Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Hindenburg Research : পূৰ্বেও একাধিক কোম্পানিক দেউলীয়া কৰিছিল হিণ্ডেনবাৰ্গে

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Food Poisoning : বমি, ডায়েৰিয়াৰ দৰে সমস্যাত চিকিৎসালয়ত ভৰ্তি চৰকাৰী বিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থী

    Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

    Economic Survey : অহা এবছৰত দেশত অৰ্থনীতিৰ গতিবেগ ঘূৰি নাহে ,পূৰ্বাভাস দিলে আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনে

    Gautam Adani : বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল গৌতম আদানী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

    Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home India

Shiva Chauhan : ছিয়াচেনত মাইনাছ ৩০ ডিগ্রীত প্ৰহৰী দেশৰ প্রথম মহিলা সেনা ! শিৱা চৌহান কোন ?

publisher by publisher
January 4, 2023
in India, News
Reading Time: 3 mins read
0
Shiva Chauhan : ছিয়াচেনত মাইনাছ ৩০ ডিগ্রীত প্ৰহৰী দেশৰ প্রথম মহিলা সেনা ! শিৱা চৌহান কোন ?
1
SHARES
9
VIEWS
ShareShareShareShare

Shiva Chauhan :

কেপ্টেইন শিৱা চৌহান । বিশ্বৰ সর্বোচ্চ যুদ্ধক্ষেত্র ছিয়াচেনত মোতায়েন প্রথম মহিলা সেনা । মঙলবাৰে ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে ।

ADVERTISEMENT

1672818177 2ছিয়াচেনত মোতায়েন হোৱাৰ পূৰ্বে অন্য সেনা বিষয়াৰ দৰে শিৱায়ো এমাহৰ কঠোৰ প্রশিক্ষণৰ মাজেৰে যাবলগীয়া হৈছিল ।

RelatedPosts

Indian Army and Kazakhstan Army Exercise : মেঘালয়ত কাজাখাস্তান আৰু ভাৰতীয় সেনাৰ সপ্তাহাযোৰা সামৰিক যৌথ অনুশীলন সম্পন্ন

Accident : উত্তৰ ছিকিমৰ লাচেনত সেনাৰ বাছ দুৰ্ঘটনা ! ১৬ মৃত্যু, আহত চাৰি

Lachit Barphukan:মহাবীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ মহা আয়োজন

1672818191 3সঠিক প্রশিক্ষণৰ বাবে শিৱাক এমাহৰ বাবে ছিয়াচেন বেটল স্কুলত ৰখা হৈছিল । সেই প্রশিক্ষণত বৰফৰ প্রাচীৰত উঠা, তুষাৰপাতৰ মাজত উদ্ধাৰকাৰ্য চলোৱা আৰু কঠিন পৰিস্থিতিত জীয়াই থকাৰ মহড়া অন্তর্ভুক্ত আছিল ।

1672818314 10সেনাবাহিনীয়ে এক বিবৃতিত জনাইছে, ‘‘বিভিন্ন প্রতিকূলতা থকা স্বত্ত্বেও কেপ্টেইন শিৱাই সফলভাৱে প্রশিক্ষণ শেষ কৰিছে আৰু ছিয়াচেন চম্ভালিবলৈ প্রস্তুত ।’’

1672818273 8দুই জানুৱাৰীত, সমুদ্রপৃষ্ঠৰ পৰা ১৫ হেজাৰ ছশ ফুট উচ্চতাত ছিয়াচেনৰ কুমাৰ প’ষ্টত, শিৱাক মোতায়েন কৰা হৈছে । এই অঞ্চলৰ তাপমাত্রা মাইনাছ ৩০ ডিগ্রী ছেলচিয়াছ ।

1672818395 13কেপ্টেইন শিৱাৰ নেতৃত্বত সেনাৰ এটা দলে যুদ্ধৰ প্রযুক্তিগত কৌশলত কাম কৰিব । সম্প্ৰতি তিনি মাহৰ বাবে কুমাৰ প’ষ্টত মোতায়েন থাকিব শিৱা আৰু তেওঁৰ দল ।

1672818224 5কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে এটা টুইটত শিৱাক ছিয়াচেনত মোতায়েন কৰাৰ খবৰ প্রকাশ্যত অনাৰ পাছৰ পৰা দেশবাসীৰ দৃষ্টি তেওঁৰ ওপৰত । সকলোৰে এতিয়া এটাই প্রশ্ন, কোন এই শিৱা ?

