Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

NRC : কেন্দ্ৰৰ কৌশলী স্থিতিত বহুচৰ্চিত এন‌আৰচিক লৈ অব্যাহত বিভ্ৰান্তি

samimsultana by samimsultana
November 11, 2022
in India, Assam, News
Reading Time: 1 min read
0
NRC : কেন্দ্ৰৰ কৌশলী স্থিতিত বহুচৰ্চিত এন‌আৰচিক লৈ অব্যাহত বিভ্ৰান্তি
9
SHARES
88
VIEWS
ShareShareShareShare

RelatedPosts

এনআৰচিৰ পুনৰীক্ষণৰ আবেদন গ্রহণ কৰি চৰকাৰ-সমন্বয়কলৈ জাননী

SC accepted the NRC revision Petition:বহুচৰ্চিত এনআৰচিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ

TMC Pressmeet: এন আৰ চি আৰু অনুপ্ৰৱেশকাৰী এতিয়া মাত্র বিজেপিৰ ৰাজনৈতিক ভাষণ আৰু লাভালাভৰ আহিলা :দুলু আহমেদ

NRC :

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা ২০২১-২২ বৰ্ষৰ প্ৰতিবেদনত অসমৰ বহুচৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন‌আৰচি)ৰ প্ৰসংগত চৰকাৰৰ কোনো স্থিতি স্পষ্ট নকৰাকৈ প্ৰকাৰান্তৰে ইয়াক মান্যতা প্ৰদানৰ কৌশলী স্থিতি গ্ৰহণ কৰাৰ ই ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ADVERTISEMENT

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে ২০১৯ত দিয়া এক ৰায়ত স্পষ্টভাৱে উল্লেখ কৰিছিল যে তদানীন্তন সমন্বয়ক প্ৰতীক হাজেলাই এন‌আৰচিৰ পৰিপূৰক তালিকাহে প্ৰকাশ কৰিব; কিন্তু তালিকা প্ৰকাশৰ দিনা অনুষ্ঠিত সংবাদমেলত হাজেলাই ইয়াক চূড়ান্ত এন‌আৰচি বুলি ঘোষণা কৰে । হাজেলাৰ প্ৰস্থানৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এন‌আৰচিৰ পৰৱৰ্তী সমন্বয়কজনলৈ বাৰে বাৰে পত্ৰ প্ৰেৰণ কৰি পৰিপূৰক তালিকাখনকে চূড়ান্ত এনআৰচিৰূপে মানি ল’বলৈ হেঁচা আৰোপ কৰিছিল ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত সক্ৰিয় এচাম আমোলাই হাজেলাৰ পক্ষ গ্ৰহণ কৰি বিদেশীৰ নাম সন্নিবিষ্ট বুলি অভিযোগ উঠা এন‌আৰচিখনকে চূড়ান্ত এনআৰচিৰ মৰ্যাদা দিয়াৰ চেষ্টা চলাইছিল । এই সন্দৰ্ভত এনআৰচিৰ বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক পাৰ্থপ্ৰতীম মজুমদাৰে ‘দৈনিক অগ্ৰদূত’ৰ আগত কয় যে এনআৰচি প্ৰস্তুত কৰা আইন আৰু বিধিসমূহত স্পষ্টভাৱে উল্লেখ কৰা আছে যে ভাৰতৰ মহাপঞ্জীয়কেহে চূড়ান্ত এনআৰচি প্ৰকাশ কৰিব পাৰিব ।

ৰাজ্যখনত চলা কুচকাৱাজৰ অন্তত এনআৰচিৰ পূৰ্বৰ ৰাজ্যিক সমন্বয়কে প্ৰথমতে আংশিক খচৰা প্ৰকাশ কৰা বুলি মন্তব্য কৰি মজুমদাৰে কয় যে খচৰাৰ পৰা বাদ পৰা প্ৰায় ৪০ লাখ লোকক তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে উপযুক্ত নথিপত্ৰ দাখিল কৰি পুনৰ আবেদন কৰাৰ সুযোগ দিয়া হৈছিল । ইয়াৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল দ্বিতীয়খন পৰিপূৰক খচৰা তালিকা ।

তেওঁ কয় যে বৰ্তমান বিভিন্ন পক্ষই কৈ থকা চূড়ান্ত এনআৰচি নামৰ তালিকাখন প্ৰকৃততে পৰিপূৰক খচৰা তালিকাহে । এনআৰচি প্ৰকাশৰ অধিকাৰ সমন্বয়কৰ নহয়, ভাৰতৰ মহাপঞ্জীয়কৰহে আছে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

