Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Fans at World Cup at Risk of Camel Flu : ফুটবল বিশ্বকাপৰ পৰা মাৰাত্মক ৰোগ সংক্ৰমিত হোৱাৰ সম্ভাৱনা !

সতর্কবাণী চিকিৎসকসকলৰ

publisher by publisher
November 27, 2022
in International, News, Sports
Reading Time: 1 min read
0
Fans at World Cup at Risk of Camel Flu : ফুটবল বিশ্বকাপৰ পৰা মাৰাত্মক ৰোগ সংক্ৰমিত হোৱাৰ সম্ভাৱনা !
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

Fans at World Cup at Risk of Camel Flu :

ADVERTISEMENT

ফুটবল বিশ্বকাপ সন্দৰ্ভত সতর্কবাণী দিলে বিশেষজ্ঞসকলে । বিশ্ব স্বাস্থ্য সংস্থা বা হু-ৰ তৰফৰ পৰা জনাইছে যে, বিশ্বকাপৰ মঞ্চ কাটাৰৰ পৰা সংক্ৰমিত হ’ব পাৰে বিপুল সংক্রামক ‘কেমেল ফ্লু’ । শীঘ্ৰে এই বিষয়ত সাৱধান নহ’লে ভৱিষ্যতে বৃহৎ বিপদ হ’ব পাৰে বুলি জনাইছে তেওঁলোকে ।

আগন্তক দিনত ‘কেমেল ফ্লু’এ মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে বুলি বহু দিন ধৰি সতৰ্ক কৰি আছে বিশেষজ্ঞসকলে । কৰ’নাভাইৰাছ, মাংকিপক্সৰ পাছত অনাগত দিনত এই কেমেল ফ্লু-এ বিৰাট সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে ।

কেমেল ফ্লু কি ?

সাধাৰণতে পূৱ এছিয়াৰ বিভিন্ন ঠাইত এই ৰোগ সংক্ৰমণ হোৱাৰ খবৰ পোৱা যায় । বিজ্ঞানৰ ভাষাত ইয়াক “Middle East respiratory syndrome” (MERS) বুলিও কোৱা হয় । মূলত উটৰ পৰা এই ৰোগ সংক্ৰমণ হয় ।

বিশ্বকাপৰ মঞ্চত কোনসকলৰ বিপদৰ শংকা অধিক ?

সম্প্রতি প্রকাশিত এক প্ৰতিবেদন অনুযায়ী, সমগ্ৰ বিশ্বৰ পৰা প্রায় ১২ লাখ লোক বর্তমান কাটাৰত বিশ্বকাপ চাবলৈ আহিছে । ফুটবলৰ দলৰ সদস্য, অনুৰাগীসকলৰ উপৰিও, এই ভিৰৰ বাবে স্থানীয়সকল আৰু পৰৱর্তীকালত প্রতিখন দেশৰ মানুহৰ মাজত সংক্ৰমিত হ’ব পাৰে এই ৰোগ । ইয়াৰ ফলত পুনৰ এক অতিমাৰী আৰম্ভ হোৱাৰ শংকা আছে বুলিও ধাৰণা কৰিছে তেওঁলোকে ।

কিমাশ প্রস্তুত কাটাৰ ?

এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’লে নিয়ন্ত্ৰণ কৰিব পৰাৰ দৰে প্রস্তুত আছে আয়োজক দেশ কাটাৰ । নিয়মিত পৰীক্ষা আৰু হাস্পাতালসমূহ প্রস্তুত ৰখা হৈছে । তদুপৰি নিয়মীয়া টিকাকৰণো অব্যাহত আছে বুলি জনাইছে ।

কেনেদৰে সাৱধান ?

এই ৰোগৰ সংক্রমণ ৰোধ কৰিবৰ বাবে বিশেষজ্ঞসকলে সকলোকে উটৰ পৰা দূৰত থকাৰ পৰামর্শ দিছে । উট স্পর্শ কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে । ইয়াৰ উপৰি কোনো সমস্যা দেখা দিলে (বিশেষকৈ জ্বৰ) দ্রুত চিকিৎসকৰ কাষ চাপিবলৈ কোৱা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FIFA World CupHealth
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d