Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?

    Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

    Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

    Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

    Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

    Ayodhya Ram Temple : অযোধ্যাত আৰম্ভ ছয় কোটি বছৰৰ প্ৰাচীন শালগ্ৰাম শিলৰ পূজা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Deori Autonomous Election “দেউৰী স্বায়ত্বশাসিত পৰিষদৰ ২২ খন আসনতে আমি জয়লাভ কৰিম”

, নাৰায়ণপুৰত মন্ত্ৰী পীযুষ হাজৰীকাৰ সংবাদমেল

publisher by publisher
November 6, 2022
in Assam, News
Reading Time: 1 min read
0
Deori Autonomous Election “দেউৰী স্বায়ত্বশাসিত পৰিষদৰ ২২ খন আসনতে আমি জয়লাভ কৰিম”

Deori Election Campaign

1
SHARES
8
VIEWS
ShareShareShareShare

সকলো নিৰ্বাচনকে বিজেপি দলে সমানে গুৰুত্ব প্ৰদান কৰে: মন্ত্ৰী পীযুষ হাজৰিকা

দেউৰী নিৰ্বাচনী প্ৰচাৰ বিৰোধীশূন্য আছিল, কংগ্ৰেছে পলাই গৈ ধুবুৰীত বাহৰ পাতি আছে : মন্ত্ৰী হাজৰিকা

Deori Autonomous Election Campaign  : অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকাই আজি নাৰায়নপুৰত এখন সংবাদমেল সম্বোধন কৰি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই ঘোষণা কৰা বিজেপি দলৰ ঘোষণাপত্ৰৰ বিষয়ে বৰ্ণনা কৰে |

বিগত প্ৰায় ১২ দিন দেউৰী সম্প্ৰদায়ৰ ব্যক্তিসকল বাস কৰা অঞ্চলত নিৰ্বাচনী প্ৰচাৰৰ বাবে ঘূৰি থাকি দেউৰী সম্প্ৰদায়ৰ বিষয়ে বহুখিনি কথা বুজিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰী হাজৰীকাই আজিৰ সংবাদমেলৰ প্ৰথমতে মন্তব্য কৰে |

ADVERTISEMENT
Pijush Hazarika
Pijush Hazarika

নিৰ্বাচনী সভাবোৰত দেউৰী সম্প্ৰদায়ৰ লোক আৰু দেউৰী অধ্যুষিত অঞ্চলৰ আন ব্যক্তিসকলৰ উপস্থিতি আৰু তেঁওলোকৰ উতসাহজনক সঁহাৰিৰ বাবে মন্ত্ৰী হাজৰীকাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে | দেউৰী সম্প্ৰদায়ৰ ব্যক্তিসকল শিক্ষিত আৰু সুনাগৰিক বুলি অভিহীত কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বিগত সময়খিনিত দেউৰী সম্প্ৰদায়ৰ ব্যক্তিৰ ঘৰত খাদ্য গ্ৰহণ কৰাৰ সময়ত তেঁওলোকৰ পৰিষ্কাৰ পৰিচন্নতাৰ বিষয়ে সজাগতাৰ বিষয়ে তেঁও উপলব্ধি কৰে |

RelatedPosts

Pijush Hazarika : দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ হেতু তেজপুৰ বিধানসভা সমষ্টিত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা

BJP SPL Meeting : প্ৰদেশ বিজেপিৰ সাংগাঠনিক সভাত মুখ্যমন্ত্ৰী,কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালৰ অংশগ্ৰহণ

Pijush Hazarika :গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই মুকলি কৰা ঘোষণা পত্ৰৰ দুটামান ঘোষণাৰ বিষয়ে মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে দেউৰী সম্প্ৰদায়ৰ ভূমিহীন ব্যক্তিসকলক মিচ্যন বসুন্ধৰাৰ অধীনত ভূমি প্ৰদান কৰা হ’ব |

আনহাতে অহা দুমাহৰ ভিতৰত দেউৰী সম্প্ৰদায়ৰ পূজাৰীসকলক ১ লাখকৈ সাহাৰ্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰি মন্ত্ৰী হাজৰীকাই কয় যে ১০০ বছৰতকৈ পূৰণা দেওশালবোৰলৈও চৰকাৰৰ পৰা ১০ লাখ টকাকৈ সাহাৰ্য প্ৰদান কৰা হ’ব | আনহাতে ১০০ বছৰতকৈ কম পূৰণা দেওশালবোৰলৈও আঢ়ৈ লাখকৈ টকাৰ সাহাৰ্য প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে |

দেউৰী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এ পি এচ চি আৰু ইউ পি এচ চি ৰ পৰীক্ষাৰ বাবে সাজু হ’ব পৰাকৈ ৰাজ্য চৰকাৰ আৰু দেউৰী স্বায়ত্বশাসিত পৰিষদৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই |

Deori autonomous council election
Deori autonomous council election

তাৰোপৰি স্থানীয় লোকসকলৰ ইচ্ছাৰ প্ৰতি সহাঁৰি জনাই ৰাজ্য চৰকাৰে লখিমপুৰ জিলাৰ হাৰমতীত ৫০ লাখ টকা ব্যয়েৰে এটা দেউৰী অতিথি শালা নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি মন্ত্ৰী হাজৰীকাই আজিৰ সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ ঘোষণা কৰে |

আনহাতে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান কৰা ২২ টা সমষ্টিৰ আটাইকেইটাতে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিজেপি চৰকাৰে ভাল কাম নকৰাহ’লে আটাইকেইটা সমষ্টিতে জয়লাভ কৰিব পাৰিব বুলি দাবী কৰিব পৰা পৰিৱেশ এটা নাথাকিলেহেঁতেন |

আনহাতে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত বিৰোধী শূন্য হৈ পৰা বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰ বাদ দি কংগ্ৰেছৰ নেতাসকলে ধুবুৰীলৈ পলাই গৈ বাহৰ পাতি আছে |

আনহাতে বিজেপি দলে পঞ্চায়ত নিৰ্বাচনকে ধৰি পৰিষদীয় নিৰ্বাচন, বিধানসভা, লোকসভা নিৰ্বাচন আদি সকলোতে সমানে গুৰুত্ব দিয়ে বুলিও মন্ত্ৰী হাজৰীকাই প্ৰকাশ কৰে |

দলৰ এনে চিৰিয়াছনেচৰ বাবেই দলীয় সভাপতি আৰু অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিগত প্ৰায় ১২ দিন তেঁও নিৰ্বাচনী প্ৰচাৰৰ কামত লাগি থকা বুলিও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই |

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: BJPdeoriautonomouselectionPijush Hazarika
publisher

publisher

Related Posts

PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?
Assam

February 2, 2023
Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী
Assam

Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

February 2, 2023
Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ
Assam

Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

February 2, 2023
Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ
Assam

Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

February 2, 2023
Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত
Assam

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

February 2, 2023
Ayodhya Ram Temple : অযোধ্যাত আৰম্ভ ছয় কোটি বছৰৰ প্ৰাচীন শালগ্ৰাম শিলৰ পূজা
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: