Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AASU PROTEST  IN DHEMAJI :বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ আখৰে আখৰে পালন কৰিব লাগিব এন এইচ পি চি : শংকৰ বৰুৱা

মিথ্যাচাৰী বিজেপি চৰকাৰক সকীৰণি আছুৰ,গেৰুকামুখত এন এইচ পি চিৰ বিৰুদ্ধে আঠ খন জিলাৰ 'মানৱ শৃংখল' প্ৰতিবাদী কাৰ্যসূচী

publisher by publisher
October 15, 2022
in Assam, India, News
Reading Time: 1 min read
0
AASU PROTEST  IN DHEMAJI :বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ আখৰে আখৰে পালন কৰিব লাগিব এন এইচ পি চি : শংকৰ বৰুৱা
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

AASU PROTEST  IN DHEMAJI : বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ আখৰে আখৰে পালন কৰিব লাগিব এন এইচ পি চিয়ে। নামনি বাসী ৰাইজৰ জীৱন সম্পত্তি সুনিশ্চিত নকৰালৈকে বন্ধ ৰাখিব লাগিব এন এইচ পি চিৰ নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কাম। মিথ্যাচাৰী  বিজেপি চৰকাৰে কৰোনা মহামাৰীৰ সুযোগ লৈ, সৰ্বসাধাৰণ ৰাইজৰ পণবন্দী আৰু গৃহবন্দীৰ সুযোগ লৈ নিৰ্মাণ কৰিলে ৭০-৮০ শতাংশ কাম । তাৰোপৰি সম্প্ৰতি প্ৰয়োচনা-প্ৰলোভন আৰু দমন ৰাজনীতিৰে বিজেপি আৰু বান্ধলবী এন এইচ পিয়ে সামগ্ৰিকভাৱে কাম আগবঢ়াই নিয়ে। উল্লেখ্য, এটা সময়ত বিজেপি চৰকাৰে শাসনলৈ নহাৰ আগতে গোগামুখত তদানীন্তন ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিং আৰু পাছিঘাট  নৰেন্দ্ৰ মোদীয়ে নদীবান্দৰ বিৰুদ্ধে সৰৱ মন্তব্যৰে বৃহৎ নদী বান্ধ বিপক্ষে মাত মাতিছিল।

ADVERTISEMENT

বৰ্তমান পূঁজিপতিৰ স্বাৰ্থতে কাম কৰে বিজেপি নেতৃত্বাধীন চৰকাৰ। এইক্ষেত্ৰত ৰাইজৰ প্ৰৱল দাবী আৰু বিশেষজ্ঞ সমিতিৰ পৰামৰ্শক আওকান কৰাৰ সমান্তৰালকৈ প্ৰকৃতিয়ে বাৰুকৈয়ে এশিকনি দিয়াৰ পিছতো শিক্ষা লোৱা নাই এন এইচ পি চিয়ে বুলি দাবী কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। ছাত্ৰ নেতা গৰাকীয়ে পুনৰ ৰাইজক লগত লৈ জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে এলানি কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান আজি গেৰুকামুখত। এন এইচ পি চিৰ মুখ্য প্ৰৱেশ দ্বাৰত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা আৰু সদৌ লখিমপুৰ জিলা ছাত্ৰৰ উদ্যোগত লগতে ছখন জিলাৰ সহযোগ কৰা মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ এন এইচ পি চিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তিনি সহস্ৰাধিক আছুৰ কৰ্মীয়ে গেৰুকামুখত হাতে‌ হাতে এন এইচ পি চিৰ বিৰুদ্ধে প্লেকাৰ্ড লৈ এন এইচ পি চিৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত দুঘন্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এন এইচ পি চি গ’বেগ, জলবোমা নদীবান্ধ আমাক নালাগে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নালাগে, বিজেপি চৰকাৰ হুচিয়াৰ, নৰেন্দ্ৰ মোদী মিছলীয়া, ৰাজনাথ সিং মিছলীয়া আদি শ্ল’গান ধ্বনিৰে আকাশ বতাহ কপাঁই তোলে গেৰুকামুখ পাহাৰ। আজি মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচীত ক্ৰমে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক সমীৰণ ফুকন,মুখ্য সাংগঠনিক সম্পাদক পুলক বৰা, সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱাৰ লগতে কেন্দ্ৰীয় নেতা ধনমনি দত্ত,ৰাজীৱ গগৈ, ৰাণা সোনাৰ,অনুপ মৰাণ, জিতু নেওগ, নিখিল কোঁচ, সূৰ্য ভূঞাঁ,পবিত্ৰ গোস্বামী, ৰূপম দাস, তচেন ডেকাই। তাৰোপৰি সদৌ লক্ষীমপুৰ জিলাৰ নেতা স্বৰাজ শংকৰ গগৈ, ডিব্ৰুগড়ৰ বুলবুল দত্ত,ৰাজা বালিমৰা, তিনিচুকীয়াৰ

সমৰ গোহাঁই, মানৱ হাজৰিকা, সভাপতি, শিৱসাগৰৰ অজিত নেওগ, মাজুলীৰ বিতুপণ শৰ্মা, বিশ্বনাথৰ বিক্ৰম বিকাশ বৰা,ধ্ৰুৱ বৰা, যোৰহাটৰ
অৰ্জুন মণি ভূঞাঁই। সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত প্ৰতিবাদী বক্তব্য ৰাখে প্ৰাক্তন আছু নেতা জিতু বৰা আৰু শেষত সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মাৰ বক্তব্যৰে অনুষ্ঠানৰ সামৰণি মাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d