Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অচিৰেই আইনৰ আওতালৈ অনা হ’ব পাৰে ‘ৱৰ্ক ফ্রম হােম’ প্ৰক্রিয়াক

publisher by publisher
December 12, 2021
in India, News
Reading Time: 1 min read
0
অচিৰেই আইনৰ আওতালৈ অনা হ’ব পাৰে ‘ৱৰ্ক ফ্রম হােম’ প্ৰক্রিয়াক
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Covid -19 : চীনৰ ক’ৰনা পৰিস্থিতিৰ অৱনতি ! মুখ খুলিলে জিনপিঙে

Covid Update: পজিটিভ হাৰ সাত শতাংশ ! বিগত পাঁচদিনত দেশত ক’ভিড আক্ৰান্ত ৫০ হেজাৰৰো অধিক

COVID-19 : মাস্ক পৰিধান নকৰিবলৈ পৰামৰ্শ দিয়া চিকিৎসকক কাৰাদণ্ড জার্মানীত

কৰ’নাৰ বাবেই মাত্ৰ কেইটামান দিন আগলৈ গৃহবন্দী হৈ থাকিবলগীয়া হৈছিল সমগ্র বিশ্ব। ডেল্টাৰ পাছত অ’মিক্রনলৈ নিতৌ নতুন নতুন প্ৰকাৰ আহিয়েই আছে। এনে পৰিস্থিতিত কৰ’না ভাইৰাছৰ সন্ত্রাসৰ সমাপ্তি ক’ত আছে কোনেও নাজানে। বিশেষজ্ঞসকলৰ ওচৰত এই প্রশ্নৰাে উত্তৰ নাই যে আন কোনাে নতুন প্ৰকাৰৰ প্রাদুর্ভাৱৰ বাবে পৃথিৱীখন পুনৰ বিগত ২০২০ ৰ দৰে তলাবন্ধত থাকিবলৈ বাধ্য হ’ব নেকি।

ADVERTISEMENT

তলাবন্ধৰ বাবেই ২০২০ত চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰিউদ্যোগ-কাৰখানা আদিৰ কাম-কাজ স্থবিৰ হৈ পৰিছিল। তাৰ মাজতে যােৱা বছৰ সকলাে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডই জীয়াই থকাৰ যুঁজখন অব্যাহত ৰাখিবলৈ কর্মচাৰীসকলৰ বাবে ঘৰৰ পৰা এক নতুন-স্বাভাৱিক জীৱনশৈলীৰ কাম আৰম্ভ কৰিবলৈ বাধ্য হৈছিল।

নতুন-স্বাভাৱিক জীৱনত, ৰাজহুৱা আৰু ব্যক্তিগত উভয় ক্ষেত্রতে এই ‘ৱৰ্ক ফ্রম হােম’ প্রক্রিয়া আৰম্ভ কৰা হৈছিল যি ঠাই আৰু প্রতিষ্ঠান বিশেষে এতিয়াও চলি আছে। সংক্ৰমণৰ প্ৰভাৱ অলপ হ্রাস পােৱাৰ পাছত, শেহতীয়াকৈ ‘ৱৰ্ক ফ্রম হােম’ৰ নিয়মবােৰ শিথিল কৰা হৈছে আৰু কিছুমান ক্ষেত্ৰত পুনৰ হাইব্রিড ৱৰ্ক ফ্ৰেমৱৰ্ক প্ৰৱৰ্তন কৰা হৈছে।

আগন্তুক দিনবােৰত পুনৰ ক’ভিড-১৯ৰ দৰে মহামাৰীৰ চৰম পৰিস্থিতি পৰিহাৰ কৰিবলৈ ঘৰৰ পৰা কাম কৰা এই প্রক্রিয়াক কোম্পানীসমূহে যে আৰু অধিক বিস্তৃতভাৱে ব্যৱহাৰ নকৰিব তাৰ কোনাে নিশ্চয়তা নাই। এনে ক্ষেত্ৰত এইবাৰ কেন্দ্রীয় চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন সংগঠনৰ নিয়মসমূহ একত্রিত কৰাৰ উদ্যোগ গ্রহণ কৰিছে।

‘ৱির্ক ফ্রম হােম’ প্রক্রিয়াক অধিক সুসংবদ্ধ আৰু নিয়ন্ত্রিত কৰি কর্মচাৰীক সুৰক্ষা প্রদান কৰিবলৈ আইনৰ অধীনলৈ অনাৰ চেষ্টা কৰিছে কেন্দ্রই। এক চৰকাৰী সূত্রত প্রকাশ পাইছে যে অনাগত দিনবােৰত কৰ’নাসদৃশ পৰিস্থিতিৰ চাপত নথকা সত্ত্বেও, একাধিক কোম্পানীয়ে কার্যালয়ৰ ব্যয় হ্রাস কৰিবলৈ কার্যালয়সমূহ পূর্ণগতিত নচলাই ‘ৱৰ্ক ফ্রম হােম’কে অধিক গুৰুত্ব দি হাইব্রিড কাম’ক ভৱিষ্যৎ বুলি অভিহিত কৰিছে।

