Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Mysterious Death Of The Teenager : মহানগৰীৰ বৰবাৰীত বনকৰা কিশোৰী ৰহস্যজনক মৃত্যু ঘটনা

ধূলা ঘটনাৰ পুনৰাবৃত্তি,চিআইডিৰ সংগ্ৰহ ফিংগাৰ প্ৰিন্ট

publisher by publisher
November 12, 2022
in India, Assam, Crime, News
Reading Time: 2 mins read
0
Mysterious Death Of The Teenager : মহানগৰীৰ বৰবাৰীত বনকৰা কিশোৰী ৰহস্যজনক মৃত্যু ঘটনা
2
SHARES
20
VIEWS
ShareShareShareShare

Mysterious Death Of The Teenager:
ধুলাত বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে মহানগৰীৰ দিছপুৰত ৷ ছয়মাইলৰ ভিআইপি ৰোডৰ প্ৰতীক্ষা হাস্পতালৰ সমীপতে এগৰাকী বনকৰা কিশোৰী যোৱা দুবছৰ দিন ধৰি এজন লোকৰ বাসগৃহত কৰ্মৰত হৈ আছিল ৷

যোৱাকালি ঘৰটোৰ মালিক গৰাকী বাহিৰলৈ ওলাই গৈছিল কিবা কামত ৷ সেই সময়ত সোত্তৰ বছৰীয়া কিশোৰী গৰাকী সহ আন এগৰাকী বনকৰা যুৱতী ঘৰতে আছিল ৷ সম্বন্ধত দুয়ো বাই-ভণী ৷

ADVERTISEMENT

আজি ৰাতিপুৱা এগৰাকী শোৱাৰ পৰা উঠে যদিও আন এগৰাকী কিশোৰী সাৰ নোপাৱাত হুৱাদুৱা লাগে ৷ পিছত ঘৰৰ গৰাকীয়ে ততাতৈয়াকৈ অচেতন অৱস্থাত থকা কিশোৰী গৰাকীত সমীপৰ প্ৰতীক্ষা হস্পিতালত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷
আনহাতে পিছত দিছপুৰ আৰক্ষী হৈ উপস্থিত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে এটি গোচৰ পঞ্জীভূক্ত কৰিছে ৷
আনহাতে আৰক্ষীৰ আহ্বানক্ৰমে ঘটনাস্থলীত চিআই ডিৰ এটি দল উপস্থিত দৈ ঘৰটোৰ সকলোৰে আঙুলিৰ চাপ সংগ্ৰহ কৰিছে ৷

RelatedPosts

Dispur Campaign:দিছপুৰত প্ৰদ্যুৎ বৰদলৈ মাৰাথন প্ৰচাৰাভিযান

Atul Bora meets Mira Barthakur:দিছপুৰ সমষ্টিত নতুন সমীকৰণ !

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী

আৰক্ষীৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি কিশোৰী গৰাকী কিছুদিন ধৰি হাপানী ৰোগত আক্ৰান্ত হৈ আছিল ৷ সেই অনুসৰি চিকিৎসা চলাই থকা হৈছিল বুলি ঘৰৰ গৰাকীয়ে আৰক্ষীক প্ৰকাশ কৰে ৷ মৰণোত্তৰ পৰীক্ষাইহে স্পষ্ট কৰিব প্ৰকৃত তথ্য ৷

মনকৰিবলগীয়া যে ধূলাত এগৰাকী এছ এছ বি জোৱানৰ ঘৰত বনকৰা হিচাপে নিয়োজিত থকা এগৰাকী আদিবাসী কিশোৰীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল ৷ পৰিয়ালৰ লোকে এইয়া হত্যাকাণ্ড বুলি অভিযোগ কৰি ধূলা থানাত গোচৰ তৰিছিল যদিও থানাৰ অ’চি উৎপল বৰা সহ জ্যেষ্ঠ আৰক্ষী বিষয়া কিশোৰী গৰাকীৰ গৰাকী কৃষ্ণ কমল বৰুৱাৰ পৰা পাঁচলাখ টকা লৈ গোচৰটো গাপি দি অভিযুক্তক ৰক্ষনাবেক্ষণ দিয়ে ৷

পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সহ ডিজিপি ভুক্তভোগী পৰিয়ালৰ বাসগৃহ উপস্থিত হৈ চৰজমিন তদন্ত কৰি ঘটনাৰ আসোঁৱাহ ধৰা পেলাই ৷মুখ্যমন্ত্ৰীৰ নিদেৰ্শমৰ্মে দৰংৰ এছ পি ৰাজমোহন ৰায় ,এএছপি ৰূপম ফুকন আৰু ধূলা থানাৰ অ’চিক চাকৰিৰ পৰা নিলম্বিত কৰা হয় ৷

আনহাতে আৰক্ষীয়ে অধিক তদন্তৰ বাবে গোচৰ হস্তান্তৰ কৰে চি আই ডিলৈ ৷ চিআই ডিয়ে অতি নিখুঁটভাৱে তদন্ত কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দৰং তদানীন্তন এছ পি ৰাজমোহন ৰায়,এএছ পি ৰূপম ফুকন,অ’চি উৎপল বৰা,মঙলদৈ অসামৰিক চিকিৎসালয়ৰ গৰাকী চিকিৎসকৰ লগতে ধূলাৰ ৰাজহ চক্ৰ বিষয়া তথা ঘটনাটোৰ পৰ্যবেক্ষণ কৰিবলৈ যোৱা কাৰ্যবাহী দণ্ডাধীশ আৰ্শীবাদ হাজৰিকাক গ্ৰেপ্তাৰ কৰিছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BarbariCIDDispurFINGER PRINT COLLECTIONMysterious DeathTeenageVip Road
publisher

publisher

Related Posts

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ
News

April 29, 2026
Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d