Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    G p Singh Appointed As G p Singh:৩১ জানুৱাৰী ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ

    Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ

    Kajila Aaita : অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

    kolija Aita ill :অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

    Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান

    Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

    Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

    Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

    Pathaan : ‘ পাঠান ‘ উপভোগৰ বাবে সমগ্ৰ চিত্ৰগৃহ বুক কৰিলে শ্বাহৰুখ অনুৰাগীয়ে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    Eye Care : চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম

    Horoscope:দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Angry : সামান্য কথাতে অত্যধিক খং উঠে ? হব পাৰে বিপদ … পঢ়ক এই প্ৰতিবেদন

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home India

Climate Change  : ব্ৰহ্মপুত্ৰলৈ গভীৰ সংকটৰ আগজাননী

publisher by publisher
December 22, 2022
in India, News
Reading Time: 2 mins read
0
Climate Change  : ব্ৰহ্মপুত্ৰলৈ গভীৰ সংকটৰ আগজাননী
2
SHARES
23
VIEWS
ShareShareShareShare

Climate Change  :

কঠিন প্ৰত্যাহ্বানৰ সম্মুখীন জলবিদ্যুৎ প্ৰকল্প , গৱেষণাত উদ্বেগজনক তথ্য হিন্দুকুশ পর্বতমালাত ব্যাপক হাৰত বৰফ গলিবলৈ ধৰা আৰু মৌচুমীৰ প্ৰভাৱত আগতীয়াকৈ অভাৱনীয় হাৰত বৃষ্টিপাতে হিমালয়ৰ পাদদেশীয় অঞ্চলত স্থাপিত জলবিদ্যুৎ প্রকল্পসমূহলৈ কঢ়িয়াই আনিছে ভয়াৱহ প্রত্যাহ্বান।

ADVERTISEMENT

বিশেষকৈ তিব্বতত উৎপত্তি হৈ ভাৰতীয় ভূখণ্ডলৈ নামি অহা চীনত য়াৰ্লং চাংপ’ আৰু ভাৰতত ব্ৰহ্মপুত্ৰ বেচিনক লৈ স্থাপিত জলবিদ্যুৎ প্রকল্পসমূহে নৈপৰীয়া সভ্যতালৈ বিপদ মাতিব বুলি সকীয়াই দিছে গৱেষকসকলে।

RelatedPosts

Brahmaputra River : ৰঙাচীনৰ অতপালিত মৰুময় হোৱাৰ দিশত বৰলুইত

Azara: ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াই ভাবুকি আনিছে বৰঝাৰ বিমানবন্দৰলৈ

Delhi Pollution : ৰাজধানীত বৃদ্ধি পাইছে আৱৰ্জনাৰ পাহাৰ, সংকটত দিল্লীবাসীৰ জীৱন

শেহতীয়াকৈ ইউৰোপীয়ান আৰু চীনৰ এদল গৱেষকে যুটীয়াভাৱে চলোৱা এক গৱেষণাৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে যে হিন্দুকুশ হিমালয় অঞ্চলত প্ৰতি দশকত ০.৩২ ডিগ্ৰী ছেলছিয়াছকৈ উষ্ণতা বৃদ্ধি পাইছে।

সমীক্ষা প্রতিবেদনত প্রকাশিত তথ্য মতে, হিমালয়ৰ পাৰ্লং নম্বৰ চাৰি হিম শৃংগটোক চিহ্ন হিচাপে লৈ বৰফ আৰু বৃষ্টিপাতৰ উঠা-নমা নির্ণয় কৰা হয়। এই হিম শৃংগৰ ব্যাপক সালসলনিয়ে প্ৰমাণ কৰিছে প্ৰতিটো দশকতে গোলকীয় উষ্ণতা তথা জলবায়ু পৰিৱৰ্তনৰ ফলত ক্রমান্বয়ে তাপমাত্রা বৃদ্ধিৰ পাৰ্শ্বক্ৰিয়া৷

