Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Angry : সামান্য কথাতে অত্যধিক খং উঠে ? হব পাৰে বিপদ … পঢ়ক এই প্ৰতিবেদন

publisher by publisher
January 22, 2023
in Lifestyle
Reading Time: 2 mins read
0
Angry : সামান্য কথাতে অত্যধিক খং উঠে ? হব পাৰে বিপদ … পঢ়ক এই প্ৰতিবেদন
3
SHARES
31
VIEWS
ShareShareShareShare

Angry :

সামান্য কথাতে খঙত ফাটি পৰে বা মুখ গোমোথা কৰি বহি থাকে নেকি? কিন্তু মনত ৰাখিব, এয়া অৱশ্যে শৰীৰৰ বাবে উপকাৰী নহয়।

ADVERTISEMENT

এক গৱেষণাত দেখা গৈছে যে অতিমাত্রা খঙৰ বাবে মানুহৰ কম বয়সতে ৰক্তচাপ বৃদ্ধি পায়, ইস্কিমিয়া হয় আৰু হাৰ্ট এটেকৰ আশংকা বাঢ়ে। আকৌ উচ্চ ৰক্তচাপ নাথাকিলেও আপুনি বিপদমুক্ত বুলি ভাবিব নোৱাৰে।

RelatedPosts

Mental Health : মন ভালে ৰখাৰ পাঁচটা উপায় কি ? জানক আৰু পঢ়ক –

Bizarre : কিশোৰীৰ পাকস্থলীত তিনি কেজি চুলি ! ‘পিকা’ ৰোগত আক্রান্ত, জনালে চিকিৎসকে ! কি এই ৰোগ ?

 Food for Anxiety: মানসিক চাপ আৰু উদ্বেগ কমাবলৈ সহায় কৰে এইসমূহ খাদ্যই

ৰক্তচাপ স্বাভাৱিক থকা অৱস্থাতো অত্যধিক খং থকা মানুহৰ ক্ষেত্ৰত ‘ইস্কিমিক হার্ট ডিজিজ’ৰ আশংকা খং বেছি নথকা মানুহৰ তুলনাত প্ৰায় দুগুণ আৰু হাৰ্ট এটেকৰ আশংকা তিনিগুণ ।

অৱশ্যে মানুহ মাত্রেই আবেগ থাকে। আবেগ থাকিলে খং, দুখ আদি অনুভূতিও থাকিবই। গতিকে কেতিয়াবা মানুহৰ খং উঠা, কাৰোবাক দুই-এষাৰ টান কথা কোৱা বা ঠেহ পাতি বহি থকাটো স্বাভাৱিক। সেইক্ষেত্ৰত তেনে কোনো ক্ষতিৰ আশংকা নাই।

কিন্তু খঙে মাত্রা চেৰাই গ’লেই বা অনবৰতে খং উঠি থাকিলেহে বিপদ। প্রচলিত এষাৰ কথা আছে, খং নামেই চণ্ডাল। প্রাচীন কালত চণ্ডাল সম্প্ৰদায়ক সমাজৰ নিম্ন শ্ৰেণীৰূপে গণ্য কৰা হৈছিল৷ সেয়ে মানুহৰ অনুভূতিবোৰৰ ভিতৰত খঙক চণ্ডালৰ স’তে তুলনা কৰা হৈছে।

বিজ্ঞানীসকলৰ মতে, প্রচণ্ড খঙে পোনপটীয়াকৈ হৃৎপিণ্ড আৰু ধমনীক ক্ষতিগ্রস্ত কৰে। প্ৰচণ্ড খং উঠাৰ লগে লগে শৰীৰত আৰম্ভ হয় ‘ফাইট অৱ ফ্লাইট ৰেছপন্স’। ইয়াৰ জৰিয়তে প্ৰচুৰ ষ্ট্ৰেছ হৰম’ন তথা নিউৰ’কেমিকেল ক্ষৰণ হ’বলৈ আৰম্ভ কৰে।

সেইবোৰৰ প্ৰভাৱত হৃৎস্পণ্ডনৰ গতি আৰু ৰক্তচাপ বাঢ়ে। কৰ’নেৰী আৰ্টেৰী সংকুচিত হয়। আকৌ কৰ’নেৰী আৰ্টেৰীত যদি চৰ্বিৰ চামনি থাকে, তেন্তে চৰ্বিৰ সেই চামনি ফাটি যোৱাৰ আশংকা থাকে।

