Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ

    Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home Lifestyle

Yawning : জানেনে হামি মৰাৰ এই সমূহ উপকাৰিতা !

publisher by publisher
December 11, 2022
in Health, Lifestyle
Reading Time: 1 min read
0
Yawning : জানেনে হামি মৰাৰ এই সমূহ উপকাৰিতা !
2
SHARES
20
VIEWS
ShareShareShareShare

Yawning :

টোপনি ধৰিলে মানুহে হামি মাৰে। বহুতে আকৌ ধেমালিতে হামিক ‘সোঁচৰা’ বুলিও কয়। কিয়নো কে’বাজনো লোক থকা অৱস্থাত হামি মাৰিলে প্ৰায়ে ওচৰৰ লোকেও হামি মৰা দেখা যায়।

ADVERTISEMENT

বহুতে এই হামি মৰাৰ অন্তৰালত শাৰীৰিক ক্লান্তি বা শৰীৰত অক্সিজেনৰ অভাৱকে দায়ী কৰে। অফিচৰ জৰুৰী বৈঠক, কোনো সামাজিক অনুষ্ঠানত উপস্থিত থকাৰ পৰত ঘনাই হামিয়াই থাকিলে অতি অস্বস্তিতো পৰিবলগীয়া হয়।

RelatedPosts

Vitamin D : ৮৪ শতাংশ ভাৰতীয়ৰ শৰীৰত ভিটামিন ‘ডি’ৰ ঘটিছে অভাৱ

Eye Care : চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম

Diabetes : ডায়েবেটিচ আছে ? সুস্থ থাকিবলৈ কি কি ফল খাব , আৰু কি সমূহ এৰিব ?

কিন্তু এই হামি আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে? আচৰিত হৈছে যদিও জানি থওক যে হঠাৎ মৰা হামিয়ে আপোনাক অনেক উপকৃত কৰিব পাৰে। কিন্তু কেনেকৈ? হামিৰ এই উপকাৰী দিশবোৰ তলত উল্লেখ কৰা হ’ল।

মস্তিষ্কলৈ অক্সিজনৰ সঞ্চালন বৃদ্ধি

হামি মৰাৰ ফলত শৰীৰত অনেক বেছি অক্সিজন প্ৰৱেশ কৰে। আপুনি যেতিয়া হামি মাৰিব, তেতিয়াই অক্সিজন হাঁওফাঁওত প্ৰৱেশ কৰে আৰু হাঁওফাঁওৰ পৰা ক্ষতিকাৰক বতাহ বা কার্বন-ডাই-অ’ইড বাহিৰলৈ ওলাই যায়। ইয়াৰ ফলত মস্তিষ্কলৈ অ’িজেনৰ সঞ্চালন বৃদ্ধি পায়।

মস্তিষ্কলৈ ৰক্তপ্রবাহ বা ৰক্ত সঞ্চালন বৃদ্ধি

গৱেষণাত দেখা গৈছে যে হামি মৰা কাৰ্যই মস্তিষ্কৰ উত্তেজনা প্রশমিত কৰি মস্তিষ্কক শিথিল কৰাৰ সমান্তৰালকৈ মানসিক দক্ষতাও বৃদ্ধি কৰে। গৱেষকৰ মতে, হামি মৰা কাৰ্যই স্নায়ুতন্ত্ৰৰ উদ্দীপক ৰূপে কাম কৰে আৰু মস্তিষ্কলৈ ৰক্তপ্রবাহ বা ৰক্ত সঞ্চালন বৃদ্ধি কৰে। ইয়াৰ উপৰি হামি মৰাৰ ফলত আমাৰ শৰীৰত, সিবা-উপসিৰাত অক্সিজেনৰ অভাৱ পূৰণ হয়।

চকু পিছল কৰে

হাঁমি মাৰিলে চকুৰ লগতে অশ্ৰুগ্ৰন্থিৰ ওপৰত চাপ পৰে। ফলত অক্ষিগোলক অশ্রুসিক্ত হৈ পৰিষ্কাৰ হৈ পৰে আৰু মানুহৰ দৃষ্টি অধিক স্বচ্ছ হৈ পৰে।

কাণৰ অশ্বস্তি দূৰ কৰে

বিমান বা এলিভেটৰ বা লিফ্‌ফ্টৰ দ্বাৰা বহু উচ্চতালৈ উঠাৰ পৰত বহুতৰে কাণৰ বিষ, অস্বস্তি আৰু শ্ৰৱণৰ সমস্যা হ’ব পাৰে। কাণ দুখন বন্ধ হোৱাৰ দৰে হয়। এই সমস্যাৰ উপশম ঘটিব পাৰে হামিৰ মাধ্যমেৰে। গৱেষকৰ মতে, উচ্চতাৰ দ্ৰুত পৰিৱৰ্তনৰ সময়ত হামি মাৰিলে কাণৰ বায়ুৰ চাপৰ ভাৰসাম্য ৰক্ষাত সহায়ক হয়।

মাংসপেশী প্ৰসাৰিত কৰে

হামি মাৰিলে মুখ আৰু বুকুৰ মাংসপেশী প্ৰসাৰিত হয়। ফলত শৰীৰৰ দীৰ্ঘ ক্ষণৰ জড়তা বা জঠৰতা মুহূর্ততে উধাও হয়।

তাপমাত্রা নিয়ন্ত্ৰকৰ কাম কৰে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রিন্সটন আৰু এৰিজ’না বিশ্ববিদ্যালয়ৰ গৱেষণাত দেখা গৈছে যে হামিয়ে আমাৰ শৰীৰ আৰু মস্তিষ্কৰ তাপমাত্রা নিয়ন্ত্রণ কৰাত সহায় কৰে। গ্রীষ্মকালত আমাৰ শৰীৰৰ তাপমাত্রা শীতকালৰ তুলনাত বহু বেছি থাকে। সেয়ে গ্রীষ্মকালত তুলনামূলকভাৱে বেছি হামি মাৰে মানুহে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: BenefitsHealthYawning
publisher

publisher

Related Posts

Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

February 2, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 31, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 30, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 29, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope :  দিনটোৰ ৰাশিফল

January 28, 2023
Horoscope : দিনটোৰ ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 26, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: