Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Fatachil Fire update : ফটাশিলৰ হৰিজন কলনিৰ ভয়ংকৰ অগ্নিকাণ্ডত ১৫০ টা বাসগৃহ ভস্মীভূত

এদিন পূৰ্বে মানুহেৰে গিজগিজাই থকা বস্তিটোত ,এতিয়া মৰিশালীসদৃশ পৰিৱেশ

publisher by publisher
December 10, 2022
in Assam, News
Reading Time: 2 mins read
0
Fatachil Fire update : ফটাশিলৰ হৰিজন কলনিৰ ভয়ংকৰ অগ্নিকাণ্ডত ১৫০ টা বাসগৃহ ভস্মীভূত
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

ADVERTISEMENT

Fatachil Fire update :

শুক্ৰবাৰে নিশা মহানগৰীৰ ফটাশিল আমবাৰীৰ হৰিজন ক’লনীত সংঘটিত হোৱা বিধংসী অগ্নিকাণ্ডৰ ফলত ১৫০ টা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷এই ঘটনাতবিস্তৰ ক্ষতি হয় আবাসী সকলৰ।

অগ্নিকাণ্ডত প্ৰায় ১৫ টা ৰন্ধনগেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ হয় ৷ অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত মহানগৰীৰ বিভিন্নস্থানৰ পৰা অহা বহু কেইখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে প্ৰায় পাঁচঘন্টা যোৰা অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ আনহাতে ঘটনাস্থলীত উদ্ধাৰ বাবে উপস্থিত হয় এচ ডি আৰ এফ বাহিনী লোক ৷

জুই নিৰ্বাপনৰ পিছতে দুই কেবিনেট মন্ত্ৰী অশোক সিংঘাল আৰু জয়ন্তমল্ল বৰুৱা উপস্থিত হৈ ক্ষয়ক্ষতিৰ বুজ লয় ৷মন্ত্ৰীদ্বয়ে মুখ্যমন্ত্ৰীৰে আলোচ কৰি সকলোকে নতুন বাসগৃহ আৰু প্ৰয়োজনীয় সা-সামগ্ৰী দিয়াৰ আশ্বাস দিয়ে ৷

শনিবাৰে অগ্নিকাণ্ডৰ পিছত ধ্বংসস্তুপ প্ৰত্যক্ষ কৰি কলনীৰ বাসিন্দা সকলে চকুলো টুকে। এদিন পূৰ্বে মানুহেৰে গিজগিজাই থকা কলনীটোত এতিয়া মৰিশালীসদৃশ পৰিৱেশ৷ পলকতে নিজে থকা ঘৰখন চাৰখাৰ হৈ যোৱাৰ ছবি তেওঁলোকৰ চকুত যেন এতিয়াও ভাহি আছে। সৰ্বস্বান্ত হৈ এতিয়া দিশহাৰা জিএমচিৰ হৰিজন কলনীৰ লোকসকল।

উল্লেখ্য যে কলনিৰ বাসিন্দা সকলে নতুনকৈ নিৰ্মাণ কৰা গণেশ মন্দিৰত গণেশৰ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ বাবে সুদুৰ অন্ধ্ৰ প্ৰদেশৰ গণেশৰ মুৰ্তি অনা হৈছিল ৷অহা বুধবাৰে মন্দিৰত গণেশ মুৰ্তি প্ৰতিষ্ঠা কৰাৰ কথা আছিল ৷

কিন্ত নিষ্টুৰ নিয়তিয়েে যেন আবাসী সকলৰ আকাংক্ষাক চেঁচা পানী ঢালিলে৷ মন্দিৰ প্ৰতিষ্ঠাৰ পূৰ্বে সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডই সকলো চুৰমাৰ কৰিলে ৷

আনহাতে আজি আন এক দুখজনক দৃশ্যই সকলোৰে মন দুখেৰে ভৰি পৰে৷ অসুস্থ হৈ থকা নিজ কন্যাৰ চিকিৎসাৰ বাবে দুই লাখ টকা ঋণ লৈছিল ডি ইচৰামা নামৰ চাফাই কৰ্মী এগৰাকীয়ে ৷ কিন্ত শুক্ৰবাৰে সংঘটিত হোৱা জুয়ে চাফাই কৰ্মী গৰাকীৰ বাসগৃহ সহ নগদ দুই লাখ টকা জুইত জাঁহ যায় ৷ এতিয়া মুৰে কপালে হাত দি চাফাই কৰ্মী গৰাকীয়ে কয়, এতিয়া ৰোগাক্ৰান্ত জীয়ৰীক চিকিৎসা কৰিব কেনেকৈ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamFatachilFireupdate
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d