এনে প্ৰভাৱ থাকে প্রায় দুঘণ্টা পর্যন্ত। ফলত সেই সময়খিনিত হার্ট এটেকৰ আশংকা বাঢ়ি যায়। এক বিশেষজ্ঞৰ মতে, প্রচণ্ড খং উঠি থকাৰ সময়ত যিসকলে ব্যায়ামৰ দ্বাৰা খং কমোৱাৰ চেষ্টা কৰে, তেওঁলোকৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ আশংকা বাঢ়িহে যায়।

আকৌ প্ৰচণ্ড মানসিক উত্তেজনাৰ ফলত হৃৎপিণ্ডৰ ‘ইলেকট্রিকেল ইমপাল্‌ছ ডিছৰাপ্টেড’ হৈ বিপজ্জনক ‘হার্ট ডিম ডিষ্টাৰবেন্স’ৰ সূত্ৰপাত ঘটে। যাৰ বাবে এজন লোকৰ মৃত্যুও হ’ব পাৰে। আন এক গৱেষণাত দেখা গৈছে যে শৰীৰত ষ্টেছ হৰম’ন বৃদ্ধি পালে তেজত চিৰিয়েল্ভি প্ৰ’টিন (চি আৰ পি) বাঢ়িবলৈ আৰম্ভ কৰে।

গৱেষকৰ মতে, যিসকলৰ খং আৰু হ’ষ্টিলিটী অতি বেছি বা যিসকল কথাই কথাই উত্তেজিত বা বিষণ্ণ হৈ পৰে, তেওঁলোকৰ তেজত সাধাৰণ মানুহৰ তুলনাত চি আৰ পি বেছি হোৱাৰ সম্ভাৱনা প্ৰায় দুই-তিনি গুণ অধিক; যাক হাৰ্ট এটেকৰ অন্যতম সংকেত বুলি ক’ব পাৰি।

বিশেষজ্ঞৰ মতে, খং বা বিষণ্নতা, উদ্বীগ্নতা আদি যাৱতীয় নেতিবাচক আবেগ যিসকলৰ অধিক,তেওঁলোক সততে বৰ-বেছি স্বাস্থ্য সচেতন নহয় কাৰণেও বিপদৰ আশংকা থাকে। ৰুটিন মানি চলা, অসুখ-বিসুখত চিকিৎসক পৰামৰ্শ মানি নচলাটো তেওঁলোকৰ অভ্যাসৰ দৰে। বৰঞ্চ ধূমপান, মদ্যপান বা আন কোনো নিচাত মগ্ন হৈ পৰে, যিকোনো খাদ্য খায় আৰু শুই-বহি জীৱন কটায়।

সেইবোৰ কাৰণতে ৰক্তচাপ-শৰ্কৰা-কলেষ্টেৰ’ল আদি বাঢ়ি বাঢ়ি হৃদৰোগৰ এখন বহল ক্ষেত্ৰ তৈয়াৰ কৰে। তাৰ পাছতো সতৰ্ক নহ’লে পৰিণামস্বৰূপে আশংকা বাঢ়ে হার্ট এটেকৰ। চিকিৎসকৰ মতে, প্রচণ্ড খং আৰু চিঞৰ-বাখৰ কৰি থকা অৱস্থাত হঠাৎ হার্ট এটেক হোৱা ৰোগীৰ সংখ্যা অনেক।

আনহাতে, বিশেষজ্ঞই দাবী কৰে যে প্রচণ্ড খং এনে এক বস্তু, যি মানুহক অকলশৰীয়া কৰি পেলায়। সেই একাকীত্বৰ আলম লৈয়ে বাঢ়িবলৈ ধৰে বিষণ্ণতা, মানসিক উত্তেজনা, অৱসাদ আদি। এই সকলোবোৰেই হৃৎপিণ্ডৰ বাবে ক্ষতিকাৰক।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AngryMental Healthphysical health
publisher

publisher

Related Posts

দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য
Lifestyle

May 9, 2025
ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ
Lifestyle

ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

May 8, 2025
শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব
Lifestyle

শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

May 6, 2025
নতুন গৱেষণাত ওলাল বিশেষ তথ্য
Lifestyle

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

May 5, 2025
প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?
Lifestyle

প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

May 5, 2025
উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 
Lifestyle

উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

May 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d