ইফালে, এনআৰচিৰ ৰাজ্যিক কাৰ্যালয়টোৰ প্ৰসংগত মজুমদাৰে কয় যে সম্প্ৰতি কাৰ্যালয়টোত ঠিকাভিত্তিত নিযুক্ত চাৰিজন চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ উপৰি আঠজন ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰী আছে । ৰাজ্যিক সমন্বয়কৰ বাদে এন‌আৰচিৰ কাৰ্যালয়ত কোনো নিয়মীয়া চৰকাৰী কৰ্মচাৰী নাই বুলি সদৰী কৰি মজুমদাৰে এই কথাও কয় যে এনআৰচিৰ কাৰ্যালয়ৰ নামত যিহেতু ডাটা চেণ্টাৰটোহে আছে, সেয়েহে এই ছাৰ্ভাৰখিনি উপযুক্ত নিৰাপত্তা ব্যৱস্থাৰ মাজত সংৰক্ষণ কৰাৰ উদ্দেশ্যে অহা মাৰ্চৰ ভিতৰত এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়টো বৰ্তমানৰ ভঙাগড়ৰ পৰা জনতা ভৱনলৈ স্থানান্তৰ কৰা হ’ব । যিহেতু কাৰ্যালয়টোত থকা নথিপত্ৰ তথা ছাৰ্ভাৰসমূহ উপযুক্ত নিৰাপত্তাৰ মাজত ৰখাটোহে মূল কাম, সেয়েহে ইতিমধ্যে চৰকাৰৰ স’তে যোগাযোগ কৰা হৈছে আৰু দিছপুৰলৈ কাৰ্যালয়টো স্থানান্তৰৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে নিয়ম মতে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ দৰমহা ভাৰত চৰকাৰে বহন কৰিব লাগে যদিও কেন্দ্ৰই পুঁজি মোকলাই নিদিয়াত সম্প্ৰতি ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰীকেইজনক ৰাজ্য চৰকাৰে দৰমহা আদায় দি আছে ।

এনআৰচিক লৈ আমি সুখী নহয়, পুনৰীক্ষণ বিচাৰি ন্যায়ালয়ত আবেদন জনাইছো : সমুজ্জ্বল

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ স’তে আৰম্ভণিৰে পৰা জড়িত হৈ থকা সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০টাকৈ জনজাতীয় সংগঠনেও সন্তুষ্ট নহয় বৰ্তমানৰ এনআৰচিখনক লৈ । আছুৰ মুখ্য উপদেষ্টা তথা নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এনআৰচিৰ প্ৰসংগত ‘দৈনিক অগ্ৰদূত’ৰ আগত কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ মাজভাগত প্ৰকাশ কৰা প্ৰথমখন খচৰাত প্ৰায় ৪০ লাখ লোকৰ নাম বাদ পৰিছিল । ইয়াৰে ভিতৰত কিছুসংখ্যক স্বদেশীৰ নামো আছিল ।

‘স্বাভাৱিকতে এই পৰিসংখ্যা দেখি আমি সকলোৱে আশা কৰিছিলো যে চূড়ান্ত এনআৰচিখন ইয়াতকৈ আৰু অধিক গ্ৰহণযোগ্য হ’ব । খচৰা প্ৰকাশ কৰাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদৰ মজিয়াত কৈছিল যে আমাৰ সাহস আছে, আমি কৰি দেখুৱালো । আনকি তদানীন্তন মুখ্যমন্ত্ৰীয়েও এনআৰচিখনক ঐতিহাসিক দলিল আখ্যা দিছিল ।’ এইদৰে মন্তব্য কৰি আছুৰ মুখ্য উপদেষ্টাজনে পুনৰ কয় যে খচৰা প্ৰকাশৰ পাছত চূড়ান্ত তালিকা প্ৰস্তুতিৰ সময়লৈ এনআৰচি কতৃৰ্পক্ষই কাম-কাজখিনি নিয়াৰিকৈ কৰাত ব্যৰ্থ হৈছিল । তেওঁলোকে আন্তৰিকতাৰে কাম নকৰাৰ ফলত অসমবাসীয়ে এখন বাংলাদেশীমুক্ত এনআৰচি লাভৰ পৰা বঞ্চিত হ’বলগীয়া হয় ।

ভট্টাচাৰ্যই স্পষ্টভাৱে কয় যে এই পৰিপূৰক এনআৰচিখনক লৈ সদৌ অসম ছাত্ৰ সন্থা মুঠেও সুখী নহয়, ইয়াত যথেষ্ট ত্ৰুটি ৰৈ গৈছে । সেয়েহে এনআৰচিখন পুনৰীক্ষণ হ’ব লাগে । তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰেও প্ৰথম অৱস্থাত বৰ্তমানৰ এনআৰচিখন বাংলাদেশীমুক্ত নহয় বুলি মন্তব্য কৰি আহিছিল যদিও কোনো এখন চৰকাৰে লিখিত ৰূপত নিজৰ অসন্তুষ্টিৰ কথা ন্যায়ালয়ক জনোৱাৰ পৰা বিৰত আছে । গতিকে সদিচ্ছা থাকিলে দিল্লী আৰু দিছপুৰৰ চৰকাৰে এখন বাংলাদেশীমুক্ত এনআৰচি কৰাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ক শপতনামা আকাৰে এই এনআৰচিখনৰ বিৰোধিতা কৰি স্থিতি অৱগত কৰিব লাগে বুলি আছুৰ মুখ্য উপদেষ্টাজনে মন্তব্য কৰে ।

