Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Pradyot Deb Barma: হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ মেনেজ মাষ্টাৰ: ত্ৰিপুৰা নেতা প্ৰদ্যুৎ দেৱবৰ্মা

publisher by publisher
November 10, 2022
in India, News
Reading Time: 1 min read
0
Pradyot Deb Barma: হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ মেনেজ মাষ্টাৰ: ত্ৰিপুৰা নেতা প্ৰদ্যুৎ দেৱবৰ্মা
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Pradyot Deb Barma :

ৰাজ্য ত্ৰিপুৰা বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কিছু মাহ থকা অৱস্থাত শাসনাধিষ্ঠ বিজেপিয়ে ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰাৰ মাজতে বিগত নিৰ্বাচনৰ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে বিশেষ ভূমি লোৱা অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা যোৱা সপ্তাহত উপস্থিত হৈছে ৰাজ্য খনত৷ দলীয় বুথ পৰ্যায়ৰ সভাত ভাগ লৈ পুনৰ আগৰতলা দখলৰ হুংকাৰ দি উদাত্ত ভাষণ দি দিছপুৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ পিছতে ত্ৰিপুৰা ৰাজপৰিয়ালৰ সন্তান তথা টিপৰা ইণ্ডিজেনাছ পিপলছ এলায়েন্স (টিআইপিআৰএ) দলৰ অধ্যক্ষ প্ৰদ্যুৎ দেৱবৰ্মাই অসমৰ মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ।

ADVERTISEMENT

ৰাজ্যৰ বিৰোধী শিৱিৰত অৱস্থান কৰা ৰয়েল ফেমেলিৰ উত্তৰাধিকাৰী তথা টিআইপিআৰএৰ মুৰব্বী প্ৰদ্যুত দেৱবৰ্মাই কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে “বিজেপিৰ মেনেজ মাষ্টাৰ”। তেওঁ তেওঁৰ কাম কৰি যাওক। অৱশ্যে, তেওঁ মোৰ ভাল বন্ধু আৰু সেয়া ৰাজনীতিৰ বাহিৰত৷

ত্ৰিপুৰাৰ আগন্তুক বিধানসভা নিৰ্বাচনত টিআইপিআৰএ দল “বিজেপিৰ বাবে কোনো কাৰক নহ’ব” বুলি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰদ্যুত দেববৰ্মাই উল্লিখিত মন্তব্য প্ৰকাশ কৰে ৷ উল্লেখ্য যে ত্ৰিপুৰ বিধানসভা নিৰ্বাচন ২০২৩ বৰ্ষৰ প্ৰথম ভাগত অনুষ্ঠিত হ’ব।

স্মতৰ্ৱ্য যে ৰাজ্য খনৰ প্ৰাক্তন মন্ত্ৰী তথা শাসকীয় চৰকাৰ খনৰ মিত্ৰ দল আইপিএফটিৰ বিধায়ক মেভাৰ কুমাৰ জামাতিয়াই বুধবাৰে টিআইপিআৰএত যোগদান কৰি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটোক এক গুৰুত্বপূৰ্ণ উৎসাহ প্ৰদান কৰে।
জামাতিয়াই আইপিএফটিৰ বিধায়ক হিচাপে নিজৰ পদত্যাগ কৰাৰ মাত্ৰ এদিন পিছত টিআইপিআৰএ দলত যোগদান কৰিছিল।

মেভাৰ কুমাৰ জামাতিয়াই আগৰতলাত প্ৰদ্যুত দেৱ বৰ্মাৰ নেতৃত্বত টিআইপিআৰএ সংগঠনত আন কেইবাজনো আইপিএফটি বিষয়া আৰু অনুগামীৰ সৈতে যোগদান কৰি নেতাজনে কয়,”মই ত্ৰিপুৰাৰ জনসাধাৰণৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিছিলো– জনজাতীয় আৰু অ-জনজাতীয় লোকসকলৰ বাবে। কিন্তু মোক কাম কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। মই অব্যাহত ৰাখিব নোৱাৰিলোঁ আৰু ইয়াৰ বাবে দায়ী শাসকীয় বিজেপি৷

ইফালে, জামাতিয়াই টিআইপিআৰএত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদ্যুত দেৱবৰ্মাই কয়: “থানচা (বিশ্বাস) একতা হৈছে সময়ৰ প্ৰয়োজন।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa SarmaPradyot Deb BarmaTRIPURA
publisher

publisher

Related Posts

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d