Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rahul Gandhi : যুদ্ধৰ প্রস্তুতি কৰিছে চীনে, মোদী চৰকাৰৰ টোপনি ভাঙিব কেতিয়া ? কেন্দ্রক কটাক্ষ ৰাহুল গান্ধীৰ

publisher by publisher
December 16, 2022
in India, News
Reading Time: 2 mins read
0
Rahul Gandhi : যুদ্ধৰ প্রস্তুতি কৰিছে চীনে, মোদী চৰকাৰৰ টোপনি ভাঙিব কেতিয়া ? কেন্দ্রক কটাক্ষ ৰাহুল গান্ধীৰ
2
SHARES
17
VIEWS
ShareShareShareShare

Rahul Gandhi :

চীন সন্দৰ্ভত প্রকৃত নিয়ন্ত্রণ ৰেখাৰ সংকটৰ বিষয়ে লুকুৱাই ৰাখিব বিচাৰিছে নৰেন্দ্র মোদীৰ চৰকাৰে । অৰুণাচলৰ ঘটনাৰ পাছত প্রতিক্রিয়া জনালে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে ।

ADVERTISEMENT

তেওঁৰ দাবী, বেইজিঙে ভাৰতৰ স’তে যুদ্ধৰ প্রস্তুতি কৰিছে, কিন্তু সেয়া মানি ল’ব বিচৰা নাই নৰেন্দ্র মোদী প্রশাসনে ।

RelatedPosts

PM Narenda Modi:পহলগাম নৰসংহাৰৰ এবছৰ সম্পূৰ্ণ হোৱাত পহলগাম আক্ৰমণৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

HPCL Refinery Fire Accident: প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰাৰ পূৰ্বেই জ্বলি ভস্মীভূত ৰাজস্থানৰ এইচ পি চি এল তেল শোধনাগাৰ

Pm Modi Election Rally in Barpeta: বৰপেটাত বিশাল জনসভাত মোডীৰ উদাত্ত ভাষণ

দেশব্যাপী পদযাত্রা কৰিছে ৰাহুলে । ইতিমধ্যে ৰাজস্থানত উপস্থিত হৈছে ‘ভাৰত জোড়ো’ যাত্রা । দৌছা জিলাত ৰাজ্যখনৰ শুকুৰবাৰে ৰাহুলে দাবী কৰে, চীনে পূৰ্ণগতিত যুদ্ধৰ প্রস্তুতি চলাইছে ।

তেওঁ কয়, ‘‘চীনে অনুপ্রৱেশৰ নহয়, সম্পূৰ্ণ যুদ্ধৰ পৰিকল্পনা কৰিছে । তেওঁলোক যুদ্ধৰ বাবে প্ৰস্তুত হৈছে । চাওক, তেওঁলোকে কেনে ধৰণৰ অস্ত্র ব্যৱহাৰ কৰিছে । কিন্তু আমাৰ চৰকাৰে মানি ল’ব‌ই বিচৰা নাই । প্ৰকৃততে ভাৰত চৰকাৰে এট ঘটনাক কেন্দ্র কৰি কাম কৰিছে, সামগ্রিক কৌশল বুলি একো নাই ।’’

আক্রমণৰ সন্দৰ্ভত জোৰ দি ৰাহুলে আৰু কয়, ‘‘চীনে আমাৰ ভূমি কাঢ়ি লৈছে । আমাৰ সেনাক মাৰিছে । চীনৰ বিপদ এতিয়া আৰু লুকুৱাই ৰখা বিষয় নহয় । কিন্তু চৰকাৰে এইবোৰ দেখিও নেদেখা ভাও ধৰিছে । চীনে লাদাখ আৰু অৰুণাচলত যুদ্ধৰ প্রস্তুতি কৰিছে আৰু ভাৰত চৰকাৰ টোপনিত লালকাল !’’

ৰাহুলৰ এই মন্তব্য অত্যন্ত তাৎপর্যপূর্ণ কাৰণ অৰুণাচলৰ ঘটনা সন্দৰ্ভত কেন্দ্রীয় চৰকাৰে জনাইছে যে, প্রকৃত নিয়ন্ত্রণ ৰেখাৰ সমান্তৰাল চীন ‘এককভাৱে স্থিতাৱস্থা সলনিৰ চেষ্টা’ত । তাৰেই ফলশ্রুতি অৰুণাচলত দুই দেশৰ সেনাৰ মাজত হাতাহাতি । যি ঘটনাত দুই তৰফৰ পৰাই একাধিক সেনা জোৱান আহত হৈছে বুলি খবৰ ।

২০২০-ত লাদাখৰ গালৱান উপত্যকাত একেদৰে দুই পৰমাণু শক্তিসম্পন্ন দেশৰ সেনা হাতাহাতিত লিপ্ত হৈ পৰিছিল । তাত ভাৰতীয় সেনাৰ ২০ জন আৰু চীনৰ পিপলছ লিবাৰেছন আর্মিৰ (পিএলএ) চাৰিজন সেনাকর্মীৰ মৃত্যুৰ খবৰ পোৱা গৈছিল । তাৰ পাছৰ পৰা ইমান বৃহৎ সংঘর্ষ পৰিলক্ষিত নহয় ।

অৰুণাচল প্রদেশৰ দখল কাৰ হাতত থাকিব, ১৯৬২-ত ইয়াকে লৈ দ্বন্দ্বৰ ফলত তুমুল যুদ্ধত লিপ্ত হৈ পৰিছিল ভাৰত আৰু চীন । বেইজিঙৰ দাবী আছিল, অৰুণাচল তেওঁলোকৰ এক্তিয়াৰভুক্ত আৰু এই অঞ্চলক তিব্বতৰ অংশ হিচাপেই গণ্য কৰে চীনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ARUNACHAL PRADESHIndo-China ConflictPM Narendra ModiRahul Gandhi
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d