Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Deori Autonomous Election “দেউৰী স্বায়ত্বশাসিত পৰিষদৰ ২২ খন আসনতে আমি জয়লাভ কৰিম”

, নাৰায়ণপুৰত মন্ত্ৰী পীযুষ হাজৰীকাৰ সংবাদমেল

publisher by publisher
November 6, 2022
in Assam, News
Reading Time: 1 min read
0
Deori Autonomous Election “দেউৰী স্বায়ত্বশাসিত পৰিষদৰ ২২ খন আসনতে আমি জয়লাভ কৰিম”

Deori Election Campaign

1
SHARES
8
VIEWS
ShareShareShareShare

সকলো নিৰ্বাচনকে বিজেপি দলে সমানে গুৰুত্ব প্ৰদান কৰে: মন্ত্ৰী পীযুষ হাজৰিকা

দেউৰী নিৰ্বাচনী প্ৰচাৰ বিৰোধীশূন্য আছিল, কংগ্ৰেছে পলাই গৈ ধুবুৰীত বাহৰ পাতি আছে : মন্ত্ৰী হাজৰিকা

Deori Autonomous Election Campaign  : অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকাই আজি নাৰায়নপুৰত এখন সংবাদমেল সম্বোধন কৰি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই ঘোষণা কৰা বিজেপি দলৰ ঘোষণাপত্ৰৰ বিষয়ে বৰ্ণনা কৰে |

বিগত প্ৰায় ১২ দিন দেউৰী সম্প্ৰদায়ৰ ব্যক্তিসকল বাস কৰা অঞ্চলত নিৰ্বাচনী প্ৰচাৰৰ বাবে ঘূৰি থাকি দেউৰী সম্প্ৰদায়ৰ বিষয়ে বহুখিনি কথা বুজিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰী হাজৰীকাই আজিৰ সংবাদমেলৰ প্ৰথমতে মন্তব্য কৰে |

ADVERTISEMENT
Pijush Hazarika
Pijush Hazarika

নিৰ্বাচনী সভাবোৰত দেউৰী সম্প্ৰদায়ৰ লোক আৰু দেউৰী অধ্যুষিত অঞ্চলৰ আন ব্যক্তিসকলৰ উপস্থিতি আৰু তেঁওলোকৰ উতসাহজনক সঁহাৰিৰ বাবে মন্ত্ৰী হাজৰীকাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে | দেউৰী সম্প্ৰদায়ৰ ব্যক্তিসকল শিক্ষিত আৰু সুনাগৰিক বুলি অভিহীত কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বিগত সময়খিনিত দেউৰী সম্প্ৰদায়ৰ ব্যক্তিৰ ঘৰত খাদ্য গ্ৰহণ কৰাৰ সময়ত তেঁওলোকৰ পৰিষ্কাৰ পৰিচন্নতাৰ বিষয়ে সজাগতাৰ বিষয়ে তেঁও উপলব্ধি কৰে |

RelatedPosts

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

কৌশলেৰে অগপৰ সমষ্টি কাঢ়ি নি মুখ্যমন্ত্রী ‘নিজা মানুহ’ক সংস্থাপিত কৰিবলৈ চেষ্টা চলোৱাৰ চৰ্চা

Beef Exports:গো- মাংস ৰপ্তানিকাৰীৰ ৪০ কোটি টকা বিজেপিলৈ !

আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই মুকলি কৰা ঘোষণা পত্ৰৰ দুটামান ঘোষণাৰ বিষয়ে মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে দেউৰী সম্প্ৰদায়ৰ ভূমিহীন ব্যক্তিসকলক মিচ্যন বসুন্ধৰাৰ অধীনত ভূমি প্ৰদান কৰা হ’ব |

আনহাতে অহা দুমাহৰ ভিতৰত দেউৰী সম্প্ৰদায়ৰ পূজাৰীসকলক ১ লাখকৈ সাহাৰ্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰি মন্ত্ৰী হাজৰীকাই কয় যে ১০০ বছৰতকৈ পূৰণা দেওশালবোৰলৈও চৰকাৰৰ পৰা ১০ লাখ টকাকৈ সাহাৰ্য প্ৰদান কৰা হ’ব | আনহাতে ১০০ বছৰতকৈ কম পূৰণা দেওশালবোৰলৈও আঢ়ৈ লাখকৈ টকাৰ সাহাৰ্য প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে |

দেউৰী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এ পি এচ চি আৰু ইউ পি এচ চি ৰ পৰীক্ষাৰ বাবে সাজু হ’ব পৰাকৈ ৰাজ্য চৰকাৰ আৰু দেউৰী স্বায়ত্বশাসিত পৰিষদৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই |

Deori autonomous council election
Deori autonomous council election

তাৰোপৰি স্থানীয় লোকসকলৰ ইচ্ছাৰ প্ৰতি সহাঁৰি জনাই ৰাজ্য চৰকাৰে লখিমপুৰ জিলাৰ হাৰমতীত ৫০ লাখ টকা ব্যয়েৰে এটা দেউৰী অতিথি শালা নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি মন্ত্ৰী হাজৰীকাই আজিৰ সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ ঘোষণা কৰে |

আনহাতে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান কৰা ২২ টা সমষ্টিৰ আটাইকেইটাতে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিজেপি চৰকাৰে ভাল কাম নকৰাহ’লে আটাইকেইটা সমষ্টিতে জয়লাভ কৰিব পাৰিব বুলি দাবী কৰিব পৰা পৰিৱেশ এটা নাথাকিলেহেঁতেন |

আনহাতে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত বিৰোধী শূন্য হৈ পৰা বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰ বাদ দি কংগ্ৰেছৰ নেতাসকলে ধুবুৰীলৈ পলাই গৈ বাহৰ পাতি আছে |

আনহাতে বিজেপি দলে পঞ্চায়ত নিৰ্বাচনকে ধৰি পৰিষদীয় নিৰ্বাচন, বিধানসভা, লোকসভা নিৰ্বাচন আদি সকলোতে সমানে গুৰুত্ব দিয়ে বুলিও মন্ত্ৰী হাজৰীকাই প্ৰকাশ কৰে |

দলৰ এনে চিৰিয়াছনেচৰ বাবেই দলীয় সভাপতি আৰু অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিগত প্ৰায় ১২ দিন তেঁও নিৰ্বাচনী প্ৰচাৰৰ কামত লাগি থকা বুলিও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPdeoriautonomouselectionPijush Hazarika
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d