Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

FIFA World Cup 2022 : সৰ্বকালৰ সফল ফুটবলাৰ হ’ব এমবাপে !

ফৰাচী ষ্ট্ৰাইকাৰৰ সন্মুখত যেন মহাতাৰকাও ম্লান

publisher by publisher
December 14, 2022
in News, International, Sports
Reading Time: 1 min read
0
FIFA World Cup 2022 : সৰ্বকালৰ সফল ফুটবলাৰ হ’ব এমবাপে !
1
SHARES
8
VIEWS
ShareShareShareShare

FIFA World Cup 2022 :

বয়স মাত্র ২৩ বছৰ। অহা ২০ ডিচেম্বৰত তেওঁ ২৪ বছৰত ভৰি দিব। এই বয়সতে দ্বিতীয়বাৰলৈ বিশ্বকাপ জয়ৰ সুযোগ পাইছে কিলিয়ান এমবাপেই। নিজৰ পেছাদাৰী ফুটবল জীৱনৰ প্ৰথম প্ৰহৰতে আছে এমবাপে।

ADVERTISEMENT

এই কম সময়তে ইমানেই সাফল্য তথা কৃতিত্ব অর্জন কৰিছে, যাৰ পৰা ফুটবল ইতিহাসৰ সবাতোকৈ সফল ফুটবলাৰত পৰিগণিত হোৱাৰে সম্ভাৱনা প্ৰকট কৰিছে ফ্ৰান্সৰ তৰুণ তাৰকাজনে। দুবাৰৰ বিশ্বকাপত এমবাপেই এই পর্যন্ত নটা গ’ল দিছে।

RelatedPosts

Cristiano Ronaldo:তাৰকা খেলুৱৈ খ্ৰিষ্টিয়ানো ৰোনাল্ডোক পাঁচহাজাৰ কোটি টকাত ক্ৰয় কৰিলে চৌদীয়ে

Lionel Messi : খেলপথাৰত মেছিয়ে জোৰকৈ সাৱটি ধৰা মহিলাগৰাকী মেছিৰ মাতৃ আছিল নেকি ?

FIFA World Cup 2022 : বিশ্বকাপ ট্রফি লৈ দেশত উভতিল মেছিৰ দল, পুৱাই উত্তাল আর্জেন্টিনা, প্রকাশ্যত ভিডিঅ’

খেলিছে মাত্র ১২খন মেচ। কাটাৰত এই পর্যন্ত পাঁচটা গ’ল দি ‘সোণালী বুট’ লাভৰ দৌৰত আগস্থানত আছে তেওঁ। অনবদ্য প্ৰদৰ্শনেৰে লিয়নেল মেছি, ক্রিষ্টিয়ানো ৰোণাল্ডোৰ দৰে মহাতাৰকাকো অতিক্ৰম কৰি গৈছে ফৰাচী ষ্ট্ৰাইকাৰজনে।

ইতিমধ্যে থিয়েৰী হেনৰী আৰু জিনেদাইন জিদানক অতিক্ৰম কৰি ফ্ৰান্সৰ হৈ বিশ্বকাপত সৰ্বাধিক গ’ল দিয়াৰ তালিকাত এমবাপে দ্বিতীয় স্থানলৈ উন্নীত হৈছে। এই ক্ষেত্ৰত তেওঁৰ সন্মুখত আছে জাঁ ফণ্টেই (১৩টা)।

লগতে ২৪ বছৰত ভৰি দিয়াৰ পূৰ্বেই বিশ্বকাপত সৰ্বাধিক গ’ল দিয়া ব্ৰাজিলৰ ‘ক’লা মুকুতা’ পেলেৰ নজিৰ স্পৰ্শ কৰিছে তেওঁ। কোনো ধৰণৰ আঘাতজনিত সমস্যাই বাধাৰ সৃষ্টি নকৰিলে এমবাপেই আৰু কমেও দুবাৰ বিশ্বকাপ খেলাৰ সুযোগ পাব ।

সেইক্ষেত্ৰত তেওঁ ভংগ কৰিব পাৰে জাৰ্মানীৰ মিৰ’শ্লাভ ক্ল’জৰ বিশ্বকাপত সৰ্বাধিক ১৬টা গ’লৰ অভিলেখ। সাধাৰণ দৃষ্টিত বিভিন্ন প্ৰজন্মৰ খেলুৱৈসকলৰ মাজত তুলনা কৰাটো কঠিন। প্রতিপক্ষ, সতীৰ্থ, খেলৰ কৌশল, নিয়ম, প্রযুক্তি আদি বহু বিষয় সলনি হৈ পৰে। ফলত সলনি হয় শ্রেষ্ঠজনক বাছি লোৱাৰ কাৰক। এজন শ্রেষ্ঠ খেলুৱৈ সততে নির্বাচন কৰা হয় তেওঁৰ সাফল্য, প্ৰদৰ্শন, অৰিহণা আদিৰ পৰা।