পাৰ্লং নম্বৰ চাৰিত গৱেষকসকলে কৰা অধ্যয়নত এই কথা স্পষ্ট হৈছে যে ১৯৯০ৰ পাছত প্ৰতিটো দশকত ০.৩৯ ডিগ্ৰী ছেলছিয়াছকৈ তাপমাত্রা বৃদ্ধি পাই আহিছে।

গৱেষক দলটোৰ অন্যতম এচিলে জুবাৰ্টনে এই প্রতিবেদনৰ প্ৰসংগত সংবাদ সংস্থাৰ আগত প্ৰকাশ কৰিছে যে ১৯৭৫ৰ পৰা ২০১৯লৈ এই সময়ছোৱাত প্রতি বছৰত এই হিম ভাণ্ডাৰ ০.৩২ মিটাৰকৈ গলিবলৈ আৰম্ভ কৰিছে।

একেদৰে বিগত ২০০০ৰ পৰা মৌচুমী প্ৰৱাহিত কালত হিমালয়ৰ হিম ভাণ্ডাৰত বৰফৰ বৰষুণ ২৬ শতাংশলৈ হ্ৰাস পাইছে। এয়া অতি উদ্বেগজনক বুলি আখ্যা দি প্রতিবেদনত উল্লেখ কৰা হৈছে যে আন বহু গৱেষণাত কৃত্রিম উপগ্ৰহৰ জৰিয়তে সংগৃহীত আলোকচিত্ৰৰ ভিত্তিত প্রতিবেদন যুগুত কৰা হয় যদিও এই সমীক্ষকসকলে হিম ভাণ্ডাৰৰ পৃষ্ঠলৈ গৈ অধিক সুনিশ্চিত তথ্যৰ ভিত্তিত প্রতিবেদনখন প্রস্তুত কৰিছে।

প্ৰতিবেদনত স্পষ্টভাৱে কোৱা হৈছে যে হিমালয়ৰ বক্ষত যিটো হাৰত বৰফ গলিবলৈ ধৰিছে এই ধাৰা অব্যাহত থকাৰ ফলত অদূৰ ভৱিষ্যতে সর্বাধিক ক্ষতিগ্রস্ত হ’ব ব্ৰহ্মপুত্ৰ নৈ। উল্লেখ্য যে হিমালয়ৰ হিন্দুকুশ হিম ভাণ্ডাৰক উৎস হিচাপে লৈ পানী আৰু শক্তিৰ ওপৰত নিৰ্ভৰশীল চীন, ভাৰত, পাকিস্তান আৰু নেপালকে ধৰি ১০ খন ৰাষ্ট্ৰই অনাগত দিনত জলবায়ু পৰিৱৰ্তনৰ কুফল ভোগ কৰিব লাগিব।

বিশেষকৈ এই বৰফৰ ভাণ্ডাৰৰ পৰা প্ৰৱাহিত নৈৰ পানীৰ পৰা জলবিদ্যুৎ উৎপাদন কৰা ৰাষ্ট্ৰসমূহে অধিক মূল্য ভৰিব লাগিব। লক্ষ্যণীয় যে চীন আৰু ভাৰতবৰ্ষই এছিয়াৰ ভিতৰতে সর্বাধিক জলবিদ্যুৎ উৎপাদন কৰে।

২০২১ৰ তথ্য মতে, চীনে জলশক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰে ১,৩০০ টেৰাৱাট আৱাৰ্ছ বিদ্যুৎ। ইয়াৰ বিপৰীতে, ভাৰতবৰ্ষই চীনতকৈ এক দশমাংশহে জলবিদ্যুৎ উৎপাদন কৰে। দুয়োখন ৰাষ্ট্ৰই কাৰ্বনমুক্ত ৰাষ্ট্ৰৰূপে নিজকে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি থকাৰ প্ৰসংগ উনুকিয়াই প্রতিবেদন কোৱা হৈছে যে চীনে ২০৬০ৰ ভিতৰত আৰু ভাৰতে ২০৭০ৰ ভিতৰত কাৰ্বনমুক্ত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য লৈছে।

