Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Gunotsav : সীতাজখলা মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱত অংশগ্ৰহণ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

publisher by publisher
February 16, 2023
in Assam, News
Reading Time: 2 mins read
0
Gunotsav : সীতাজখলা মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱত অংশগ্ৰহণ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
4
SHARES
43
VIEWS
ShareShareShareShare

Gunotsav :

মৰিগাঁও জিলাৰ অন্তৰ্গত আমলিঘাটৰ সীতাজখলা মাধ্যমিক বিদ্যালয়ত আজি গুণোৎসৱ ২০২৩ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই।

ADVERTISEMENT

ৰাজ্যখনৰ বিদ্যালয়সমূহত শৈক্ষিক বাতাৱৰণৰ লগতে শিক্ষাৰ গুণগত মান উন্নীতকৰণৰ লক্ষ্যৰে শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত গুণোৎসৱৰ চলিত বৰ্ষৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠানখনৰ শৈক্ষিক বাতাৱৰণৰ লগতে সামগ্ৰিক পৰিৱেশ পৰ্যবেক্ষণ কৰে।

RelatedPosts

Road Accident in Nelee:মৰিগাঁৱৰ শিলচাঙৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

Morigaon:জুবিনক গাৰ্গক ভালপোৱা যুৱতীৰ মহানুভৱতা

Morigaon Dist.Jail:মৰিগাঁৱত অঘটন ! কাৰাগাৰৰ পৰা পলায়ন কয়দীৰ

১৯৭৪ চনত স্থাপিত শিক্ষানুস্থানখনত বৃহস্পতিবাৰে পুৱাৰ ভাগতে উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে প্ৰথমে প্ৰাতঃ সভা পৰ্যবেক্ষণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক সম্বোধন কৰে ।

ইয়াৰ পাছতে নিজৰ স্কুলীয়া দিনৰ স্মৃতি ৰোমন্থন কৰি মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত তথা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক অধ্যয়নত সম্পূৰ্ণ মনোনিবেশ কৰাৰ লগতে সময়ানুৱৰ্তিতা, শৃংখলাবদ্ধতা তথা অনুশাসন মানি চলিলে ভৱিষ্যতে জীৱনত সফলতা অৰ্জনৰ পথ প্ৰশস্ত হয় বুলি দোহাৰে।

বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষাৰ্থীকে জীৱনত সদায়ে শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈও আহ্বান জনাই কয় যে শিক্ষাগুৰুৰ আশীৰ্বাদেহে জীৱনলৈ সফলতা আনে। মন্ত্ৰী গৰাকীয়ে পাছত প্ৰতিটো শ্ৰেণীকক্ষও পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ স’তে শিক্ষা তথা আনুষংগিক বিষয়ত মতবিনিময় কৰি মন্ত্ৰী মহন্তই বিদ্যালয়খনৰ শিকণ-শিক্ষণ ব্যৱস্থাৰো আভাষ লয়।

গুণোৎসৱৰ বিশেষ দায়িত্ব নিৰ্বহন কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ বিষয়ববীয়া-সদস্য, শিক্ষাৰ্থীৰ অভিভাৱকসকলৰ লগতে বিদ্যালয়খনত গুণোৎসৱৰ দায়িত্বত নিয়োজিত চৰকাৰী বিষয়াৰ সৈতেও বিদ্যালয়ৰ আন্তঃগাঁথনিসহ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে।

এই আলোচনা কালত বিদ্যালয়খনক এখন আদৰ্শ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ পোষকতা কৰি এইক্ষেত্ৰত সকলোকে সন্মিলিত তথা ঐকান্তিক প্ৰচেষ্টা চলোৱাৰ বাবেও মন্ত্ৰীগৰাকীয়ে কেতবোৰ পৰামৰ্শ আগবঢ়ায়।

শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু মাতৃগোটৰ সদস্যাসকলৰে মত বিনিময়ৰ সময়ত মন্ত্ৰী মহন্তই কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তদানীন্তন শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ আধাৰত অসমৰ বিদ্যালয়সমূহত ২০১৭ চনৰ পৰা উদযাপন কৰি অহা গুণোৎসৱে ইতিমধ্যে ৰাজ্যখনত শিক্ষাৰ মান উন্নীতকৰণৰ দিশত অত্যন্ত ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হোৱাটো সকলোৱে প্ৰত্যক্ষ কৰিছে।

\এই মহত্বপূৰ্ণ শৈক্ষিক কাৰ্যসূচীৰ দ্বাৰা শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক পৰিৱেশ তথা শিকণ-শিক্ষণৰ মান মূল্যায়ন সম্ভৱ হৈ উঠাৰ উপৰি এই দিশত ভৱিষ্যতে অধিক উন্নতি সাধনৰ বাবে গ্ৰহণ কৰিব লগা কাৰ্যপৰিকল্পনাৰ ৰূপৰেখা তৈয়াৰ কৰাৰ ক্ষেত্ৰতো গুণোৎসৱৰ উপযোগিতা প্ৰতীয়মান হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে দোহাৰে‌।

শিক্ষাৰ জৰিয়তে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে একো একোগৰাকী উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়াৰ দিশত গুণোৎসৱৰ এই প্ৰচেষ্টাৰ জৰিয়তে অনাগত দিনত ৰাজ্যখনৰ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপৰি অভিভাৱক তথা সমাজ জীৱনো যথেষ্ট উপকৃত হ’ব বুলি মন্ত্ৰী মহন্তই আশা প্ৰকাশ কৰে।

আজি বিদ্যালয়খনত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সময়ত মন্ত্ৰীগৰাকীক বহিঃ মূল্যায়ক হিচাপে নিয়োজিত নগাঁও জিলাৰ কৰ অধীক্ষক মল্লিকা মজুমদাৰ কাকতি, ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপকদ্বয় চন্দন কুমাৰ নেওগ আৰু সুশীল কুমাৰ শইকীয়া, মায়ঙৰ ৰাজহ চক্ৰ বিষয়া বিমান দাস, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দয়াল কৃষ্ণ গগৈৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিদ্যুত শৰ্মা, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি সঞ্জয় নেওপানে সহযোগিতা আগবঢ়ায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GunotsavMORIGAON
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d