Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

    জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

    জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

    জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

    মুঠ শুল্ক ১১২ শতাংশ হ’বগৈ! প্রত্যাহ্বানৰ মুখত ভাৰতীয় অর্থনীতি

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

4 Assam Rifles Soldiers Injured In Militant Attack: মণিপুৰৰ ভাৰত -ম্যানমাৰৰ সীমান্তৱৰ্তী য়েংপ’কপিত আছাম ৰাইফলচক আক্ৰমণ উগ্ৰপন্থীৰ

আহত পাঁচজন আছাম ৰাইফলচৰ জোৱান, আহত জোৱানক বিমানযোগে লৈ যোৱা হয় সামৰিক হাস্পতাললৈ

publisher by publisher
November 28, 2025
in National
Reading Time: 1 min read
0
4 Assam Rifles Soldiers Injured In Militant Attack: মণিপুৰৰ ভাৰত -ম্যানমাৰৰ সীমান্তৱৰ্তী য়েংপ’কপিত আছাম ৰাইফলচক আক্ৰমণ উগ্ৰপন্থীৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Manipur Situation:মণিপুৰত অগ্নিসংযোগ বহু গৃহত, দুই পক্ষৰ গুলিত আহত চিআৰপিৰ বিষয়া

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

দুটাকৈ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত মণিপুৰ

4 Assam Rifles Soldiers Injured In Militant Attack :

ৰাষ্ট্ৰপতি শাসনাধীন মণিপুৰৰ ভাৰত -ম্যানমাৰৰ সীমান্তৱৰ্তী য়েংপ’কপিৰ ছাইবোল গাঁৱৰ ৮৭ নং সীমান্ত স্তম্ভৰ সমীপত শুকুৰবাৰে পুৱাভাগত উগ্ৰপন্থীৰ দলে ভয়ংকৰ আক্রমণ সংঘটিত কৰে ৷ আছাম ৰাইফলছৰ টহলদাৰী দলত গুলীচালনা কৰাৰ ফলত আহত হয় ৪ জন আছাম ৰাইফলচৰ জোৱান ৷

ADVERTISEMENT

আহত জোৱানকেইজনক বিমানযোগে লেইমাখঙৰ এখন সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ভাৰত-ম্যানমাৰ সীমান্তৰ সন্ত্ৰাসবাদীয়ে আজি পুৱা আছাম ৰাইফলছৰ টহলদাৰী দলটোক আক্ৰমণ কৰে। বিবৃতিটোত কোৱা হৈছে যে “অসামৰিক সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আছাম ৰাইফলচৰ জোৱান সকলে যোগ্য প্ৰত্যুত্তৰ দিয়ে ।

উল্লেখ্য যে টেংগন’পাল জিলাৰ ছিদ্ৰযুক্ত সীমান্ত বেল্টৰ ওচৰত অৱস্থিত এই আক্ৰমণস্থলীত এম্বুছৰ পিছত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত ব্যাপক অনুসন্ধান অভিযান আৰম্ভ কৰিছে আৰু অঞ্চলটো সুৰক্ষিত কৰিবলৈ আৰু আক্ৰমণকাৰীক অনুসৰণ কৰিবলৈ অতিৰিক্ত সৈন্য নিয়োগ কৰিছে। একেদৰে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে ৷এতিয়ালৈকে কোনো বিদ্ৰোহী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 4 Assam Rifles Soldiers InjuredIndia-Myanmar BorderManipurMilitant Attack
publisher

publisher

Related Posts

Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক
National

September 12, 2026
BRICS Summit in New Delhi 2026 :ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
India

September 11, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

September 8, 2026
R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা
Crime

August 29, 2026
BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

August 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d