Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Angry : সামান্য কথাতে অত্যধিক খং উঠে ? হব পাৰে বিপদ … পঢ়ক এই প্ৰতিবেদন

publisher by publisher
January 22, 2023
in Lifestyle
Reading Time: 2 mins read
0
Angry : সামান্য কথাতে অত্যধিক খং উঠে ? হব পাৰে বিপদ … পঢ়ক এই প্ৰতিবেদন
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

আপুনি জানেনে ? মগজুকো প্ৰয়োজন হয় জিৰণিৰ….

এটা খনিজ দ্রব্যতে লুকাই আছে সকলো উত্তৰ

Mental Health : মন ভালে ৰখাৰ পাঁচটা উপায় কি ? জানক আৰু পঢ়ক –

Angry :

সামান্য কথাতে খঙত ফাটি পৰে বা মুখ গোমোথা কৰি বহি থাকে নেকি? কিন্তু মনত ৰাখিব, এয়া অৱশ্যে শৰীৰৰ বাবে উপকাৰী নহয়।

ADVERTISEMENT

এক গৱেষণাত দেখা গৈছে যে অতিমাত্রা খঙৰ বাবে মানুহৰ কম বয়সতে ৰক্তচাপ বৃদ্ধি পায়, ইস্কিমিয়া হয় আৰু হাৰ্ট এটেকৰ আশংকা বাঢ়ে। আকৌ উচ্চ ৰক্তচাপ নাথাকিলেও আপুনি বিপদমুক্ত বুলি ভাবিব নোৱাৰে।

ৰক্তচাপ স্বাভাৱিক থকা অৱস্থাতো অত্যধিক খং থকা মানুহৰ ক্ষেত্ৰত ‘ইস্কিমিক হার্ট ডিজিজ’ৰ আশংকা খং বেছি নথকা মানুহৰ তুলনাত প্ৰায় দুগুণ আৰু হাৰ্ট এটেকৰ আশংকা তিনিগুণ ।

অৱশ্যে মানুহ মাত্রেই আবেগ থাকে। আবেগ থাকিলে খং, দুখ আদি অনুভূতিও থাকিবই। গতিকে কেতিয়াবা মানুহৰ খং উঠা, কাৰোবাক দুই-এষাৰ টান কথা কোৱা বা ঠেহ পাতি বহি থকাটো স্বাভাৱিক। সেইক্ষেত্ৰত তেনে কোনো ক্ষতিৰ আশংকা নাই।

কিন্তু খঙে মাত্রা চেৰাই গ’লেই বা অনবৰতে খং উঠি থাকিলেহে বিপদ। প্রচলিত এষাৰ কথা আছে, খং নামেই চণ্ডাল। প্রাচীন কালত চণ্ডাল সম্প্ৰদায়ক সমাজৰ নিম্ন শ্ৰেণীৰূপে গণ্য কৰা হৈছিল৷ সেয়ে মানুহৰ অনুভূতিবোৰৰ ভিতৰত খঙক চণ্ডালৰ স’তে তুলনা কৰা হৈছে।

বিজ্ঞানীসকলৰ মতে, প্রচণ্ড খঙে পোনপটীয়াকৈ হৃৎপিণ্ড আৰু ধমনীক ক্ষতিগ্রস্ত কৰে। প্ৰচণ্ড খং উঠাৰ লগে লগে শৰীৰত আৰম্ভ হয় ‘ফাইট অৱ ফ্লাইট ৰেছপন্স’। ইয়াৰ জৰিয়তে প্ৰচুৰ ষ্ট্ৰেছ হৰম’ন তথা নিউৰ’কেমিকেল ক্ষৰণ হ’বলৈ আৰম্ভ কৰে।

সেইবোৰৰ প্ৰভাৱত হৃৎস্পণ্ডনৰ গতি আৰু ৰক্তচাপ বাঢ়ে। কৰ’নেৰী আৰ্টেৰী সংকুচিত হয়। আকৌ কৰ’নেৰী আৰ্টেৰীত যদি চৰ্বিৰ চামনি থাকে, তেন্তে চৰ্বিৰ সেই চামনি ফাটি যোৱাৰ আশংকা থাকে।