চূড়ান্ত এনআৰচি নহয়, এইখন পৰিপূৰক তালিকাহে : হিতেশ দেৱশৰ্মা

২০১৯ৰ ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন চূড়ান্ত নহয়, বৰঞ্চ এইখন পৰিপূৰক তালিকাহে আছিল বুলি আজি প্ৰকাশ কৰিছে এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই । আজি ‘দৈনিক অগ্ৰদূত’ৰ আগত দেৱশৰ্মাই এই প্ৰসংগত কয় যে ২০১৯ৰ ১৩ আগষ্টত উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশনাত কৈছিল যে তদানীন্তন সমন্বয়ক প্ৰতীক হাজেলাই এখন পৰিপূৰক তালিকাহে প্ৰকাশ কৰিব; কিন্তু হাজেলাই ন্যায়ালয়ৰ কথা নুশুনি বাৰে বাৰে দাবী কৰিছিল যে দ্বিতীয়খন পৰিপূৰক তালিকাই চূড়ান্ত এনআৰচি বুলি । স্বাভাৱিকতে এনআৰচিখনক কেন্দ্ৰ কৰি ৰাইজৰ মাজত খু-দুৱনিৰ সৃষ্টি হৈছিল ।

দেৱশৰ্মাই পুনৰ কয় যে চূড়ান্ত এনআৰচি প্ৰকাশৰ অধিকাৰ ৰাজ্যিক সমন্বয়কৰ নাথাকে । আইন অনুসৰি চূড়ান্ত এনআৰচি প্ৰকাশ কৰিব পাৰে ভাৰতৰ মহাপঞ্জীয়কেহে । ২০১৯ৰ ৩১ আগষ্টত প্ৰকাশ কৰা এনআৰচিৰ পৰিপূৰক তালিকাখনক লৈ যিহেতু এতিয়াও ভাৰতৰ মহাপঞ্জীয়কে কোনো অধিসূচনা প্ৰকাশ কৰা নাই, গতিকে প্ৰকাশিত এনআৰচিএখন কোনোপধ্যে চূড়ান্ত নহয় । অৱশ্যে প্ৰথমজন ৰাজ্যিক সমন্বয়কে বৰ্তমানৰ এনআৰচিখনকে চূড়ান্ত এনআৰচি বুলি প্ৰতিপন্ন কৰিবলৈ দিল্লী মহলত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল বুলি দেৱশৰ্মাই মন্তব্য কৰে ।

বিদেশীৰে পৰিপূৰ্ণ এনআৰচিখনকে চূড়ান্ত ৰূপ দিবলৈ চেষ্টা চলালে কেন্দ্ৰই : অভিজিৎ

ৰাষ্ট্ৰজুৰি নাগৰিকপঞ্জী প্ৰৱৰ্তন কৰিবলৈ ওলোৱা কেন্দ্ৰীয় চৰকাৰে অসমৰ নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত লোৱা ভূমিকা মুঠেও সন্তোষজনক নহয় । এই মন্তব্য কৰিছে এনআৰচিক কেন্দ্ৰ কৰি দীৰ্ঘদিনে উচ্চতম ন্যায়ালয়ত আইনী যুঁজ চলাই থকা আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই । বৰ্তমানৰ পৰিপূৰক এনআৰচিখনকে চূড়ান্ত এনআৰচি বুলি প্ৰতিপন্ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে চেষ্টা চলাই অহাৰ প্ৰসংগত শৰ্মাই আজি কয় যে নাগৰিকপঞ্জীৰ পৰিপূৰক তালিকা প্ৰকাশ কৰা তিনি বছৰ হৈ গ’ল । এই তিনি বছৰৰ আঢ়ৈ বছৰে কেন্দ্ৰীয় চৰকাৰে এনআৰচি সঞ্চালকালয়ক বিদেশীৰ নামেৰে পৰিপূৰ্ণ নাগৰিকপঞ্জীখনকে চূড়ান্ত ৰূপ দিয়াৰ বাবে জোৰ দি থাকিল ।

এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰত থকা প্ৰতীক হাজেলাপন্থী আমোলাৰ প্ৰভাৱ লক্ষ্যণীয় বুলি মন্তব্য কৰি শৰ্মাই কয় যে ৰাজ্য চৰকাৰেও বিগত তিনিটা বছৰে নাগৰিকপঞ্জীৰ পুনৰীক্ষণ বিচাৰে বুলি মৌখিকভাৱে কৈ আছে যদিও আজিলৈকে উচ্চতম ন্যায়ালয়ত কোনো শপতনামা দাখিল নকৰিলে । আনকি নাগৰিকপঞ্জীৰ উন্নীতকৰণত হোৱা কে’বাশ কোটিটকীয়া বিত্তীয় কেলেংকাৰিৰ সম্পৰ্কতো চৰকাৰে কোনো ব্যৱস্থা নল’লে বুলি আক্ষেপ প্ৰকাশ কৰে এপিডব্লিউৰ সভাপতিজনে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abhijit SarmaHitesh DebsarmaNRCSamujjal Kumar Bhattacharya
samimsultana

samimsultana

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d