Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Election : চাৰি ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া দিল্লী পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত সৰ্বানন্দ সোণোৱাল

publisher by publisher
November 27, 2022
in India, News
Reading Time: 1 min read
0
Election : চাৰি ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া দিল্লী পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত সৰ্বানন্দ সোণোৱাল
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

Election :

দিল্লীক জাকতজিলিকা কৰি বিশ্বৰ এখন আগশাৰীৰ চহৰ হিচাপে গঢ়ি তুলিবলৈ আগন্তুক পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ পক্ষত ভোটদান কৰিবৰ বাবে আগুৱাই আহিবলৈ জনতাক সোণোৱালে আহ্বান জনায়

ADVERTISEMENT

কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে অহা চাৰি ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া নতুন দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে আজি চাৰিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

13c3782f 2164 40ea bcfa 99e83b13a654প্ৰচাৰ সভাত সোণোৱালে জনগণক উদ্দেশ্যি কয়, “মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ ভাৰতবৰ্ষক এক নতুন ৰূপ দিয়াৰ ক্ষেত্ৰত দিল্লীৰ জনতাই অগ্রণী ভূমিকা পালন কৰিব লাগিব। মোদী ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰৰ সদিচ্ছাপূৰ্ণ নেতৃত্বত সৰ্বস্তৰৰ লোকৰে কল্যাণ সাধন হৈছে আৰু বিভিন্ন কল্যাণকামী পদক্ষেপে সকলোৰে জীৱন ধাৰণৰ মান উন্নত কৰিছে। কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ দিনতে এতিয়া ভাৰতে ইউ কে-ক পিছপেলাই বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতি হিচাপে পৰিগণিত হৈছে।”

তদুপৰি মোদী চৰকাৰৰ দূৰদৰ্শী চিন্তা আৰু দেশৰ প্ৰতি থকা উৎসর্গিত মনোভাৱে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ যাত্ৰাকো ত্বৰান্বিত কৰা বুলি সোণোৱালে উল্লেখ কৰে।

দেশৰ ৰাজধানী চহৰ দিল্লীক জাকতজিলিকা কৰি সৰ্বাংগসুন্দৰভাৱে গঢ়ি তুলিবলৈ বিকাশ আৰু প্ৰগতিৰ বাটেৰে প্রধানমন্ত্ৰীৰ পথ-প্ৰদৰ্শন তথা ইতিবাচক দৃষ্টিভংগীৰ ওপৰত বিশ্বাস ৰাখি দিল্লীবাসীক আগন্তুক পৌৰ নিগম নিৰ্বাচনৰ বাবে বিজেপিৰ পক্ষত ভোটদান কৰিবৰ বাবে আগুৱাই আহিবলৈ সোণোৱালে আহ্বান জনায়।

420b76a6 46c8 42ab b427 bb897aa9b4fe

প্রধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতে বিশ্বৰ এখন আগশাৰীৰ দেশ হিচাপে প্রতিষ্ঠা হ’বলৈ পুর্ণোদ্যমে আগবাঢ়িছে আৰু এইক্ষেত্ৰত বিজেপিয়ে ভাৰতৰ চহৰসমূহৰ উন্নয়নক প্রাধান্য দি আগন্তুক অমৃতকালৰ ভিতৰত ভাৰতক বিশ্বৰ বুকুত উজ্বলাই তোলাৰ পণ লৈছে বুলিও সোণোৱালে মন্তব্য কৰে। দিল্লীক বিশ্বৰ এখন আগশাৰীৰ চহৰ হিচাপে উজলাই তোলাৰ বাবে বিজেপি চৰকাৰে আগন্তুক দিনতো বিভিন্ন প্রচেষ্টা হাতত ল’ব বুলি সোণোৱালে কয়।

ৰাজধানী চহৰখনত ব্যাপকভাৱে বৃদ্ধি পোৱা প্ৰদূষণ, সুৰা কেলেংকাৰী, বিশুদ্ধ খোৱাপানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱৰা আদিয়ে কেজৰিৱাল চৰকাৰৰ ব্যৰ্থতাকেই প্রতিফলিত কৰিছে বুলি সোণোৱালে উল্লেখ কৰে।

আনহাতে মোদী চৰকাৰে দিল্লীক উন্নয়নৰ নতুন শিখৰলৈ লৈ যোৱাৰ বাবে নতুন নতুন প্ৰচেষ্টা হাতত লৈছে। কেন্দ্ৰীয় চৰকাৰে দিল্লী চৰকাৰক যমুনা নদী পৰিষ্কাৰৰ বাবে কেইবা কোটি টকা প্ৰদান কৰিছিল। ইয়াৰোপৰি স্বাস্থ্য সেৱা, শিক্ষা আদিকে ধৰি বিভিন্ন খণ্ডৰ বিকাশ আৰু প্ৰগতিৰ স্বাৰ্থত বৃহৎ ৰাশিৰ ধন মুকলি কৰি দিল্লী চৰকাৰক প্ৰদান কৰা হৈছে বুলিও সোণোৱালে উল্লেখ কৰে।

966e140e 1114 43b8 bffd 893b5b7511abতদুপৰি সোণোৱালে বিগত সময়ছোৱাত দিল্লী বিজেপি পৌৰ নিগমে ৰূপায়ণ কৰা বিভিন্ন কল্যাণকামী পদক্ষেপৰ সন্দৰ্ভতো
আলোকপাত কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DELHIElectionSarbananda Sonowal
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d