এনে প্ৰভাৱ থাকে প্রায় দুঘণ্টা পর্যন্ত। ফলত সেই সময়খিনিত হার্ট এটেকৰ আশংকা বাঢ়ি যায়। এক বিশেষজ্ঞৰ মতে, প্রচণ্ড খং উঠি থকাৰ সময়ত যিসকলে ব্যায়ামৰ দ্বাৰা খং কমোৱাৰ চেষ্টা কৰে, তেওঁলোকৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ আশংকা বাঢ়িহে যায়।

আকৌ প্ৰচণ্ড মানসিক উত্তেজনাৰ ফলত হৃৎপিণ্ডৰ ‘ইলেকট্রিকেল ইমপাল্‌ছ ডিছৰাপ্টেড’ হৈ বিপজ্জনক ‘হার্ট ডিম ডিষ্টাৰবেন্স’ৰ সূত্ৰপাত ঘটে। যাৰ বাবে এজন লোকৰ মৃত্যুও হ’ব পাৰে। আন এক গৱেষণাত দেখা গৈছে যে শৰীৰত ষ্টেছ হৰম’ন বৃদ্ধি পালে তেজত চিৰিয়েল্ভি প্ৰ’টিন (চি আৰ পি) বাঢ়িবলৈ আৰম্ভ কৰে।

গৱেষকৰ মতে, যিসকলৰ খং আৰু হ’ষ্টিলিটী অতি বেছি বা যিসকল কথাই কথাই উত্তেজিত বা বিষণ্ণ হৈ পৰে, তেওঁলোকৰ তেজত সাধাৰণ মানুহৰ তুলনাত চি আৰ পি বেছি হোৱাৰ সম্ভাৱনা প্ৰায় দুই-তিনি গুণ অধিক; যাক হাৰ্ট এটেকৰ অন্যতম সংকেত বুলি ক’ব পাৰি।

বিশেষজ্ঞৰ মতে, খং বা বিষণ্নতা, উদ্বীগ্নতা আদি যাৱতীয় নেতিবাচক আবেগ যিসকলৰ অধিক,তেওঁলোক সততে বৰ-বেছি স্বাস্থ্য সচেতন নহয় কাৰণেও বিপদৰ আশংকা থাকে। ৰুটিন মানি চলা, অসুখ-বিসুখত চিকিৎসক পৰামৰ্শ মানি নচলাটো তেওঁলোকৰ অভ্যাসৰ দৰে। বৰঞ্চ ধূমপান, মদ্যপান বা আন কোনো নিচাত মগ্ন হৈ পৰে, যিকোনো খাদ্য খায় আৰু শুই-বহি জীৱন কটায়।

সেইবোৰ কাৰণতে ৰক্তচাপ-শৰ্কৰা-কলেষ্টেৰ’ল আদি বাঢ়ি বাঢ়ি হৃদৰোগৰ এখন বহল ক্ষেত্ৰ তৈয়াৰ কৰে। তাৰ পাছতো সতৰ্ক নহ’লে পৰিণামস্বৰূপে আশংকা বাঢ়ে হার্ট এটেকৰ। চিকিৎসকৰ মতে, প্রচণ্ড খং আৰু চিঞৰ-বাখৰ কৰি থকা অৱস্থাত হঠাৎ হার্ট এটেক হোৱা ৰোগীৰ সংখ্যা অনেক।

আনহাতে, বিশেষজ্ঞই দাবী কৰে যে প্রচণ্ড খং এনে এক বস্তু, যি মানুহক অকলশৰীয়া কৰি পেলায়। সেই একাকীত্বৰ আলম লৈয়ে বাঢ়িবলৈ ধৰে বিষণ্ণতা, মানসিক উত্তেজনা, অৱসাদ আদি। এই সকলোবোৰেই হৃৎপিণ্ডৰ বাবে ক্ষতিকাৰক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AngryMental Healthphysical health
publisher

publisher

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d