Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur :মণিপুৰত বিশ্বৰ আটাইতকৈ ওখ পিয়েৰ ৰে’লৱে দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত

জিৰিবাম– ইম্ফলৰ মাজত ৰেল প্ৰকল্প

publisher by publisher
December 24, 2022
in India, Assam, News
Reading Time: 2 mins read
0
Manipur :মণিপুৰত বিশ্বৰ আটাইতকৈ ওখ পিয়েৰ ৰে’লৱে দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত
2
SHARES
16
VIEWS
ShareShareShareShare

Manipur :

পাহাৰীয়া ৰাজ্য মণিপুৰৰ বিশ্বৰ আটাইতকৈ ওখ পিয়েৰ জিৰিবাম– ইম্ফল ৰে’ল প্ৰকল্পৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৯১.৭৮ শতাংশ ।

ADVERTISEMENT

WhatsApp Image 2022 12 24 at 12.43.58পাৰ্বত্য ৰাজ্যখনৰ ৰাজধানী চহৰ ইম্ফলক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰাৰ বাবে এই নতুন ৰে’ল লাইন প্ৰকল্পৰ কাম-কাজ, অন্যান্য সংযোগ পূৰ্ণ গতিত অব্যাহত আছে।

RelatedPosts

Meitei & Kuki BJP MLAs come under same roof since 2023 conflict:মণিপুৰত পুনৰ চৰকাৰ গঠনৰ কুজকাৱাজ বিজেপিৰ কুকি-মেইটেই বিধায়কৰ

4 Assam Rifles Soldiers Injured In Militant Attack: মণিপুৰৰ ভাৰত -ম্যানমাৰৰ সীমান্তৱৰ্তী য়েংপ’কপিত আছাম ৰাইফলচক আক্ৰমণ উগ্ৰপন্থীৰ

মণিপুৰত উদ্ধাৰ দীৰ্ঘ দূৰত্বৰ দেশীয় ৰকেট, ৪০ কেজি বিস্ফোৰক, আৰু বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ!

জিৰিবাম– ইম্ফল নতুন লাইন ৰে’ল প্ৰকল্প হৈছে উত্তৰ-পূবাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোগ প্ৰকল্প ৷ যি সম্পূৰ্ণ হোৱাৰ এক উন্নত পৰ্যায়ত আছে।
জিৰিবাম- ইম্ফল ৰে’ল প্ৰকল্প নিৰ্মাণত অতি দুৰ্গম আৰু কঠিন অঞ্চলত একাধিক সুৰংগ আৰু দলং অন্তৰ্ভুক্ত থাকে আৰু যিবোৰ ১১০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যত বিস্তৃত। ৫২ টা সুৰংগৰ ভিতৰত ৪৮ টাৰ বাবে কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে।

WhatsApp Image 2022 12 24 at 12.45.46প্ৰকল্পটোত মুঠ ১১ খন মুখ্য দলং ৷ ৭ খন দলঙৰ উপ গাঁথনি আৰু ৫ খন দলঙৰ এটা চুপাৰষ্ট্ৰাকচাৰ সম্পূৰ্ণ হৈছে। ১২৯ খন সৰু দলঙৰ ভিতৰত ১১০ খন দলঙৰ কামো ইতিমধ্যে সম্পূৰ্ণ হৈছে।

এই প্ৰকল্পটোত ১৪১ মিটাৰ উচ্চতাৰ পৃথিৱীৰ আটাইতকৈ ওখ ৰে’লৱে দলংখনো নিৰ্মাণ কৰা হৈছে ৷ ই শীৰ্ঘেই সম্পন্ন হোৱা পথত ৷ প্ৰকল্পটোৰ পথটোৱে ১১ টা ৰেল ষ্টেচন সামৰি ল’ব তাৰে ছয়টা সম্পূৰ্ণ হৈছে।

সম্পূৰ্ণ প্ৰকল্পটোৰীত ব্যয় হৈছে প্ৰায় ১৪,৩২২ কোটি টকা। জিৰিবামৰ পৰা খোংচাংলৈকে শাখাটো ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু গোটেই প্ৰকল্পটো ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

প্ৰকল্পটো হৈ উঠাৰ পিছত ইম্ফল পাবলৈ বৰ্তমানৰ পথ যাত্ৰাৰ সময় ৰে’লৱেৰ দ্বাৰা ২.৫ ঘণ্টালৈ হ্ৰাস হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Completed SoonJiribam -Imphal Railway ProjectManipurWorld'sTallest Pier Railway bridge
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d