download 2কেপ্টেইন শিৱা ৰাজস্থানৰ উদয়পুৰৰ বাসিন্দা । ১১ বছৰ বয়সত তেওঁৰ পিতৃৰ মৃত্যু হয় । দ্বাদশ শ্রেণী পর্যন্ত শিৱাই উদয়পুৰৰ এখন বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল । পাছত তেওঁ উদয়পুৰৰেই ‘এনজেআৰ ইনষ্টিটিউট অৱ টেকন’লজি’ৰ পৰা চিভিল ইঞ্জিনিয়াৰিং কৰে ।

images 1 1শৈশৱৰ পৰাই ভাৰতীয় সশস্ত্র বাহিনীত যোগ দিয়াৰ স্বপ্ন দেখিছিল শিৱাই । সেয়ে পঢ়া-শুনা শেষ কৰি তেওঁ চেন্নাইৰ ‘অফিচাৰছ ট্রেইনিং একাডেমি’ত প্রশিক্ষণ লয় ।

images 3প্রশিক্ষণ লোৱাৰ পাছত শিৱাই ২০২১ত ভাৰতীয় সেনাৰ ‘ইঞ্জিনিয়াৰিং ৰেজিমেন্ট’-ৰ সদস্য হয় । ২০২২ৰ জুলাইত কাৰ্গিল বিজয় দিৱস উপলক্ষে কেপ্টেইন শিৱাই ছিয়াচেন যুদ্ধ স্মৃতিসৌধৰ পৰা কাৰ্গিল যুদ্ধ স্মৃতিসৌধলৈ ৫০৮ কিলোমিটাৰ দূৰত্বত ছুৰা ছ’ই চাইকেল অভিযানত সফলতাৰে নেতৃত্ব দিয়ে।

ibtq2b6 siachen650 625x300 12 August 18ইয়াৰ পাছতে শিৱাক ছুৰা ছ’ই অভিযন্তাসকলৰ নেতৃত্ব দিয়াৰ দায়িত্ব দিয়া হয় । ছিয়াচেনত তেওঁৰ অভূতপূর্ব প্রদর্শনৰ বাবে তেওঁক ছিয়াচেন বেটল স্কুলত প্রশিক্ষণৰ বাবে নিৰ্বাচন কৰা হৈছিল । সেই প্রশিক্ষণৰ পাছতেই তেওঁক ছিয়াচেনত মোতায়েন কৰা হৈছে ।

1672818206 4বিশ্বৰ সর্বোচ্চ আৰু শীতলতম যুদ্ধক্ষেত্র সুৰক্ষিত কৰিবলৈ ভাৰতৰ ‘মেঘদূত অপাৰেছন’-ৰ পাছৰ পৰা বিগত ৪০ বছৰত ছিয়াচেনত কেতিয়াও কোনো মহিলা সেনা বিষয়াক মোতায়েন কৰা নাই ।

1672818426 15শিৱাৰ বিষয়ে প্রতিৰক্ষামন্ত্রী ৰাজনাথে টুইট কৰি লিখিছিল, “ভাল খবৰ ! অধিক সংখ্যক মহিলাই সশস্ত্ৰ বাহিনীত যোগদান কৰি প্ৰতিটো প্ৰত্যাহ্বান গ্ৰহণ কৰা দেখি মই ৰোমাঞ্চিত হৈছো। কেপ্তেইন শিৱক প্ৰণাম জনাইছো।”

1672818395 13 1মহিলাদের আরও বেশি করে সশস্ত্র বাহিনীতে যোগ দিতে এবং প্রতিটি চ্যালেঞ্জকে এগিয়ে নিয়ে যেতে দেখে আমি রোমাঞ্চিত। ক্যাপ্টেন শিবাকে আমি শুভেচ্ছা জানাই।’’

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Indian ArmyShiva ChauhanSiachenWomen in Indian Army
publisher

publisher

Related Posts

Hindenburg Research : পূৰ্বেও একাধিক কোম্পানিক দেউলীয়া কৰিছিল হিণ্ডেনবাৰ্গে
International

Hindenburg Research : পূৰ্বেও একাধিক কোম্পানিক দেউলীয়া কৰিছিল হিণ্ডেনবাৰ্গে

January 31, 2023
Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘
Entertainment

Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

January 31, 2023
Food Poisoning : বমি, ডায়েৰিয়াৰ দৰে সমস্যাত চিকিৎসালয়ত ভৰ্তি চৰকাৰী বিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থী
India

Food Poisoning : বমি, ডায়েৰিয়াৰ দৰে সমস্যাত চিকিৎসালয়ত ভৰ্তি চৰকাৰী বিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থী

January 31, 2023
Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ
Assam

Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

January 31, 2023
Economic Survey : অহা এবছৰত দেশত অৰ্থনীতিৰ গতিবেগ ঘূৰি নাহে ,পূৰ্বাভাস দিলে আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনে
India

Economic Survey : অহা এবছৰত দেশত অৰ্থনীতিৰ গতিবেগ ঘূৰি নাহে ,পূৰ্বাভাস দিলে আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনে

January 31, 2023
Gautam Adani : বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল গৌতম আদানী
India

Gautam Adani : বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল গৌতম আদানী

January 31, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: