Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Job Fairs : পাঁচ বছৰত ৰাজ্যত অনুষ্ঠিত ১৯৭ খন নিয়োগ মেলাত অসমৰ ৩,২২৩ জনহে বাছনি

publisher by publisher
December 17, 2022
in Assam, News
Reading Time: 1 min read
0
Assam Job Fairs : পাঁচ বছৰত ৰাজ্যত অনুষ্ঠিত ১৯৭ খন নিয়োগ মেলাত অসমৰ ৩,২২৩ জনহে বাছনি
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Assam Job Fairs :

চৰকাৰী খণ্ডৰ উপৰি ব্যক্তিগত খণ্ডৰ উদ্যোগ-প্রতিষ্ঠানসমূহত নিযুক্তি উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্রণালয়ৰ অধীনত তথা ৰাজ্য চৰকাৰসমূহৰ সহযোগত নেছনেল কেৰিয়াৰ ছাৰ্ভিচে (এনচিএছ) অনুষ্ঠিত কৰি অহা নিয়োগ মেলা (জৱ ফেয়াৰ্ছ)ৰ জৰিয়তে অসমৰ মাত্র ৩,২২৩ জন প্রার্থীহে নিৰ্বাচিত হৈছে।

ADVERTISEMENT

উল্লেখ্য যে চিমেণ্ট উদ্যোগ, ব্যক্তিগত চিকিৎসালয়, বাহন বিক্রী প্রতিষ্ঠান, বিলাসী হোটেল আদিত নিয়োগৰ বাবে ৰাজ্যত নেছনেল কেৰিয়াৰ ছাৰ্ভিচে জিলা নিয়োগ কেন্দ্রসমূহত বিগত বৰ্ষৰ ২৩ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ চাৰি জানুৱাৰীলৈ নিয়োগ মেলা অনুষ্ঠিত কৰিছিল।

লাখ লাখ নিবনুৱাৰে ভাৰাক্ৰান্ত অসমত চৰকাৰী চাকৰি নহ’লেও এটা ব্যক্তিগত খণ্ডৰ চাকৰিৰ আশাৰে জিলাই জিলাই হেজাৰ হেজাৰ নিবনুৱাই এই নিয়োগ মেলাসমূহত অংশগ্ৰহণ কৰিছিল যদিও যোৱা পাঁচ বছৰত এনে নিয়োগ মেলাৰ জৰিয়তে ৰাজ্যত মাত্র ৩,২২৩জন প্রার্থীয়েহে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে।

শ্রম আৰু নিয়োগ মন্ত্রণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১৭ৰ পহিলা এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ ৩০ নৱেম্বৰ পর্যন্ত দেশৰ ৩৪ খন ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলত নেছনেল কেৰিয়াৰ ছাৰ্ভিচৰ উদ্যোগত মুঠ ২৪,৪০৩খন নিয়োগ মেলা অনুষ্ঠিত হৈছে।

এই সময়ছোৱাত অসমত ১৯৭খন নিয়োগ মেলা অনুষ্ঠিত হৈছে আৰু এইবোৰৰ জৰিয়তে ৰাজ্যখনৰ ৩,২২৩ প্ৰাৰ্থী নিৰ্বাচিত হৈছে বুলি তথ্যত প্ৰকাশ পাইছে।

উল্লেখ্য যে এই নিয়োগ মেলাৰ জৰিয়তে সৰ্বাধিক উপকৃত হৈছে পাঞ্জাৱ, গুজৰাট আৰু উত্তৰ প্ৰদেশ। কেন্দ্ৰীয় নিয়োগ মন্ত্রণালয়ে প্রকাশ কৰা তথ্য অনুসৰি, উল্লিখিত সময়ছোৱাত পাঞ্জাৱত অনুষ্ঠিত মুঠ ৫,৭৬৬খন নিয়োগ মেলাৰ জৰিয়তে দেশৰ ভিতৰতে সৰ্বাধিক ৪,২৪,৬১০ জন প্রার্থী বাছনি হৈছে।

ইয়াৰ বিপৰীতে গুজৰাটত ২,৭৬৫ খন নিয়োগ মেলাৰ জৰিয়তে ৩,৪৫,৯০৭ জন আৰু উত্তৰ প্ৰদেশত ২,০৬৭খন নিয়োগ মেলাৰ জৰিয়তে ১,৯৯,২২০ জন প্রার্থী বাছনি হৈছে।