এইবোৰৰ জৰিয়তে এমবাপেক সামগ্ৰিকভাৱে সৰ্বশ্ৰেষ্ঠ আখ্যা দিয়াৰ সময় আহি পৰা নাই। তথাপি কেৱল পৰিসংখ্যাৰ দিশৰ পৰা বিচাৰ কৰিলে চলিত বৰ্ষতে ফৰাচী তাৰকাজনে অতিক্ৰম কৰিছে সাম্প্ৰতিক ফুটবলৰ দুই শ্রেষ্ঠ খেলুৱৈ মেছি আৰু ৰোণাল্ডোক।

২৩ বছৰ বয়সত পেছাদাৰী ফুটবলত ৰোণাল্ডোৱে দিছিল ১৩২টা গ’ল। মেছিও এই ক্ষেত্ৰত বেছি পিছপৰি থকা নাছিল। অথচ এই বয়সতে দুই মহাতাৰকাক অতিক্ৰম কৰি এমবাপেই জাতীয় দল আৰু ক্লাব মিলাই দিছে ১৯৭টা গ’ল।

আন এক পৰিসংখ্যাতো মেছি আৰু ৰোণাল্ডোক অতিক্ৰম কৰিছে এমবাপেই। ২৩ বছৰ বয়সৰ এমবাপেই ১১১বাৰ সতীৰ্থক গ’ল দিয়াত সহায় কৰিছে। এই সংখ্যা মেছি আৰু ৰোণাল্ডোৰ ক্ৰমে ৮৪ আৰু ৬৬। আন একাধিক ক্ষেত্ৰত এমবাপেই নিজৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিছে।

সম্প্ৰতি এমবাপেৰ কেবিনেটত আছে ১৪টা ট্ৰফী। ২৩ বছৰ বয়সত মেছিয়ে ১২টা আৰু ৰোণাল্ডোৱে পাঁচটা ট্ৰফী জয় কৰিছিল। দেশক প্রতিনিধিত্ব কৰাৰ ক্ষেত্ৰতো এমবাপে দুই মহাতাৰকাতকৈ পিছুৱাই থকা নাই।

২৩ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে তেওঁ ফ্ৰান্সৰ হৈ ৫৩খন মেচ খেলিছে। সমসংখ্যক মেচ খেলিছিল ৰোণাল্ডোৱে। আর্জেণ্টিনাৰ হৈ মেছিয়ে খেলিছিল ৪৯খন মেচ। মাত্র ১৭ বছৰ বয়সতে পেছাদাৰী ফুটবলত হেট্ৰিক অৰ্জনৰ কৃতিত্ব এমবাপেৰ আছে, যিটো নাই মেছি বা ৰোণাল্ডোৰ।

একাধিক পৰিসংখ্যাতে ২৩ বছৰৰ এমবাপেই অতিক্ৰম কৰিছে ২৩ বছৰৰ মেছি আৰু ৰোণাল্ডোক। প্রায় কোনো ক্ষেত্ৰতে তেওঁ পিছপৰি থকা নাই। মনত ৰাখিব লাগিব যে শেষ পর্যন্ত এজন খেলুৱৈৰ সাফল্যৰ পৰিসংখ্যাৰ দ্বাৰাই তেওঁৰ শ্রেষ্ঠত্বৰ বিচাৰ হয়।

খেলুৱৈৰ দক্ষতা, শিল্প গুৰুত্বপূৰ্ণ হ’লেও শেষ কথা কয় সাফল্যই। মিৰ’শ্লাভ ক্ল’জ, পাওলো ৰোছি, ছালভাট’ৰ শ্বিলাচ্চি, মাৰিঅ’ কেম্পেছ, জাঁ ফণ্টেই আদিক কোনো ফুটবল বিশেষজ্ঞই মহান ফুটবলাৰৰ শাৰীত নাৰাখে। অথচ তেওঁলোকৰ নাম বিশ্বকাপৰ ইতিহাসত লিপিবদ্ধ হৈ থাকিব।