তেনে ক্ষেত্ৰত, কেন্দ্রই ঘৰৰ পৰা কাম কৰা কর্মচাৰীসকলৰ প্রতি নিয়ােগকর্তাৰ দায়িত্ব নীতিবদ্ধ কৰাৰ বাবে উদ্যোগ লৈছে। সূত্রত প্রকাশ পােবা মতে, কর্মচাৰী আৰু নিয়ােগকর্তাকে ধৰি সকলাে সংশ্লিষ্ট পক্ষৰ স্বাৰ্থ অনুসৰি এই সন্দৰ্ভত কেনেদৰে আইন প্রণয়ন কৰিব লাগে সেই সন্দৰ্ভত প্রাথমিক তথ্য সংগ্রহ কৰিবলৈ ইতিমধ্যে এটা ব্যক্তিগত পৰামর্শদাতা প্রতিষ্ঠানক নিয়ােগ কৰা হৈছে।

কেন্দ্রই অনুভৱ কৰে যে, ঘৰৰ পৰা কাম কৰা কর্মচাৰীসকলৰ সুৰক্ষা একাধিক সংস্থা কর্তৃপক্ষৰ দ্বাৰা গুৰুত্বসহকাৰে বিবেচনা কৰা হােৱা নাই। প্রসংগক্রমে উল্লেখ কৰিব পাৰি, কৰ’নাৰ পাছত পােনপ্ৰথমবাৰৰ বাবে পর্তুগাল চৰকাৰে ঘৰৰ পৰা কাম কৰা কর্মচাৰীসকলৰ প্রতি নিয়ােগকর্তাৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি এখন আইন প্রণয়ন কৰিছে।

ভাৰত চৰকাৰেও অনাগত দিনবােৰত এই একেই পথ অনুসৰণ কৰিবলৈ বদ্ধপৰিকৰ হৈছে। কেন্দ্রই নির্দিষ্ট আইন প্ৰৱৰ্তন কৰাৰ কথা বিবেচনা কৰি থকা বিষয়বােৰৰ ভিতৰত আছে কার্যালয়ৰ সময়ত কঠোৰ অনুপালন, কর্মচাৰীৰ দৰমহাৰ উপৰি বিদ্যুৎ আৰু ইণ্টাৰনেটৰ বাবে পৃথক পৰিশােধ ইত্যাদি।

মন কৰিবলগীয়া যে ভাৰতৰ কে’বাটাও কোম্পানীয়ে ইতিমধ্যে লাহে লাহে কার্যালয় উপস্থিত কর্মচাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ পথত আগবাঢ়িছে । ইয়াৰ মাজতে, পৰামর্শদাতা প্রতিষ্ঠান গার্টনাৰৰ এক অধ্যয়নত গুৰুত্বপূর্ণ তথ্য প্রকাশ পাইছে।

য’ত দাবী কৰা হৈছে যে ভাৰতীয়সকলে অনলাইন প্রযুক্তি ব্যৱহাৰ কৰি আৰু ঘৰত থকাৰ সুবিধা প্রদান কৰি উৎপাদনশীলতাৰ ফালৰ পৰা ব্রিটেইন,ফ্রান্স আৰু জাৰ্মানীৰ দৰে দেশৰ কৰ্মচাৰীসকলক অতিক্ৰম কৰিছে।

আনহাতে, ৪৪ শতাংশ ভাৰতীয় কৰ্মচাৰীয়ে দূৰৱর্তী কামৰ ব্যৱস্থা আৰু হাইব্রিড ফ্ৰেমৱৰ্কত কাম কৰাৰ ফলত ক্লান্তি হ্রাস পােৱা বুলি দাবী কৰিছে। একেদৰে ৪৫ শতাংশ কর্মচাৰীয়ে কাম কৰা ইচ্ছা বৃদ্ধিৰ আৰু ২৮ শতাংশ কর্মচাৰীয়ে কর্মপটুতা বৃদ্ধিৰ দাবী কৰিছে, যি সামগ্রিকভাৱে বিশ্বৰ ভিতৰত সর্বশ্রেষ্ঠ।

গার্টনাৰে পূর্বানুমান কৰা মতে, ৪৭ শতাংশ ভাৰতীয় কৰ্মচাৰীয়ে আগন্তুক ২০২২তাে এনে ‘ৰিমােটৱৰ্ক এঞ্জেমেন্ট’ বা দূৰৱৰ্তী কামৰ ব্যৱস্থাত কাম কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSWORK FROM HOME
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d