ইয়াৰ অংশৰূপে দুয়োখন ৰাষ্ট্ৰই জলবিদ্যুৎ উৎপাদনত অধিক গুৰুত্ব আৰোপ কৰিছে। চীনে ২০৫০ৰ ভিতৰত বিদ্যুৎ উৎপাদনৰ হাৰ বৰ্তমানৰ তুলনাত দুগুণলৈ অর্থাৎ ১৪,৮০০ ট্ৰোৱাট আৱাৰ্ছলৈ বৃদ্ধিৰ লক্ষ্য লৈছে, ইয়াৰ ভিতৰত ১৪ শতাংশই হ’ল জলবিদ্যুৎ।

আকৌ বিশ্বৰ বৃহত্তম হাইড্ৰ’পাৱাৰ পাইপলাইন ভাৰতেও ২০৩২ৰ ভিতৰত বৰ্তমানৰ ৫২ গিগাৱাট জলবিদ্যুৎ প্রায় দুশ গিগাৱাটলৈ বৃদ্ধিৰ লক্ষ্য লৈছে। স্বাভাৱিকতে জলবিদ্যুৎ উৎপাদনৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত দুয়োখন ৰাষ্ট্ৰৰ বাবে মূল উৎসৰূপে চিহ্নিত হৈছে চীনৰ য়ালুং চাংপ’ আৰু ভাৰতৰ ব্ৰহ্মপুত্ৰ নৈ।

প্রতিবেদনখনৰ মতে, ভাৰতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহক উৎস হিচাপে লৈ মুঠতে ১৭০ টাকৈ ক্ষুদ্ৰ আৰু বৃহৎ জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ প্ৰস্তাৱ লৈছে। ইয়াৰে ভিতৰত কেৱল অৰুণাচলতে এই পর্যন্ত ১১১৫ মেগাৱাট শক্তি উৎপাদনক্ষম কে’বাটাও প্ৰকল্পৰ উৎপাদন কার্য চলি আছে আৰু প্ৰায় ২০০০ মেগাৱাট উৎপাদনৰ বাবে প্ৰকল্প নির্মাণ কার্য চলাই আছে।

জলবিদ্যুৎ প্রকল্পৰ সংখ্যা বৃদ্ধিৰ লগে লগে জলবায়ু পৰিৱৰ্তনৰ ফলত এফালে বৰফ অধিক হাৰত গলিবলৈ ধৰা আৰু মৌচুমীৰ প্ৰভাৱত স্বাভাৱিক হাৰতকৈ অধিক হাৰত বৰষুণ পৰাৰ পৰিণতিত সমগ্ৰ উত্তৰ-পূব ভাৰত আৰু চীনৰ নামনি তিব্বত অংশলৈ ভয়াৱহ ভৱিষ্যৎ কঢ়িয়াই আনিছে এইসমূহ বৃহৎ প্রকল্পই।

গৱেষকসকলৰ মতে, ভাৰত আৰু চীনত স্থাপন কৰা বা স্থাপনৰ লক্ষ্য লোৱা জলবিদ্যুৎ প্রকল্পসমূহ এফালে যিদৰে ধন-জনৰ প্ৰতি ভাবুকি স্বৰূপ ঠিক তেনেদৰে দুয়োখন ৰাষ্ট্ৰৰ বাবেও সমানে প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিব। জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱত এই অঞ্চলটো জলবিদ্যুৎ প্রকল্প স্থাপনৰ বাবে মুঠেও অনুকূল নহয় প্রতিবেদনখনতউল্লেখ কৰা হৈছে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: brahmaputra riverClimate ChangeHindu Kush HimalayaMountains
publisher

publisher

Related Posts

G p Singh Appointed As G p Singh:৩১ জানুৱাৰী ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ
Assam

January 28, 2023
Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ
India

Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ

January 28, 2023
Kajila Aaita : অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ
Assam

kolija Aita ill :অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

January 28, 2023
Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান
India

Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান

January 28, 2023
Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২
International

Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

January 28, 2023
Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান
Assam

Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান

January 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: