Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

FIFA World Cup 2022 : সৰ্বকালৰ সফল ফুটবলাৰ হ’ব এমবাপে !

ফৰাচী ষ্ট্ৰাইকাৰৰ সন্মুখত যেন মহাতাৰকাও ম্লান

publisher by publisher
December 14, 2022
in International, News, Sports
Reading Time: 1 min read
0
FIFA World Cup 2022 : সৰ্বকালৰ সফল ফুটবলাৰ হ’ব এমবাপে !
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

ফুটবলৰ ৰাজপুত্ৰৰ ‘উৰন্ত প্রাসাদ’ত কি কি আছে জানেনে?

মেছিক চাবলৈ এটা টিকটৰ দাম ১০ লাখ টকা! 

মেছিৰ আগমনত কলকাতাত সতৰ্কতা বৃদ্ধি, যুৱ ভাৰতীৰ আশে-পাশে যাতায়তৰ পথ সলনি

FIFA World Cup 2022 :

বয়স মাত্র ২৩ বছৰ। অহা ২০ ডিচেম্বৰত তেওঁ ২৪ বছৰত ভৰি দিব। এই বয়সতে দ্বিতীয়বাৰলৈ বিশ্বকাপ জয়ৰ সুযোগ পাইছে কিলিয়ান এমবাপেই। নিজৰ পেছাদাৰী ফুটবল জীৱনৰ প্ৰথম প্ৰহৰতে আছে এমবাপে।

ADVERTISEMENT

এই কম সময়তে ইমানেই সাফল্য তথা কৃতিত্ব অর্জন কৰিছে, যাৰ পৰা ফুটবল ইতিহাসৰ সবাতোকৈ সফল ফুটবলাৰত পৰিগণিত হোৱাৰে সম্ভাৱনা প্ৰকট কৰিছে ফ্ৰান্সৰ তৰুণ তাৰকাজনে। দুবাৰৰ বিশ্বকাপত এমবাপেই এই পর্যন্ত নটা গ’ল দিছে।

খেলিছে মাত্র ১২খন মেচ। কাটাৰত এই পর্যন্ত পাঁচটা গ’ল দি ‘সোণালী বুট’ লাভৰ দৌৰত আগস্থানত আছে তেওঁ। অনবদ্য প্ৰদৰ্শনেৰে লিয়নেল মেছি, ক্রিষ্টিয়ানো ৰোণাল্ডোৰ দৰে মহাতাৰকাকো অতিক্ৰম কৰি গৈছে ফৰাচী ষ্ট্ৰাইকাৰজনে।

ইতিমধ্যে থিয়েৰী হেনৰী আৰু জিনেদাইন জিদানক অতিক্ৰম কৰি ফ্ৰান্সৰ হৈ বিশ্বকাপত সৰ্বাধিক গ’ল দিয়াৰ তালিকাত এমবাপে দ্বিতীয় স্থানলৈ উন্নীত হৈছে। এই ক্ষেত্ৰত তেওঁৰ সন্মুখত আছে জাঁ ফণ্টেই (১৩টা)।

লগতে ২৪ বছৰত ভৰি দিয়াৰ পূৰ্বেই বিশ্বকাপত সৰ্বাধিক গ’ল দিয়া ব্ৰাজিলৰ ‘ক’লা মুকুতা’ পেলেৰ নজিৰ স্পৰ্শ কৰিছে তেওঁ। কোনো ধৰণৰ আঘাতজনিত সমস্যাই বাধাৰ সৃষ্টি নকৰিলে এমবাপেই আৰু কমেও দুবাৰ বিশ্বকাপ খেলাৰ সুযোগ পাব ।

সেইক্ষেত্ৰত তেওঁ ভংগ কৰিব পাৰে জাৰ্মানীৰ মিৰ’শ্লাভ ক্ল’জৰ বিশ্বকাপত সৰ্বাধিক ১৬টা গ’লৰ অভিলেখ। সাধাৰণ দৃষ্টিত বিভিন্ন প্ৰজন্মৰ খেলুৱৈসকলৰ মাজত তুলনা কৰাটো কঠিন। প্রতিপক্ষ, সতীৰ্থ, খেলৰ কৌশল, নিয়ম, প্রযুক্তি আদি বহু বিষয় সলনি হৈ পৰে। ফলত সলনি হয় শ্রেষ্ঠজনক বাছি লোৱাৰ কাৰক। এজন শ্রেষ্ঠ খেলুৱৈ সততে নির্বাচন কৰা হয় তেওঁৰ সাফল্য, প্ৰদৰ্শন, অৰিহণা আদিৰ পৰা।

