Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bjp Reaction:বদৰুদ্দিন ঔৰংগজেৱৰ দ্বিতীয় সংস্কৰণ

মহাৰাজা পৃথুৱে খিলজীক পৰাজিত কৰাৰ দৰে ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমবাসীয়ে আজমল বাহিনীকো মষিমূৰ কৰিব:প্ৰদেশ বিজেপি

publisher by publisher
December 3, 2022
in India, Assam, News
Reading Time: 4 mins read
0
Bjp Reaction:বদৰুদ্দিন ঔৰংগজেৱৰ দ্বিতীয় সংস্কৰণ
1
SHARES
12
VIEWS
ShareShareShareShare

Bjp Reaction:
“খিলজী, দাস বংশ, চুলতান আৰু মোগল সকলৰ হামে সংস্কৃতিৰ আজমল হ’ল সমসাময়িক সংস্কৰণ। মধ্য যুগৰ ভাৰতৰ ওপৰত আক্রমণ চলোৱা মুছলমান আক্ৰমণকাৰী সকলে ভূ-খণ্ড দখল কৰাৰ পিছত হিন্দু পুৰুষক হত্যা কৰি মহিলা সকলক লৈ হামে তৈয়াৰ কৰিছিল।

মুছলমান শাসকৰ হাতে নাৰীক শাৰীৰিকভাৱে নিৰ্যাৰ্তন চলোৱাৰ লগতে সামহিকভাৱে যৌন উৎপীড়ন চলোৱা হৈছিল। ভাৰতীয় ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই হামেত চলা এনে ববৰতাৰ কথা আমি সকলোৱে পঢ়িছো। খিলজী-মোগলৰ হাৰেম সংস্কৃতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিব বিচাৰিছে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে”|

ADVERTISEMENT

এই মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত অনুষ্ঠিত হোৱা এক সংবাদ মেলত শৰ্মাই আজমলৰ অসংসদীয় বক্তব্যৰ তীব্র প্রতিক্রিয়া প্ৰকাশ কৰি এনেদৰে মত পোষণ কৰে। আজি সংবাদমেলত বিধায়ক দিগন্ত কলিতা আৰু দলৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলো উপস্থিত আছিল।

RelatedPosts

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

কৌশলেৰে অগপৰ সমষ্টি কাঢ়ি নি মুখ্যমন্ত্রী ‘নিজা মানুহ’ক সংস্থাপিত কৰিবলৈ চেষ্টা চলোৱাৰ চৰ্চা

শমাই লগতে কয়, আজমল আৰু তেওঁৰ বাহিনীয়ে নাৰীক এতিয়াও পণ্য সামগ্ৰী হিচাপে গণ্য কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শমার্ক উদ্দেশ্যি আজমলে কৰা অশোভণীয় মন্তব্য সভ্য সমাজৰ বাবে এক প্রত্যাহ্বান বুলি শমাই
বর্ণনা কৰে। লগতে আজমলক ইছলামীয় সমাজে প্ৰদান কৰা মৌলবী উপাধি কাঢ়ি লবৰ বাবেও বিজেপিৰ মুখপাত্ৰজনে সংশ্লিষ্ট লোক সকলৰ প্রতি আহ্বান জনায় ৷
আনহাতে এ আই ইউ ডি এফৰ সভাপতি জনক ঔৰংগজেৱৰ লগত তুলনা কৰি অসমৰ সমাজে আৰৱীয় সংস্কৃতি কেতিয়াও মানি নলয় বুলি বিধায়ক দিগন্ত কলিতাই হুংকাৰ দিয়ে।

কলিতাৰ মতে আজমলৰ দৰে নিকৃষ্ট মানসিকতাৰ লোকক সামাজিক আৰু ৰাজনৈতিকভাৱে এঘৰীয়া কৰাৰ প্ৰয়োজন আছে। সমাজ জীৱনক কলুষিত কৰি বক্তব্য দিয়া আজমল সম্পর্কত মুছলমান চিভিল ছ’চাইটিয়েও কঠোৰ আৰু স্পষ্ট সিদ্ধান্ত লোৱাৰ সময় সমাগত বুলি বিজেপিৰ বিধায়কজনে কয়।

উল্লেখযোগ্য যে বাশ শতিকাত নালান্দা বিশ্ববিদ্যালয় ধ্বংস কৰি বতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল। সেই সময়ত অসমৰ ৰজা আছিল পৃথু। মহাৰাজা পৃথুৰ নেতৃত্বত অসমৰ সকলো জাতি জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোক একত্ৰিত হৈ বখতিয়াৰ খিলজীৰ দহ হাজাৰ অশ্বাৰোহী সৈন্যৰ বিশাল বাহিনীক পৰাজিত কৰা লগতে ৰণভূমিত কচুকটা দিছিল। একেটা আৰ্হিত আজমলে অসমৰ সনাতন সভ্যতা-সংস্কৃতিলৈ আক্রমন নমাই আনিছে।

আজমল বাহিনীৰ এই আগ্রাসনক অসমবাসীয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ এবাৰ পৰাজিত কৰিব বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মতপোষণ কৰে।

মহাৰাজা পৃথুৱে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পদাতিক সেনাৰ এক বিশাল ফৌজ গঠন কৰি বতিয়াৰক পৰাজিত কৰাৰ দৰে মুখ্যমন্ত্ৰীয়েও অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আজমলৰ নেতৃত্বত ন-ৰূপত আৰম্ভ হোৱা খিলজী-মোগলৰ সাংস্কৃতিক, ৰাজনৈতক আগ্রাসন অসমবাসীয়ে প্রতিহত কৰিব বুলি শমইি মতপোষণ কৰে।

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰজনৰ মতে, পমুৱা মুছলমানৰ ৰাজনৈতিক আৰু সামাজিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বদৰুদ্দিন আজমলে মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ্ক লক্ষ্য কৰি কৰা অশোভনীয় বক্তব্য এক পৰিকল্পিত কুচকাৱাজ ।

উল্লেখযোগ্য যে অসম চৰকাৰে সত্ৰৰ ভূমি বেদখল সম্পৰ্কত চৰজমিন তদন্তৰ বাবে বিধায়ক প্রদীপ হাজৰিকাৰ অধ্যক্ষতাত গঠন কৰি দিয়া আয়োগে ২ ডিচেম্বৰৰ দিনা তেওঁলোকৰ প্রথম প্রতিবেদন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ্ক প্ৰদান কৰে।

এই প্রতিবেদন দাখিল কৰাৰ কেইঘণ্টামানৰ পিছতেই বদৰুদ্দিন আজমলে অসংসদীয় শব্দ প্রয়োগেৰে মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয়। আমি সকলোৱে জানো যে সত্ৰৰ ভূমি পমুৱা মুছলমানে বেদখল কৰি আছে ।

এই পমুৱা সকলেই আজমলৰ ভোটবেংক। নিজৰ ভোটবেংক সুৰক্ষিত কৰি ৰখাৰবাবেই আজমলে অশ্লীল শব্দ প্ৰয়োগেৰে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা বুলি শৰ্মাই কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Pradesh CommitteeBJPguGuwahatiMla Diganta KalitaPressmeetRanjib Kr.SarmaSporksperson
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d