Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Lakhimpur Visit Cm : লখিমপুৰত মুখ্যমন্ত্ৰী,১০৩১.৬৮ কোটিৰ বিভিন্ন প্ৰকল্পৰ শিলান্যাস

publisher by publisher
December 16, 2022
in India, Assam, News
Reading Time: 2 mins read
0
Lakhimpur Visit Cm : লখিমপুৰত মুখ্যমন্ত্ৰী,১০৩১.৬৮ কোটিৰ বিভিন্ন প্ৰকল্পৰ শিলান্যাস
1
SHARES
9
VIEWS
ShareShareShareShare

Lakhimpur Visit Cm :

ADVERTISEMENT

উত্তৰ পাৰৰ অন্যতম জিলা লখিমপুৰত আজি পুৱাই যোৰহাটৰ আহি উপস্থিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সহ কে’বা গৰাকী কেবিনেট সতীৰ্থ ৷

RelatedPosts

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

Dibrugarh: ডিব্ৰুগড়ৰ খোৱাঙৰ লেপেটকটাত চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰাভিযান

BJP Releases Assam Poll Sankalp Patra:মহানগৰীৰ বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সংকল্প পত্ৰ মুকলি

WhatsApp Image 2022 12 16 at 16.28.34

লখিমপুৰৰ ঘূণাসুঁতি প্ৰকৃতিয়ে দুহাত উজাৰি সৌন্দর্য বিলাই দিয়া সোৱণশিৰিপৰীয়া বৃহত্তৰ অঞ্চল । ইয়াৰ পটভূমিতেই সৃষ্টি হৈছিল কালজয়ী উপন্যাস মিৰি-জীয়ৰী ।

বৰ্তমান এই কালজয়ী উপন্যাসৰ দুই চৰিত্ৰ জংকী আৰু পানৈৰ নামেৰে লখিমপুৰৰ ঘূণাসুঁতিত নিৰ্মাণ হোৱা ইতিহাসবিজড়িত ঐতিহাসিক লখিমপুৰ জিলাৰ “জংকী পানৈ ক্ষেত্ৰ”ৰ বিশাল জনসভাত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে “বিকাশৰ বাবে এটা পষেক” কাৰ্যসূচীৰ অংশস্বৰূপে জিলাখনৰ উন্নয়নৰ বাবে ১০৩১.৬৮ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শিলান্যাস ও শুভ উদ্বোধন কৰে ৷

WhatsApp Image 2022 12 16 at 16.28.34 1মুখ্যমন্ত্ৰী শৰ্মাই পোনতে ইতিহাসে গৰকা সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হ’বলগা বহু প্ৰত্যাশিত ঐতিহাসিক “ঘূণাসুঁতি দলং” ৰ ভূমি পূজন কৰাৰ লগতে চাবতিস্থিত লখিমপুৰ ক্ৰীড়া প্ৰকল্প, লখিমপুৰ জিলা আন্তঃৰাজ্যিক বাছ আস্থানৰ দৰে ১৪ টা প্ৰকল্পৰ শিলান্যাস কৰে।

একেদৰে জিলাখনৰ উপপথ, খজুৱা তিনিআলিৰ পৰা ঢকুৱাখনা হৈ মাতমৰা পথ, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় সংযোগী পথ, লীলাবাৰীৰ পৰা চিয়াজুলী সংযোগী পথ, কাকৈ নদীৰ ওপৰত চিয়াজুলী-লীলাবাৰী পথৰ পকী দলং আদিকে ধৰি মুঠ ১০ টা নৱনিৰ্মিত কামৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধনো কৰে ৷

WhatsApp Image 2022 12 16 at 16.30.29“জংকী পানৈ ক্ষেত্ৰ”ৰ বিশাল জনসভাত ৰাইজক সম্বোধন কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, এই জনকল্যাণকামী পদক্ষেপসমূহে ঐতিহ্যমণ্ডিত লখিমপুৰ জিলাখনৰ সামগ্ৰিক উন্নয়নৰ গতিক অধিক ত্বৰান্বিত কৰিব ৷

তাৰোপৰি সমগ্ৰ লখিমপুৰবাসী ৰাইজক হৃদয়ৰ গভীৰতম কোণৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আগন্তুক দিনকেইটাত উত্তৰ পাৰৰ জিলা কেইখনৰ উন্নয়ন চকা অধিক গতিত চলাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

লখিমপুৰ আৰু ঢকুৱাখনা সমষ্টিত নতুনকৈ ৬ হাজাৰকৈ অৰুণোদয় হিতাধিকাৰী অন্তৰ্ভুক্ত হোৱাৰ লগতে অহা বছৰ ৮ লাখ মহিলাক আঁচনিখনত অন্তৰ্ভুক্ত কৰাৰ উপৰিও লখিমপুৰ আৰু ঢকুৱাখনা সমষ্টিত নতুনকৈ ১০ হাজাৰ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

WhatsApp Image 2022 12 16 at 16.30.29 1

অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু,নন্দিতা গাৰ্লোছা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ কুমাৰ দলে, মানৱ ডেকা, ভুবন পেগু, ড° অমিয় কুমাৰ ভূঞা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, এন এইচ পি চিৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তা সহ বহু কেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Atul BoraCm Himanta Biswa SarmaDr.Ranoj PegoKeshab MohantaLakhimpur VisitNandita Garlosa
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d