যি কাৰ্য কৰিব নোৱাৰিলে মিচেল প্লাটিনি, জিকো, জর্জ বেষ্ট, জ’হান ক্রুয়েফ, ৰুড গুলিট, ইউছেবিঅ’, ফেৰেংক পুছকাছৰ দৰে কিংবদন্তিয়ে। এই সাফল্যৰ দিশৰ পৰাও এমবাপে এতিয়াই কিছু আগবাঢ়ি গৈছে। ৰোণাল্ডোৱে পর্তুগালক ইউৰ’ আৰু নেচনছ কাপত বিজয়ী কৰাইছে।

মেছিয়ে কোপা আমেৰিকা জয় কৰিছে আৰু দলক বিশ্বকাপৰ ফাইনেললৈ নিছে। তথাপি বিশ্বকাপ জয় কৰিব পৰা নাই। এমবাপে ২০১৮তে বিশ্বকাপ বিজয়ী হৈছে। এইবাৰ তেওঁৰ বাবে আছে দ্বিতীয় বিশ্বকাপ জয়ৰ সুযোগ।

অৱশ্যে পৰিসংখ্যা এমবাপেৰ পক্ষত থাকিলেও কোনো কোনো ফুটবল বিশেষজ্ঞই এতিয়াই তেওঁক আগুৱাই ৰাখিব নোখোজে৷ তেনে এজন বিশেষজ্ঞৰ মতে, এমবাপে নিঃসন্দেহে ডাঙৰ ফুটবলাৰ আৰু ৰোণাল্ডোতকৈ কিছু আগবাঢ়ি আছে।

অথচ মেছি অন্য জাতৰ খেলুৱৈ। এমবাপে কিয়, যিকোনো ফুটবলাৰৰ বাবেই মেছিৰ কাষত উপনীত হোৱাটো কঠিন বুলিয়ে তেওঁ গণ্য কৰে।বিশেষজ্ঞজনে লগতে কয় যে মেছি বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰসকলৰ প্ৰথম শাৰীতে থাকিব। ক্রীড়া নৈপুণ্যতো মেছি আগবাঢ়ি থাকিব।

পৰৱৰ্তী কিছু বছৰৰ পাছতহে এমবাপে মেছিৰ কাষ চাপিবলৈ সক্ষম হ’ব বুলি তেওঁ কয়। অৱশ্যে আন একাংশৰ মতে, সাফল্যই শ্রেষ্ঠত্বৰ মাপকাঠী হোৱা উচিত। সাফল্য নাথাকিলে দক্ষতা গুৰুত্বহীন। তুলনাত কম দক্ষতাৰে সাফল্য আনিলে সেয়া বেছি গুৰুত্বপূৰ্ণ। তেওঁলোকে কয় যে ইতিহাসে পৰাজিতসকলক মনত নাৰাখে।

ইতিহাসে সদায় চেম্পিয়নক মনত ৰাখে। অধিকাংশ খেলুৱৈয়ে সকলো ধৰণৰ চেষ্টা কৰিও সাফল্য পাব নোৱাৰে। যিসকলে পাৰে,তেওঁলোকেই শ্রেষ্ঠ বুলি বিবেচিত হয়। ২৩ বছৰ বয়সতে এমবাপেই একাধিক ক্ষেত্ৰত সেয়া কৰি দেখুৱাইছে বুলি তেওঁলোকে মত প্ৰকাশ কৰে। উল্লেখ্য যে মেছি, ৰোণাল্ডোৰ সাফল্য যিকোনো ফুটবলাৰৰ বাবে ঈর্ষণীয়।

তেওঁলোক এতিয়া ফুটবল কেৰিয়াৰৰ অস্তাচলত উপনীত হৈছে। এমবাপে এতিয়াও উদয়াচলতে আছে। গতিকে তেওঁক তুলনা কৰাৰ সময় এতিয়াও হয়তো অহা নাই। কমেও ১০টা বছৰ তেওঁ ক্লাব ফুটবলত খেলিব পাৰিব।

সমান্তৰালকৈ খেলিব আন্তর্জাতিক ফুটবল। সেয়ে এতিয়াই তেওঁ যি গতিৰে অগ্ৰসৰ হৈছে, তাৰ পৰা ক’ব পাৰি যে আগন্তুক দিনত আৰু অসংখ্য অভিলেখৰ গৰাকী হ’ব এমবাপে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cristiano RonaldoFIFA World Cup 2022Kylian MbappeLionel Messi
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d