এইবোৰৰ জৰিয়তে এমবাপেক সামগ্ৰিকভাৱে সৰ্বশ্ৰেষ্ঠ আখ্যা দিয়াৰ সময় আহি পৰা নাই। তথাপি কেৱল পৰিসংখ্যাৰ দিশৰ পৰা বিচাৰ কৰিলে চলিত বৰ্ষতে ফৰাচী তাৰকাজনে অতিক্ৰম কৰিছে সাম্প্ৰতিক ফুটবলৰ দুই শ্রেষ্ঠ খেলুৱৈ মেছি আৰু ৰোণাল্ডোক।

২৩ বছৰ বয়সত পেছাদাৰী ফুটবলত ৰোণাল্ডোৱে দিছিল ১৩২টা গ’ল। মেছিও এই ক্ষেত্ৰত বেছি পিছপৰি থকা নাছিল। অথচ এই বয়সতে দুই মহাতাৰকাক অতিক্ৰম কৰি এমবাপেই জাতীয় দল আৰু ক্লাব মিলাই দিছে ১৯৭টা গ’ল।

আন এক পৰিসংখ্যাতো মেছি আৰু ৰোণাল্ডোক অতিক্ৰম কৰিছে এমবাপেই। ২৩ বছৰ বয়সৰ এমবাপেই ১১১বাৰ সতীৰ্থক গ’ল দিয়াত সহায় কৰিছে। এই সংখ্যা মেছি আৰু ৰোণাল্ডোৰ ক্ৰমে ৮৪ আৰু ৬৬। আন একাধিক ক্ষেত্ৰত এমবাপেই নিজৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিছে।

সম্প্ৰতি এমবাপেৰ কেবিনেটত আছে ১৪টা ট্ৰফী। ২৩ বছৰ বয়সত মেছিয়ে ১২টা আৰু ৰোণাল্ডোৱে পাঁচটা ট্ৰফী জয় কৰিছিল। দেশক প্রতিনিধিত্ব কৰাৰ ক্ষেত্ৰতো এমবাপে দুই মহাতাৰকাতকৈ পিছুৱাই থকা নাই।

২৩ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে তেওঁ ফ্ৰান্সৰ হৈ ৫৩খন মেচ খেলিছে। সমসংখ্যক মেচ খেলিছিল ৰোণাল্ডোৱে। আর্জেণ্টিনাৰ হৈ মেছিয়ে খেলিছিল ৪৯খন মেচ। মাত্র ১৭ বছৰ বয়সতে পেছাদাৰী ফুটবলত হেট্ৰিক অৰ্জনৰ কৃতিত্ব এমবাপেৰ আছে, যিটো নাই মেছি বা ৰোণাল্ডোৰ।

একাধিক পৰিসংখ্যাতে ২৩ বছৰৰ এমবাপেই অতিক্ৰম কৰিছে ২৩ বছৰৰ মেছি আৰু ৰোণাল্ডোক। প্রায় কোনো ক্ষেত্ৰতে তেওঁ পিছপৰি থকা নাই। মনত ৰাখিব লাগিব যে শেষ পর্যন্ত এজন খেলুৱৈৰ সাফল্যৰ পৰিসংখ্যাৰ দ্বাৰাই তেওঁৰ শ্রেষ্ঠত্বৰ বিচাৰ হয়।

খেলুৱৈৰ দক্ষতা, শিল্প গুৰুত্বপূৰ্ণ হ’লেও শেষ কথা কয় সাফল্যই। মিৰ’শ্লাভ ক্ল’জ, পাওলো ৰোছি, ছালভাট’ৰ শ্বিলাচ্চি, মাৰিঅ’ কেম্পেছ, জাঁ ফণ্টেই আদিক কোনো ফুটবল বিশেষজ্ঞই মহান ফুটবলাৰৰ শাৰীত নাৰাখে। অথচ তেওঁলোকৰ নাম বিশ্বকাপৰ ইতিহাসত লিপিবদ্ধ হৈ থাকিব।

