Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

    খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

আপোনাৰ খুউৱ সোনকালে খং উঠে নেকি ? কেনেকৈ আপুনি খং নিয়ন্ত্ৰণ কৰিব , জানিবলৈ পঢ়ক —

publisher by publisher
September 22, 2022
in Lifestyle
Reading Time: 1 min read
0
আপোনাৰ খুউৱ সোনকালে খং উঠে নেকি ? কেনেকৈ আপুনি খং নিয়ন্ত্ৰণ কৰিব , জানিবলৈ পঢ়ক —
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

‘সহিলে সম্পদ, নসহিলে আপদ‘ বুলি অসমীয়াত এষাৰ আপ্তবাক্য আছে । অৰ্থাৎ খঙেই চণ্ডাল । খঙে মানুহৰ শাৰীৰিক আৰু মানসিকভাৱে অনিষ্ট সাধন কৰাৰ লগতে বহু ভাল সম্পৰ্কও নষ্ট কৰিব পাৰে । ধৈৰ্যৰ ফল সদায় মিঠা । বহু সময়ত ধৈৰ্যই আপোনাক মানসিক শান্তিৰ দৰে সম্পদ আহৰণত লাভাম্বিত কৰাৰ লগতে খঙৰ পৰা হ’ব ৰোগৰ পৰাও বচাই ৰাখিব । গতিকে খং ৰোধ কৰিবলৈ আপুনি কি কৰিব ? আজি খং নিয়ন্ত্ৰণৰ কেইটামান সহজ উপায়ৰ বিষয়ে আলোচনা কৰিম ।

ADVERTISEMENT

১/ ওলোটাকৈ গণনা কৰক : যদি আপোনাৰ খং উঠিছে তেন্তে আপুনি ১০ ৰ পৰা ১ লৈ ওলোটাকৈ গণনা কৰক । ই আপোনাৰ হৃদয় স্পন্দন কম কৰাৰ লগতে খঙৰ পৰা হ’ব পৰা ৰোগৰ পৰা ৰক্ষা কৰিব । আপোনাৰ খং যদি অধিক বেছি হয় তেন্তে আপুনি ১০০ ৰ পৰা গণনা কৰিবলৈ আৰম্ভ কৰক ।

২/ গভীৰভাৱে শ্বাস – প্ৰশ্বাস গ্ৰহণ কৰক : সাধাৰণতে কিছুমান মানুহৰ খং উঠিলে শ্বাস-প্ৰশ্বাসৰ গতি দ্ৰুত হয় । তেনেক্ষেত্ৰত আপুনি গভীৰভাৱে শ্বাস গ্ৰহণ কৰি মুখেৰে লাহে লাহে এৰিবলৈ চেষ্টা কৰক । ই আপোনাৰ ভিতৰত থকা খঙৰ প্ৰকোপ হ্ৰাস কৰাত সহায় কৰিব ।

৩/ দৈনিক শাৰীৰিক অনুশীলন কৰক : দৈনিক কচৰৎ কৰিলেও খং নিয়ন্ত্ৰণ হয় । শাৰীৰিক সক্ষমতাই খঙৰ দৰে কু-আৱেগক প্ৰতিৰোধ কৰিব পাৰে । আমি জানো যে শাৰীৰিক দুৰ্বলতাই মানুহৰ খং বৃদ্ধি কৰে । তেনেক্ষেত্ৰত দৈনিক শাৰীৰিক কচৰৎৰ যোগেদি শৰীৰটো সুস্থ ৰখাৰ লগতে মানসিক হেঁচা হ্ৰাস কৰিব পাৰে । যি আপোনাৰ ৰোগো নিয়ন্ত্ৰণ কৰিব ।

৪/ কথা কোৱাৰ আগতে এশবাৰ ভাৱক : খং উঠাৰ সময়ত যিকোনো কথা কোৱাৰ আগতে কিছু সময় ভাৱি লোৱাৰ দৰকাৰ । যিহেতু কৈ দিয়া কথা পিছত আপুনি পৰিৱৰ্তন কৰিব নোৱাৰে । সেইবাবে কোনো কথা কোৱাৰ পূৰ্বে এশ বাৰ ভৱাৰ প্ৰয়োজন আছে ।

৫/ মনটো নিয়ন্ত্ৰণ কৰক : যদি আপোনাৰ খং উঠিছে , সময় নষ্ট নকৰি এটা নিৰ্জন কোঠালৈ যাওঁক আৰু কিছু সময় নিজৰ লগত সময় পাৰ কৰক । কল্পনাৰ জগতখনত বিচৰণ কৰিলে আপোনাৰ মনলৈ এক প্ৰশান্তিৰ ভাৱ অহাৰ লগতে খং নিয়ন্ত্ৰণ কৰাত সহায় কৰিব । মন সংযোগৰ এই সময়ছোৱাত কল্পনাৰ প্ৰতিটো বিষয় খুটি-নাটি মাৰি লক্ষ্য কৰক । যদি আপুনি এখন সাগৰৰ কল্পনা কৰিছে , তেন্তে মন কৰক সাগৰৰ পানীৰ ৰং কেনেকুৱা ? পাহাৰটো কিমান ওখ ? চৰাইৰ শব্দবোৰ অনুভৱ কৰিবলৈ কৰিবলৈ যত্ন কৰক ।

এই ধৰণৰ অনুভৱে আপোনাৰ খং ৰোধ কৰাত যথেষ্ট সহায় কৰিব । ইয়াৰলগতে গান শুনাৰ অভ্যাস কৰক । সংগীতে আপোনাক চৌপাশৰ পৰিবেশটো পাহৰাত সহায় কৰিব । গতিকে খং উঠাৰ লগে লগে গান শুনিবলৈ চেষ্টা কৰক । যি আপোনাক গম নোপোৱাকৈ খং নিয়ন্ত্ৰণ কৰিব । যদি সম্ভৱ হয় গানৰ তালে-তালে হাত-ভৰি সঞ্চালন কৰিবলৈ চেষ্টা কৰক । এই অভ্যাসেও আপোনাক দ্ৰুত ফলাফল লাভ কৰাত সহায় কৰিব ।

ক্ষমা কৰাৰ অভ্যাস গঢ় দিয়ক : ক্ষমা হৈছে অন্যতম এক শক্তিশালী আৱেগ । অৰ্থাৎ যাৰ ওপৰত খং উঠিছে তেওঁক ক্ষমা কৰিবলৈ চেষ্টা কৰক । দেখিব যে আপোনাৰ সকলো খং নাইকীয়া হৈ গৈছে আৰু আপুনি শান্ত হৈ পৰিছে । সকলো সমস্যাৰ একমাত্ৰ সমাধান হৈছে ক্ষমা লগতে ই আপোনাৰ ইতিবাচক দিশবিলাকক প্ৰভাৱিত কৰিব ।

খং মানুহৰ এটা স্বাভাৱিক আৱেগ । যেনেকৈ হাঁহি , কান্দোন , ঈৰ্ষা বা খং মানুহৰ একোটা আৱেগ । খং সকলোৰে উঠিব পাৰে কিন্তু সেই খঙক নিয়ন্ত্ৰণ কৰিব পৰাতো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে । গতিকে এনে ধৰণৰ কৌশল অৱলম্বন কৰি আপোনাৰ উঠি থকা খং নিয়ন্ত্ৰণ কৰিব পাৰে আৰু এক সুস্থ, আনন্দময় জীৱন উপভোগ কৰিব পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AngerAnger Management
publisher

publisher

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d