Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

    উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

    ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত

    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Meitei & Kuki BJP MLAs come under same roof since 2023 conflict:মণিপুৰত পুনৰ চৰকাৰ গঠনৰ কুজকাৱাজ বিজেপিৰ কুকি-মেইটেই বিধায়কৰ

আঢ়ৈ বছৰ পাছত প্ৰথমবাৰৰ বাবে দিল্লীত একেখন চালিৰ তলত বিজেপিৰ কুকি-মেইটেই বিধায়ক

publisher by publisher
December 16, 2025
in India
Reading Time: 1 min read
0
Meitei & Kuki BJP MLAs come under same roof since 2023 conflict:মণিপুৰত পুনৰ চৰকাৰ গঠনৰ কুজকাৱাজ বিজেপিৰ কুকি-মেইটেই বিধায়কৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Manipur Situation:মণিপুৰত অগ্নিসংযোগ বহু গৃহত, দুই পক্ষৰ গুলিত আহত চিআৰপিৰ বিষয়া

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

Meitei & Kuki BJP MLAs come under same roof since 2023 conflict:

চুবুৰীয়া ৰাজ্য মণিপুৰত ২০২৩ৰ মে’ত আৰম্ভ হোৱা গোষ্ঠী সংঘৰ্ষৰ সুদীর্ঘ আঢ়ৈ বছৰৰো অধিক দিন পাছত প্রথমবাৰৰ বাবে একেখন চালিৰ তলত থিয় দিলে বিজেপিৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ বিধায়কসকল। কালি দলীয় শীর্ষ নেতৃত্বৰ স’তে দিল্লীত একেখন বৈঠকতে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ বিধায়কসকলে মিলিত হোৱাৰ পাছত ৰাজ্যখনত পুনৰ চৰকাৰ গঠনৰ তৎপৰতা জোৰদাৰ হোৱা বুলি চৰ্চা আৰম্ভ হৈছে।

ADVERTISEMENT

ধাৰাবাহিক হিংসা তথা অশান্তিৰ পৰিপ্ৰেক্ষিতত যোৱা ফেব্ৰুৱাৰীৰ পৰা মণিপুৰত অব্যাহত আছে ৰাষ্ট্ৰপতি শাসন। বিগত সপ্তাহত মণিপুৰলৈ দুদিনীয়া ভ্রমণসূচী লৈ অহা ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুরে কয় যে পাহাৰ আৰু উপত্যকাই সদায়ে এজনে আনজনৰ প্রতি শুভাশিস প্রদর্শন কৰি আহিছে আৰু শান্তি তথা পুনৰ মিলনৰ বাবে আহ্বান জনাইছে। ৰাষ্ট্ৰপতি মুর্মুৱে ইয়াৰ দ্বাৰা এই কথাকে কয় যে উপত্যকাত বাস কৰা মেইটেই আৰু পাহাৰ অঞ্চলত বাস কৰা কুকি সম্প্ৰদায়ৰ মাজত শান্তি-মিলনৰ উদগ্ৰীৱতাৰ পৰিৱেশ গঢ়াৰ এক আহ্বান অনুৰণিত হৈছে। ইয়াৰ পাছতে একেখন চালিৰ তলত নৃগোষ্ঠীয় পৰিচয়ৰ ঊর্ধ্বলৈ গৈ একলগ হোৱাৰ জৰিয়তে ৰাষ্ট্ৰপতি মুৰ্মৰ বাৰ্তাৰ প্ৰতি সঁহাৰি প্ৰদৰ্শন কৰা বুলিয়ে কোৱা হৈছে।

মণিপুৰত একাংশ বিজেপি বিধায়কে ৰাজ্যখনত পুনৰ চৰকাৰ গঠনৰ দাবী জনোৱাৰ পাছতে বৈঠকৰ আয়োজন কৰা হয়। ২০২৬ৰ ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰপতি শাসন সম্প্ৰসাৰিত কৰাৰ পাছত এই দাবী সুতীব্র হয়। উল্লেখ্য যে বৈঠকৰ পাছত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষে সামাজিক মাধ্যম

‘এক্স’ত বৈঠক ফলপ্রসূ হোৱা বুলি উল্লেখ কৰি কয় যে মণিপুৰত শান্তি আৰু উন্নয়নৰ বিষয়ক লৈ বৈঠকত আলোচনা কৰা হৈছে। তেওঁ কয় যে এই বৈঠক অতি ফলপ্রসূ হৈছে। মণিপুৰলৈ শান্তি ঘূৰাই অনা আৰু উন্নয়ন সাধনৰ বাবে প্রতিজনেই দৃঢ়তা প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্যখনত স্বাভাবিক অৱস্থা ওভতাই আনিবলৈ যৎপৰোনাস্তি কৰিবলৈ সাজু বুলিও বিধায়কসকলে কৈছে। ৰাজ্যখনত উন্নয়নৰ কাম পুনৰ দ্রুতগতিত সম্পন্ন কৰাৰ বাবেও উপস্থিতসকল একমত হৈছে। উল্লেখ্য যে যোৱা নৱেম্বৰত দলৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰপ্ৰাপ্ত সম্বিত পাত্ৰ আৰু সন্তোষে মণিপুৰত নেতাসকলৰ স’তে বৈঠকত মিলিত হয়। চর্চা অনুসৰি মেইটেই আৰু কুকি বিধায়কসকলৰ মাজত সংঘাত মৰিষণ কৰিবলৈ প্ৰথম পদক্ষেপৰূপে বৈঠকৰ আয়োজন কৰা হয়।

ইয়াৰ পূৰ্বে বিজেপিৰ কুকি সম্প্ৰদায়ৰ সাতজন বিধায়কে পৃথক প্রশাসনৰ বাবেও দাবী জনাইছিল। মণিপুৰৰ বিজেপি মুখপাত্র মাইকেল থাদাওৱে সামাজিক মাধ্যমত কয় যে দিল্লীত মণিপুৰৰ কুকি-মেইটেইৰ সংঘাতৰ আনুষ্ঠানিক ইতি পৰিল। কিয়নো, কুকি, জ’মি, মাৰ আৰু মেইটেই বিধায়কসকল একত্রিত হ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Joint MEETINGManipurMeitei & Kuki BJP MLAs
publisher

publisher

Related Posts

উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা
India

উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

October 22, 2026
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত
India

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত

October 21, 2026
এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ
India

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

October 21, 2026
সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d