যি কাৰ্য কৰিব নোৱাৰিলে মিচেল প্লাটিনি, জিকো, জর্জ বেষ্ট, জ’হান ক্রুয়েফ, ৰুড গুলিট, ইউছেবিঅ’, ফেৰেংক পুছকাছৰ দৰে কিংবদন্তিয়ে। এই সাফল্যৰ দিশৰ পৰাও এমবাপে এতিয়াই কিছু আগবাঢ়ি গৈছে। ৰোণাল্ডোৱে পর্তুগালক ইউৰ’ আৰু নেচনছ কাপত বিজয়ী কৰাইছে।

মেছিয়ে কোপা আমেৰিকা জয় কৰিছে আৰু দলক বিশ্বকাপৰ ফাইনেললৈ নিছে। তথাপি বিশ্বকাপ জয় কৰিব পৰা নাই। এমবাপে ২০১৮তে বিশ্বকাপ বিজয়ী হৈছে। এইবাৰ তেওঁৰ বাবে আছে দ্বিতীয় বিশ্বকাপ জয়ৰ সুযোগ।

অৱশ্যে পৰিসংখ্যা এমবাপেৰ পক্ষত থাকিলেও কোনো কোনো ফুটবল বিশেষজ্ঞই এতিয়াই তেওঁক আগুৱাই ৰাখিব নোখোজে৷ তেনে এজন বিশেষজ্ঞৰ মতে, এমবাপে নিঃসন্দেহে ডাঙৰ ফুটবলাৰ আৰু ৰোণাল্ডোতকৈ কিছু আগবাঢ়ি আছে।

অথচ মেছি অন্য জাতৰ খেলুৱৈ। এমবাপে কিয়, যিকোনো ফুটবলাৰৰ বাবেই মেছিৰ কাষত উপনীত হোৱাটো কঠিন বুলিয়ে তেওঁ গণ্য কৰে।বিশেষজ্ঞজনে লগতে কয় যে মেছি বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰসকলৰ প্ৰথম শাৰীতে থাকিব। ক্রীড়া নৈপুণ্যতো মেছি আগবাঢ়ি থাকিব।

পৰৱৰ্তী কিছু বছৰৰ পাছতহে এমবাপে মেছিৰ কাষ চাপিবলৈ সক্ষম হ’ব বুলি তেওঁ কয়। অৱশ্যে আন একাংশৰ মতে, সাফল্যই শ্রেষ্ঠত্বৰ মাপকাঠী হোৱা উচিত। সাফল্য নাথাকিলে দক্ষতা গুৰুত্বহীন। তুলনাত কম দক্ষতাৰে সাফল্য আনিলে সেয়া বেছি গুৰুত্বপূৰ্ণ। তেওঁলোকে কয় যে ইতিহাসে পৰাজিতসকলক মনত নাৰাখে।

ইতিহাসে সদায় চেম্পিয়নক মনত ৰাখে। অধিকাংশ খেলুৱৈয়ে সকলো ধৰণৰ চেষ্টা কৰিও সাফল্য পাব নোৱাৰে। যিসকলে পাৰে,তেওঁলোকেই শ্রেষ্ঠ বুলি বিবেচিত হয়। ২৩ বছৰ বয়সতে এমবাপেই একাধিক ক্ষেত্ৰত সেয়া কৰি দেখুৱাইছে বুলি তেওঁলোকে মত প্ৰকাশ কৰে। উল্লেখ্য যে মেছি, ৰোণাল্ডোৰ সাফল্য যিকোনো ফুটবলাৰৰ বাবে ঈর্ষণীয়।

তেওঁলোক এতিয়া ফুটবল কেৰিয়াৰৰ অস্তাচলত উপনীত হৈছে। এমবাপে এতিয়াও উদয়াচলতে আছে। গতিকে তেওঁক তুলনা কৰাৰ সময় এতিয়াও হয়তো অহা নাই। কমেও ১০টা বছৰ তেওঁ ক্লাব ফুটবলত খেলিব পাৰিব।

সমান্তৰালকৈ খেলিব আন্তর্জাতিক ফুটবল। সেয়ে এতিয়াই তেওঁ যি গতিৰে অগ্ৰসৰ হৈছে, তাৰ পৰা ক’ব পাৰি যে আগন্তুক দিনত আৰু অসংখ্য অভিলেখৰ গৰাকী হ’ব এমবাপে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cristiano RonaldoFIFA World Cup 2022Kylian MbappeLionel Messi
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও
International

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d