Alia Bhatt : কন্যা সন্তানৰ মাতৃ হ’ল আলিয়া

alia ranbir img1

Alia Bhatt :

মাতৃ হ’ল আলিয়া ভট্ট । মুম্বাইৰ এখন চিকিৎসালয়ত এগৰাকী কন্যা সন্তান জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে ।

দেওবাৰে পুৱা প্ৰায় সাত বাজি ৩০ মিনিটত আলিয়াক এইচ এন ৰিলায়েন্স চিকিৎসালয়লৈ লৈ যায় ।

দম্পতীহালে এই বছৰৰ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হয়। চলিত বৰ্ষৰ জুন মাহত, আলিয়াই তেঁওৰ সন্তানৰ আগমনৰ কথা শ্বেয়াৰ কৰে ।

Exit mobile version