Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Eye Care: সুস্থ চকুযুৰিৰ বাবে কি কৰিব !

publisher by publisher
November 8, 2022
in Health, Lifestyle, News
Reading Time: 2 mins read
0
Eye Care: সুস্থ চকুযুৰিৰ বাবে কি কৰিব !
2
SHARES
22
VIEWS
ShareShareShareShare

Eye Care :

সুস্থ চকুযুৰিৰ বাবে সকলোৱে সৰুৰে পৰাই সতর্কতা অৱলম্বন কৰা উচিত। যদিহে শৈশৱৰ পৰাই কিছুমান বিষয়ত গুৰুত্ব প্ৰদান কৰা হয় তেতিয়াহ’লে বহুলাংশে চকুযুৰি সুস্থ কৰি ৰাখিব পৰাৰ লগতে দৃষ্টিশক্তিও স্বাভাৱিক হ’ব। চকুযুৰি সুস্থ-সবল কৰিবলৈ হ’লে যিবোৰ বিষয়ত গুৰুত্ব প্ৰদান কৰিব লাগে সেইবোৰৰ ভিতৰত অন্যতম হ’ল—

* যদিহে কোনো কাৰণত শৈশৱতে চকুত আঘাত পায় তেতিয়াহ’লে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰা উচিত। কাৰণ আঘাত পোৱাৰ লগে লগে চিকিৎসা নকৰিলে বয়স বৃদ্ধিৰ সমান্তৰালভাৱে বিপদ ঘনীভূত হ’ব৷ সৰুৱে চকুত আঘাত পোৱা বুলি পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ আন লোকসকলে গুৰুত্ব প্ৰদান নকৰে । এনেদৰে অৱহেলা কৰাৰ ফলত পাছত সমস্যাই জটিল ৰূপ ধাৰণ কৰে। তেতিয়া চিকিৎসা কৰোতে পলম হৈ যায়। চিকিৎসা কৰিলেও সুফল আশা কৰিব নোৱাৰি।

ADVERTISEMENT

*কেতিয়াবা চকু ‘ফৰেইন ব’ডি’ বা বাহিৰৰ বস্তু যেনে— খেৰকুটা, শিলৰ গুৰি, খৰিৰ কূটা আদি সোমালে
যদিহে সাৱধানতা অৱলম্বন কৰি ভালদৰে উলিয়াই নানিলে চকুযুৰিৰ আঘাত হ’ব পাৰে।

RelatedPosts

চকুৰ সুৰক্ষিত কৰি ৰাখি কৰক মেকআপ

সুস্থ হৈ থাকিবলৈ দৰবত নিৰ্ভৰ নকৰিব, মানি চলক এই তিনিটা নিয়ম

Hair : অতি কম বয়সত চুলি পকা সমস্যা আৰু ইয়াৰ সমাধান বিশেষ

* শিশুটিয়ে যদিহে পঢ়া-শুনা কৰোতে অসুবিধা পাইছে, কিতাপখন চকুৰ নিচেই ওচৰলৈ নি পঢ়িলে, টিভি আদি ওচৰৰ পৰা চালে বিষয়টোত পিতৃ-মাতৃয়ে গুৰুত্ব প্ৰদান কৰা উচিত । চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ চকুৰোগ বিশেষজ্ঞৰ ওচৰলৈ নি চিকিৎসা কৰক।

*কিবা বস্তু চকুত সোমালে হাতেৰে মোহাৰি উলিয়াব নালাগে। বৰং পৰিষ্কাৰ কপাহী কাপোৰেৰে উলিয়াব লাগে।

* দৃষ্টিহীনতাত ভুগিলে যিকোনো ৰোগে গা কৰি উঠিব পাৰে । পুষ্টিহীনতাৰ ফলত চকুৰ সমস্যায়ো গা কৰি উঠে বিশেষকৈ কেৰাটাইটিছ, কেৰাটোমেলেছিয়া হ’ব পাৰে।

* আপোনাৰ শিশুটিক বিদ্যালয়লৈ পঠিওৱাৰ আগতে ভালদৰে চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱা উচিত। কাৰণ কেতিয়াবা শিশুৰ দৃষ্টিহীনতাই গা কৰি উঠিলেও জানিব নোৱাৰি। কাৰণ শিশুটিয়ে নেদেখিলেও ভালদৰে ক’ব নোৱাৰে।

* ডায়েবেটিছত আক্রান্তসকলে নিয়মীয়াকৈ বিশেষজ্ঞৰ দ্বাৰা চকু পৰীক্ষা কৰোৱাব লাগে।

*খাদ্য তালিকাত শাক-পাচলি অন্তর্ভুক্ত কৰা উচিত। বিশেষকৈ ভিটামিন ‘এ’ যুক্ত আহাৰৰ তালিকাত অন্তর্ভুক্ত কৰিব খাদ্য দৈনন্দিন লাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: carecautionEyeHealthy Eyes
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d