিন কিন্তু অসম্ভৱ নহয়।

যদি সঠিকভাৱে আৰু নিয়মীয়া চিকিৎসকৰ তত্বাৱধানত চিকিৎসা কৰা হয়, বেছিভাগ ক্ষেত্ৰত, বাইপোলাৰ বিকাৰত ভুগি থকা মহিলাসকল মাতৃ হ’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bipolar DisorderPregnancy CareSelena gomez
publisher

publisher

Related Posts

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
India

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
India

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

May 3, 2026
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ
News

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

May 3, 2026
দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী
India

দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d