Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !

    Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

    Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

    Financial Assistance Of AEC Alumni: জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাত আহত ডি আই পিকআপ ভানৰ তিনি আঘাত প্ৰাপ্তৰ কাষত প্ৰাক্তন এ ই চিৰ ছাত্ৰ- ফেকাল্টি

    Maligaon Fly Over Fire:মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা গেটত অঘটন !

    AEC New Principal Appointed:অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি ড: কল্যাণ কলিতাক

    Guwahati High Court:আজি মুক্তি নহয় ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Assam Job Fairs : পাঁচ বছৰত ৰাজ্যত অনুষ্ঠিত ১৯৭ খন নিয়োগ মেলাত অসমৰ ৩,২২৩ জনহে বাছনি

publisher by publisher
December 17, 2022
in News, Assam
Reading Time: 1 min read
0
Assam Job Fairs : পাঁচ বছৰত ৰাজ্যত অনুষ্ঠিত ১৯৭ খন নিয়োগ মেলাত অসমৰ ৩,২২৩ জনহে বাছনি
0
SHARES
4
VIEWS
ShareShareShareShare

Assam Job Fairs :

চৰকাৰী খণ্ডৰ উপৰি ব্যক্তিগত খণ্ডৰ উদ্যোগ-প্রতিষ্ঠানসমূহত নিযুক্তি উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্রণালয়ৰ অধীনত তথা ৰাজ্য চৰকাৰসমূহৰ সহযোগত নেছনেল কেৰিয়াৰ ছাৰ্ভিচে (এনচিএছ) অনুষ্ঠিত কৰি অহা নিয়োগ মেলা (জৱ ফেয়াৰ্ছ)ৰ জৰিয়তে অসমৰ মাত্র ৩,২২৩ জন প্রার্থীহে নিৰ্বাচিত হৈছে।

ADVERTISEMENT

উল্লেখ্য যে চিমেণ্ট উদ্যোগ, ব্যক্তিগত চিকিৎসালয়, বাহন বিক্রী প্রতিষ্ঠান, বিলাসী হোটেল আদিত নিয়োগৰ বাবে ৰাজ্যত নেছনেল কেৰিয়াৰ ছাৰ্ভিচে জিলা নিয়োগ কেন্দ্রসমূহত বিগত বৰ্ষৰ ২৩ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ চাৰি জানুৱাৰীলৈ নিয়োগ মেলা অনুষ্ঠিত কৰিছিল।

RelatedPosts

Guwahati Medical College Revoked:কেন্দ্ৰীয় চৰকাৰে বাতিল কৰে ৪০ খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি

Top Central University In Assam : শীর্ষ ২০খন কেন্দ্রীয় বিশ্ববিদ্যালয় তালিকাত অসমৰ দুখন

Hotter Weather In Assam:আজি পুনৰ উৎকট গৰমে দহিছে ৰাজ্যৰ লগতে মহানগৰবাসীক

লাখ লাখ নিবনুৱাৰে ভাৰাক্ৰান্ত অসমত চৰকাৰী চাকৰি নহ’লেও এটা ব্যক্তিগত খণ্ডৰ চাকৰিৰ আশাৰে জিলাই জিলাই হেজাৰ হেজাৰ নিবনুৱাই এই নিয়োগ মেলাসমূহত অংশগ্ৰহণ কৰিছিল যদিও যোৱা পাঁচ বছৰত এনে নিয়োগ মেলাৰ জৰিয়তে ৰাজ্যত মাত্র ৩,২২৩জন প্রার্থীয়েহে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে।

শ্রম আৰু নিয়োগ মন্ত্রণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১৭ৰ পহিলা এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ ৩০ নৱেম্বৰ পর্যন্ত দেশৰ ৩৪ খন ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলত নেছনেল কেৰিয়াৰ ছাৰ্ভিচৰ উদ্যোগত মুঠ ২৪,৪০৩খন নিয়োগ মেলা অনুষ্ঠিত হৈছে।

এই সময়ছোৱাত অসমত ১৯৭খন নিয়োগ মেলা অনুষ্ঠিত হৈছে আৰু এইবোৰৰ জৰিয়তে ৰাজ্যখনৰ ৩,২২৩ প্ৰাৰ্থী নিৰ্বাচিত হৈছে বুলি তথ্যত প্ৰকাশ পাইছে।

উল্লেখ্য যে এই নিয়োগ মেলাৰ জৰিয়তে সৰ্বাধিক উপকৃত হৈছে পাঞ্জাৱ, গুজৰাট আৰু উত্তৰ প্ৰদেশ। কেন্দ্ৰীয় নিয়োগ মন্ত্রণালয়ে প্রকাশ কৰা তথ্য অনুসৰি, উল্লিখিত সময়ছোৱাত পাঞ্জাৱত অনুষ্ঠিত মুঠ ৫,৭৬৬খন নিয়োগ মেলাৰ জৰিয়তে দেশৰ ভিতৰতে সৰ্বাধিক ৪,২৪,৬১০ জন প্রার্থী বাছনি হৈছে।

ইয়াৰ বিপৰীতে গুজৰাটত ২,৭৬৫ খন নিয়োগ মেলাৰ জৰিয়তে ৩,৪৫,৯০৭ জন আৰু উত্তৰ প্ৰদেশত ২,০৬৭খন নিয়োগ মেলাৰ জৰিয়তে ১,৯৯,২২০ জন প্রার্থী বাছনি হৈছে।