ইয়াৰ উপৰি মধ্যপ্ৰদেশত অনুষ্ঠিত ৮২৪খন নিয়োগ মেলাৰ জৰিয়তে ৯৮,২০৫ জন, ৯৪৪খন নিয়োগ মেলাৰ জৰিয়তে কৰ্ণাটকত ৫৭,৫৩৪ জন, ৬৪৩খন নিয়োগ মেলাৰ জৰিয়তে ঝাৰখণ্ডত ৪৩,২৮৮জন, ৫১৮খন নিয়োগ মেলাৰ জৰিয়তে তামিলনাডুত ৪১,৭৭৪জন, ৬৪৮খন নিয়োগ মেলাৰ জৰিয়তে ৰাজস্থানত ৪০,৪৪৯ জন, ৭৯০ খন নিয়োগ মেলাৰ জৰিয়তে মহাৰাষ্ট্ৰত ২৩,৬৫৫ জন, ১,৯৯০খন নিয়োগ মেলাৰ জৰিয়তে অন্ধ্ৰপ্ৰদেশত ২৩,০৭৮ জন, ১,০০৯ খন নিয়োগ মেলাৰ জৰিয়তে হিমাচল প্ৰদেশত ২০,৫৪৯ জন, ১,৪৯৬খন নিয়োগ মেলাৰ জৰিয়তে চত্তিশগড়ত ১৮,৮২৭ জন, ১,৯০৯ খন নিয়োগ মেলাৰ জৰিয়তে কেৰালাত ১৮,২৫৯ জন, ৪১৬ খন নিয়োগ মেলাৰ জৰিয়তে ওড়িছাত ১৭,৬৯২ জন, ১৭৪খন নিয়োগ মেলাৰ জৰিয়তে উত্তৰাখণ্ডত ১০,০৬৫ জন আৰু ৫৪২খন নিয়োগ মেলাৰ জৰিয়তে বিহাৰত ৯,৩৬৩ জন প্রার্থী বাছনি হৈছে বুলি নিয়োগ মন্ত্রণালয়ৰ তথ্যত প্ৰকাশ পাইছে।

আনহাতে, হাৰিয়ানাত অনুষ্ঠিত ১৯৮খন নিয়োগ মেলাৰ জৰিয়তে ৬,৯৯৩ জন, ৬০খন নিয়োগ মেলাৰ জৰিয়তে জম্মু-কাশ্মীৰত ৩,৮০০ জন, ৭৮৪ খন নিয়োগ মেলাৰ জৰিয়তে তেলেংগানাত ৩,৭৬২জন, ৫৮ খন নিয়োগ মেলাৰ জৰিয়তে ত্ৰিপুৰাত ২,৩৬৪ জন, ১৫৭খন নিয়োগ মেলাৰ জৰিয়তে মণিপুৰত ২,১৮৬ জন, ছখন নিয়োগ মেলাৰ জৰিয়তে দমন আৰু ডিউত ১,১১৬ জন, ১১খন নিয়োগ মেলাৰ জৰিয়তে গোৱাত ৬০৭ জন, ২১৯খন নিয়োগ মেলাৰ জৰিয়তে পশ্চিমবংগত ৫৯৯ জন, ৫৮খন নিয়োগ মেলাৰ জৰিয়তে দিল্লীত ৩৮১ জন, ১৪ খন নিয়োগ মেলাৰ জৰিয়তে চণ্ডিগড়ত ১৪৩ জন, ছখন নিয়োগ মেলাৰ জৰিয়তে মেঘালয়ত ৫২ জন, সাতখন নিয়োগ মেলাৰ জৰিয়তে ছিকিমত ৪০ জন, চাৰিখন নিয়োগ মেলাৰ জৰিয়তে নগালেণ্ডত ৩১ জন আৰু অৰুণাচল প্ৰদেশত অনুষ্ঠিত হোৱা পাঁচখন নিয়োগ মেলাৰ জৰিয়তে দুজন প্রার্থী বাছনি হৈছে।

উল্লেখ্য যে ২০১৭ৰ পহিলা এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ ৩০ নৱেম্বৰ পৰ্যন্ত নেছনেল কেৰিয়াৰ ছাৰ্ভিচৰ উদ্যোগত দেশৰ ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ২৪,৪০৩ খন নিয়োগ মেলা অনুষ্ঠিত হৈছে, য’ত ১৪,২০,৯৩৬ জন প্রার্থী বাছনি হৈছে বুলি নিয়োগ মন্ত্রণালয়ে তথ্য সদৰী কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamJob FairsNCS
publisher

publisher

Related Posts

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে
India

October 12, 2026
ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d