Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Fatachil Fire update : ফটাশিলৰ হৰিজন কলনিৰ ভয়ংকৰ অগ্নিকাণ্ডত ১৫০ টা বাসগৃহ ভস্মীভূত

এদিন পূৰ্বে মানুহেৰে গিজগিজাই থকা বস্তিটোত ,এতিয়া মৰিশালীসদৃশ পৰিৱেশ

publisher by publisher
December 10, 2022
in Assam, News
Reading Time: 2 mins read
0
Fatachil Fire update : ফটাশিলৰ হৰিজন কলনিৰ ভয়ংকৰ অগ্নিকাণ্ডত ১৫০ টা বাসগৃহ ভস্মীভূত
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

ADVERTISEMENT

Fatachil Fire update :

শুক্ৰবাৰে নিশা মহানগৰীৰ ফটাশিল আমবাৰীৰ হৰিজন ক’লনীত সংঘটিত হোৱা বিধংসী অগ্নিকাণ্ডৰ ফলত ১৫০ টা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷এই ঘটনাতবিস্তৰ ক্ষতি হয় আবাসী সকলৰ।

382d6b6b db8d 471d 9df4 525a384f580c97f370fd b567 41d4 9f0d f057e445701aঅগ্নিকাণ্ডত প্ৰায় ১৫ টা ৰন্ধনগেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ হয় ৷ অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত মহানগৰীৰ বিভিন্নস্থানৰ পৰা অহা বহু কেইখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে প্ৰায় পাঁচঘন্টা যোৰা অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ আনহাতে ঘটনাস্থলীত উদ্ধাৰ বাবে উপস্থিত হয় এচ ডি আৰ এফ বাহিনী লোক ৷

edafadc6 4193 4014 a80e 6cf732c2b376জুই নিৰ্বাপনৰ পিছতে দুই কেবিনেট মন্ত্ৰী অশোক সিংঘাল আৰু জয়ন্তমল্ল বৰুৱা উপস্থিত হৈ ক্ষয়ক্ষতিৰ বুজ লয় ৷মন্ত্ৰীদ্বয়ে মুখ্যমন্ত্ৰীৰে আলোচ কৰি সকলোকে নতুন বাসগৃহ আৰু প্ৰয়োজনীয় সা-সামগ্ৰী দিয়াৰ আশ্বাস দিয়ে ৷

9bc573c0 11e2 43b2 b2f7 f66910ebb26bশনিবাৰে অগ্নিকাণ্ডৰ পিছত ধ্বংসস্তুপ প্ৰত্যক্ষ কৰি কলনীৰ বাসিন্দা সকলে চকুলো টুকে। এদিন পূৰ্বে মানুহেৰে গিজগিজাই থকা কলনীটোত এতিয়া মৰিশালীসদৃশ পৰিৱেশ৷ পলকতে নিজে থকা ঘৰখন চাৰখাৰ হৈ যোৱাৰ ছবি তেওঁলোকৰ চকুত যেন এতিয়াও ভাহি আছে। সৰ্বস্বান্ত হৈ এতিয়া দিশহাৰা জিএমচিৰ হৰিজন কলনীৰ লোকসকল।

edafadc6 4193 4014 a80e 6cf732c2b376 1উল্লেখ্য যে কলনিৰ বাসিন্দা সকলে নতুনকৈ নিৰ্মাণ কৰা গণেশ মন্দিৰত গণেশৰ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ বাবে সুদুৰ অন্ধ্ৰ প্ৰদেশৰ গণেশৰ মুৰ্তি অনা হৈছিল ৷অহা বুধবাৰে মন্দিৰত গণেশ মুৰ্তি প্ৰতিষ্ঠা কৰাৰ কথা আছিল ৷

f1c9cd5f dc21 41ca 9bbc db35e72de2e2কিন্ত নিষ্টুৰ নিয়তিয়েে যেন আবাসী সকলৰ আকাংক্ষাক চেঁচা পানী ঢালিলে৷ মন্দিৰ প্ৰতিষ্ঠাৰ পূৰ্বে সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডই সকলো চুৰমাৰ কৰিলে ৷

a8775f96 eab9 40e7 b5e2 c4a456e46ec1আনহাতে আজি আন এক দুখজনক দৃশ্যই সকলোৰে মন দুখেৰে ভৰি পৰে৷ অসুস্থ হৈ থকা নিজ কন্যাৰ চিকিৎসাৰ বাবে দুই লাখ টকা ঋণ লৈছিল ডি ইচৰামা নামৰ চাফাই কৰ্মী এগৰাকীয়ে ৷ কিন্ত শুক্ৰবাৰে সংঘটিত হোৱা জুয়ে চাফাই কৰ্মী গৰাকীৰ বাসগৃহ সহ নগদ দুই লাখ টকা জুইত জাঁহ যায় ৷ এতিয়া মুৰে কপালে হাত দি চাফাই কৰ্মী গৰাকীয়ে কয়, এতিয়া ৰোগাক্ৰান্ত জীয়ৰীক চিকিৎসা কৰিব কেনেকৈ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamFatachilFireupdate
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d