Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Dr.Bezbaruah-2 :অসমৰ ছবি জগতত আলোড়ন দুই কোটি ক্লাৱত ‘ডক্তৰ বেজবৰুৱা ২’

publisher by publisher
February 9, 2023
in Assam, Entertainment, News
Reading Time: 2 mins read
0
Dr.Bezbaruah-2 :অসমৰ ছবি জগতত আলোড়ন দুই কোটি ক্লাৱত ‘ডক্তৰ বেজবৰুৱা ২’
3
SHARES
26
VIEWS
ShareShareShareShare

Dr.Bezbaruah-2 :

অভিলেখৰ পাছত অভিলেখ ৰচনা কৰি অসমীয়া ছবিজগতত আলোড়ন সৃষ্টি কৰা ডক্তৰ বেজবৰুৱা ২’-এ প্ৰৱেশ কৰিলে ২ কোটিৰ ক্লাবত ৷

ADVERTISEMENT

দীর্ঘ বিৰতিৰ অন্তত এখন অসমীয়া ছবিক সৰ্বস্তৰৰ দৰ্শকে আদৰি লোৱাত আটাইকে ধন্যবাদ জনাইছে ছবিখনৰ নিৰ্মাতা গোষ্ঠী এ এম টেলিভিচনে।

RelatedPosts

Assamese Flim : কল্পবিজ্ঞানৰ কাহিনীৰে চর্চিত ছবি ‘আদ্ভিত্য’

Bollywood Actor Ravi Janghu:বহ্নিমানৰ অভিনেতা ৰবি জাংঘু পুনৰ অসমীয়া কথাছবিত

বৃহস্পতিবাৰে এক সংবাদমেলত ডক্তৰ বেজবৰুৱা ২ৰ প্ৰযোজক ড০ সঞ্জীৱ নাৰায়ণে কয় যে ‘ডক্তৰ বেজবৰুৱা ২-এ অসমীয়া ছবিৰ সকলো অভিলেখ ভংগ কৰিলে।

কেৱল সিমানেই নহয় book my showৰ তালিকাত ১০ৰ ভিতৰত ৯.১ পইণ্ট লাভ কৰিছে ‘ডক্তৰ বেজবৰুৱা ২’ই। যি সময়ত ‘পাঠান’ ছবিখন সর্বত্র চর্চিত আছিল, সেই সময়ত ‘ডক্তৰ বেজবৰুৱা book my showৰ ৰেটিঙত ‘পাঠান ক অতিক্ৰম কৰিলে।

প্ৰতিদিনে অসমৰ ছবিঘৰত গড় হিচাপে ২০০টা দর্শনী প্ৰদৰ্শিত হৈছে আৰু প্ৰতিটো দর্শনীয়েই ‘হাউছফুল’। ১৫০০ দর্শনী সম্পূর্ণ হাউছফুল’ অসমীয়া বোলছবিৰ আন এক অভিলেখ কেৱল অসমতেই নহয়, দিল্লী, বাংগালুৰু, চেন্নাইত ‘ডক্তৰ বেজবৰুৱা ২’ চাবলৈ ছবিঘৰত দর্শক উবুৰি খাই পৰিছে।

ডুবাই, অস্ট্রেলিয়া, কানাডা, ওমান আদি দেশৰ পৰা অসমীয়া দৰ্শকৰ অনুৰোধ আহিছে— যেনেতেনে সেই দেশবোৰত ছবিখন প্ৰদৰ্শন কৰিবৰ বাবে। দৰ্শকৰ এনে সঁহাৰিত আমি অভিভূত।সেয়ে অচিৰেই আমি ছবিখন ইংৰাজী Subtitle কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিম।

লগতে খুব সোনকালে হিন্দী ভাষাত ডাবিং হ’ব ‘ডক্তৰ বেজবৰুৱা ২’। Subtitle, Dubbingৰ উপৰি আমি ছবিখন ভ্ৰাম্যমাণ প্রদর্শনীৰ যোগেদি গাঁৱে-ভূঞে প্রদৰ্শনৰ ব্যৱস্থা কৰিছোঁ। আমি নিশ্চিত গ্ৰামাঞ্চলৰ দৰ্শকে ‘ডক্তৰ বেজবৰুৱা ২-ক উৎসাহেৰে আঁকোৱালি ল’ব। ছবিঘৰ আৰু ভ্ৰাম্যমাণ প্ৰদৰ্শনীৰ উপৰি ডক্তৰ বেজবৰুৱা ২’ প্রদর্শিত হ’ব PRAGPLAY নামৰ OTT প্লেটফৰ্মত। আমি এই সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছো অচিৰেই বিদেশতো ছবিখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব। ৷

সংবাদমেলখনত উপস্থিত থাকি প্রযোজক ডাঃ অক্ষতা নাৰায়ণে কয় যে অসমীয়া ছবিলে সোণালী যুগ ঘূৰি আহিছে। যোৱা দিনকেইটাত আপোনালোক সকলোৱে দেখিছে কিদৰে ছবিগৃহত দৰ্শকে ভিৰ কৰাই নহয়, চিনেমা হল কর্তৃপক্ষই হলৰ ভিতৰত অতিরিক্তভাৱে প্লাষ্টিকৰ চকী, চোফা আদিৰ ব্যৱস্থা কৰি দিব লগা হৈছে। ইয়ে প্ৰমাণ কৰিছে দৰ্শকে এখন ভাল ছবি পালেই চাব।

এতিয়াৰে পৰা আমাৰ দায়িত্ব আৰু বাঢ়িল। এই দাযিত্ব হ’ল অসমৰ দৰ্শকক একো একোখন ভাল ছবি উপহাৰ দিবই লাগিব। আমাৰ বিশ্বাস আমি পাৰিম। দক্ষিণৰ ছবিয়ে যিদৰে নিজৰ স্বকীয়তা বজাই ৰাখি ছবি নিৰ্মাণ কৰি সফল হৈছে, ঠিক একেদৰে আমিও অসমীয়া ছবিক এটা স্তৰলৈ নিয়াৰ প্ৰয়াস কৰিম।

উল্লেখযোগ্য যে অসমৰ প্ৰতিটো ছবিগৃহতে আজিৰ দিনটোত হাউছফুল “ডক্তৰ বেজবৰুৱা ২’। বহু স্থানত দর্শকে টিকট নাপায় উভতি যাব লগা পৰিৱেশৰ সৃষ্টি হৈছে।

আনহাতে ৰাজ্যৰ যিসমূহ স্থানত ছবিগৃহ নাই, সেই স্থানৰ দৰ্শকেও যাতে ‘ডক্তৰ বেজবৰুৱা ২’ চাব পাৰে তাৰ বাবে এ এম টেলিভিছনে পৰিবহণৰ ব্যৱস্থা কৰি দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assamese FilmDr.Bezbaruah-2
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d