Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Bollywood Actor Ravi Janghu:বহ্নিমানৰ অভিনেতা ৰবি জাংঘু পুনৰ অসমীয়া কথাছবিত

'লক্ষীপথাৰ'ত আইপিএছ বিষয়াৰ ভূমিকাত কৰিব অভিনয়

publisher by publisher
January 3, 2023
in Entertainment, Assam, India, News
Reading Time: 2 mins read
0
Bollywood Actor Ravi Janghu:বহ্নিমানৰ অভিনেতা ৰবি জাংঘু পুনৰ অসমীয়া কথাছবিত
2
SHARES
18
VIEWS
ShareShareShareShare

Bollywood Actor Ravi Janghu:

অসমীয়া কথাছবি বহ্নিমান আৰু ৰক্তবিজৰ অভিনেতা ৰবি জাংঘু এইবাৰ পুনৰ দেখা যাব বহু চৰ্চিত চিনেমা ‘লক্ষীপথাৰ’ত ৷

ADVERTISEMENT

অভিনেতা গৰাকীয়ে ইয়াৰ পূৰ্বে তেলেগু, হিন্দী আৰু হাৰিয়ানাৰ চলচ্চিত্ৰত কাম কৰিছিল ৷ ইয়াৰ ভিতৰত গাজিয়াবাদ, সিনহা, কৰিম মহম্মদ, ৱেব চিৰিজ বিৰাট, এমএক্স প্লেয়াৰৰ অনুষ্ঠান মাধুৰী টকিজ সহ বহু কেইখন মুভিত।

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

WhatsApp Image 2023 01 03 at 18.53.15 2শেহতীয়াকৈ অভিনতা ৰবি জাংঘুৱে প্ৰাগ নেটৱৰ্কৰ বেনাৰত ড:সজ্ঞীৱ নাৰায়ণ প্ৰযোজিত আৰু পংকজ পাটৰৰ পৰিচালনাত নিৰ্মিত কথাছবি’ লক্ষীপথাৰ’ত অভিনয় কৰিব ৷  ছবিখনৰ মুল পটভূমি হৈছে এসময়ৰ আলফাৰ ঘাটিস্বৰূপ লক্ষীপথাৰ অঞ্চল ৷

চলচ্চিত্ৰ খনত তেওঁ ৰূপায়ণ কৰা ভূমিকাৰ বিষয়ে কয়, “মই এজন আইপিএছ বিষয়া ৰবিৰ ভূমিকা পালন কৰিছো ৷  চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ  উত্তৰ ভাৰতৰ পৰা লক্ষীপথাৰলৈ পঠিয়াইছে ৷

লক্ষীপথাৰ’ত অভিনয় কৰিবলৈ গৈ প্ৰথম অৱস্থাত তেওঁৰ বাবে এক প্ৰত্যাহ্বান আছিল।”

WhatsApp Image 2023 01 03 at 18.53.15উল্লেখ্য যে, বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত এখন চলচ্চিত্ৰৰ অংশীদাৰ হোৱাটো তেওঁৰ বাবে এক প্ৰত্যাহ্বানৰ বিষয় বুলি উল্লেখ কৰি কয়, “যেতিয়া আপুনি বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত এখন চলচ্চিত্ৰৰ অভিনেতা হিচাপে আপোনাৰ প্ৰদৰ্শন আৰু দায়িত্ব অতি উচ্চ হয় কিয়নো ই মানুহৰ অনুভূতিক চুই যাব পাৰে।

সেয়েহে আপুনি আপোনাৰ চৰিত্ৰটো সঠিক ৰূপত উপস্থাপন আৰু সুচিন্তিত উপায়েৰে ফুটাই তুলিব লাগে ৷ আনহাতে দৰ্শকে যাতে সেই সময়ৰ বেদনা অনুভৱ কৰিব পাৰে আৰু এনে সময়ৰ অংশীদাৰ হ’বলৈ পাই তেওঁ অত্যন্ত সুখী বুলি মন্তব্য কৰে ৷

 জনপ্ৰিয় অভিনেতা গৰাকীয়ে আৰু কয়, “মোৰ প্ৰথম খন অসমীয়া কথাছবি আছিল ২০১৬ চনৰ বহ্নিমাণ আৰু ২০১৮ চনৰ ৰক্তবিজ।

WhatsApp Image 2023 01 03 at 18.53.15 1দুয়োখন ছবি যথেষ্ট সফল হৈছিল আৰু মই দৰ্শকৰ পৰা যথেষ্ট সমাদৰ আৰু মৰম আৰু সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিলো ৷ অসম মোৰ দ্বিতীয় ঘৰ। শেহতীয়া কথাছবি ‘লক্ষীপথাৰ’ মোৰ তৃতীয় খন অসমীয়া কথা ছবি।”

‘লক্ষীপথাৰত এন এচ ডিৰ স্নাতক তথা সু-অভিনেতা জ্যোতি নাৰায়ণ নাথেও অভিনয় কৰিছে । একেদৰে অভিনেত্ৰী মেলোডি পাটগিৰি, বিনোদ লাল দাস, শিশু শিল্পী পাল্কিয়েও অভিনয় কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Actar Ravi JanghuAssamese FilmBOLLYWOODLakhipathar
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d