ইয়াৰ উপৰি মধ্যপ্ৰদেশত অনুষ্ঠিত ৮২৪খন নিয়োগ মেলাৰ জৰিয়তে ৯৮,২০৫ জন, ৯৪৪খন নিয়োগ মেলাৰ জৰিয়তে কৰ্ণাটকত ৫৭,৫৩৪ জন, ৬৪৩খন নিয়োগ মেলাৰ জৰিয়তে ঝাৰখণ্ডত ৪৩,২৮৮জন, ৫১৮খন নিয়োগ মেলাৰ জৰিয়তে তামিলনাডুত ৪১,৭৭৪জন, ৬৪৮খন নিয়োগ মেলাৰ জৰিয়তে ৰাজস্থানত ৪০,৪৪৯ জন, ৭৯০ খন নিয়োগ মেলাৰ জৰিয়তে মহাৰাষ্ট্ৰত ২৩,৬৫৫ জন, ১,৯৯০খন নিয়োগ মেলাৰ জৰিয়তে অন্ধ্ৰপ্ৰদেশত ২৩,০৭৮ জন, ১,০০৯ খন নিয়োগ মেলাৰ জৰিয়তে হিমাচল প্ৰদেশত ২০,৫৪৯ জন, ১,৪৯৬খন নিয়োগ মেলাৰ জৰিয়তে চত্তিশগড়ত ১৮,৮২৭ জন, ১,৯০৯ খন নিয়োগ মেলাৰ জৰিয়তে কেৰালাত ১৮,২৫৯ জন, ৪১৬ খন নিয়োগ মেলাৰ জৰিয়তে ওড়িছাত ১৭,৬৯২ জন, ১৭৪খন নিয়োগ মেলাৰ জৰিয়তে উত্তৰাখণ্ডত ১০,০৬৫ জন আৰু ৫৪২খন নিয়োগ মেলাৰ জৰিয়তে বিহাৰত ৯,৩৬৩ জন প্রার্থী বাছনি হৈছে বুলি নিয়োগ মন্ত্রণালয়ৰ তথ্যত প্ৰকাশ পাইছে।

আনহাতে, হাৰিয়ানাত অনুষ্ঠিত ১৯৮খন নিয়োগ মেলাৰ জৰিয়তে ৬,৯৯৩ জন, ৬০খন নিয়োগ মেলাৰ জৰিয়তে জম্মু-কাশ্মীৰত ৩,৮০০ জন, ৭৮৪ খন নিয়োগ মেলাৰ জৰিয়তে তেলেংগানাত ৩,৭৬২জন, ৫৮ খন নিয়োগ মেলাৰ জৰিয়তে ত্ৰিপুৰাত ২,৩৬৪ জন, ১৫৭খন নিয়োগ মেলাৰ জৰিয়তে মণিপুৰত ২,১৮৬ জন, ছখন নিয়োগ মেলাৰ জৰিয়তে দমন আৰু ডিউত ১,১১৬ জন, ১১খন নিয়োগ মেলাৰ জৰিয়তে গোৱাত ৬০৭ জন, ২১৯খন নিয়োগ মেলাৰ জৰিয়তে পশ্চিমবংগত ৫৯৯ জন, ৫৮খন নিয়োগ মেলাৰ জৰিয়তে দিল্লীত ৩৮১ জন, ১৪ খন নিয়োগ মেলাৰ জৰিয়তে চণ্ডিগড়ত ১৪৩ জন, ছখন নিয়োগ মেলাৰ জৰিয়তে মেঘালয়ত ৫২ জন, সাতখন নিয়োগ মেলাৰ জৰিয়তে ছিকিমত ৪০ জন, চাৰিখন নিয়োগ মেলাৰ জৰিয়তে নগালেণ্ডত ৩১ জন আৰু অৰুণাচল প্ৰদেশত অনুষ্ঠিত হোৱা পাঁচখন নিয়োগ মেলাৰ জৰিয়তে দুজন প্রার্থী বাছনি হৈছে।

উল্লেখ্য যে ২০১৭ৰ পহিলা এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ ৩০ নৱেম্বৰ পৰ্যন্ত নেছনেল কেৰিয়াৰ ছাৰ্ভিচৰ উদ্যোগত দেশৰ ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ২৪,৪০৩ খন নিয়োগ মেলা অনুষ্ঠিত হৈছে, য’ত ১৪,২০,৯৩৬ জন প্রার্থী বাছনি হৈছে বুলি নিয়োগ মন্ত্রণালয়ে তথ্য সদৰী কৰিছে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamJob FairsNCS
publisher

publisher

Related Posts

kokrajhar :ওড়িশাৰ দৰে অনুৰূপ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মালবাহী ৰে’ল !
Assam

June 3, 2023
Odisha Coromandel Express Accident:ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত তিনি শতাধিক যাত্ৰী,আহত সহস্ৰাধিক
India

Odisha Coromandel Express Accident:ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত তিনি শতাধিক যাত্ৰী,আহত সহস্ৰাধিক

June 3, 2023
Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !
India

Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !

June 2, 2023
Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !
Assam

Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

June 2, 2023
Financial Assistance Of AEC Alumni: জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাত আহত ডি আই পিকআপ ভানৰ তিনি আঘাত প্ৰাপ্তৰ কাষত প্ৰাক্তন এ ই চিৰ ছাত্ৰ- ফেকাল্টি
Assam

Financial Assistance Of AEC Alumni: জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাত আহত ডি আই পিকআপ ভানৰ তিনি আঘাত প্ৰাপ্তৰ কাষত প্ৰাক্তন এ ই চিৰ ছাত্ৰ- ফেকাল্টি

June 2, 2023
Maligaon Fly Over Fire:মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা গেটত অঘটন !
Assam

Maligaon Fly Over Fire:মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা গেটত অঘটন !

June 2, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: