Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

আন এক অসাধ্য সাধনৰ দিশে অগ্রসৰ চিকিৎসা বিজ্ঞান

সম্ভাৱনাৰ দুৱাৰ মুকলি, প্রতিষেধকৰ দ্বাৰাই ৰােধ হ’ব পাৰে বাৰ্ধক্যৰ লক্ষণ

publisher by publisher
December 19, 2021
in International, News
Reading Time: 1 min read
0
আন এক অসাধ্য সাধনৰ দিশে অগ্রসৰ চিকিৎসা বিজ্ঞান
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

Delhi Blast Update :দিল্লী বিস্ফোৰণ সন্দৰ্ভত ৪ জনক আটক নিয়াৰ

Delhi Incident:দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰে পাকিস্তান সংযোগৰ সন্দেহ নিয়াৰ

বয়স বাঢ়ি অহাৰ লগে লগে অধিকাংশ মানুহেই নিজৰ স্বাস্থ্য-শৰীৰ আদিক কেন্দ্ৰ কৰি অধিক সচেতন হৈ পৰে। শৰীৰত বার্ধক্যৰ লক্ষণ ফুটি উঠিলেই বিভিন্ন ধৰণৰ সতর্কতামূলক ব্যৱস্থা ল’বলৈ আৰম্ভ কৰে।

ADVERTISEMENT

বহু মহিলাই হয়তাে মাত্রাধিক প্রসাধনেৰে বাৰ্ধক্যৰ চিন বা মুখৰ বলিৰেখা ঢাকিবলৈ প্ৰয়াস কৰে। অৱশ্যে প্রতিষেধক দ্বাৰাই আগন্তুক দিনত মানুহক জৰাগ্রস্ততাৰ পৰা ৰক্ষা কৰাটো সম্ভৱ হৈ উঠিব। আধুনিক চিকিৎসা বিজ্ঞানে বহু অসাধ্যই ইতিমধ্যে সাধন কৰিছে।

এইবাৰ জৰাগ্ৰস্ততা ৰােধৰ লগতে প্রতিষেধকৰ জৰিয়তে নানা বার্ধক্যজনিত ৰােগকো প্ৰতিৰােধ কৰিবলৈ আগবাঢ়িছে চিকিৎসা বিজ্ঞান। এদল গৱেষকে এন্দুৰৰ শৰীৰত এবিধ প্রতিষেধকৰ সফল পৰীক্ষা কৰিয়ে এই সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিলে।

একাংশ বিশেষজ্ঞই এই সন্দৰ্ভত কৈছে, মানুহৰ শৰীৰত সফল হলে এই প্রতিষেধকে নতুন দিগন্তৰ সূচনা কৰিব। যাৰ বাবে মানুহে সভ্যতা আধুনিক হৈ উঠাৰ আগৰে পৰাই চেষ্টা অব্যাহত ৰাখিছিল।

আমেৰিকাৰ ‘নেচনেল ইনষ্টিটিউট অব এজিং’ (এনআইএ)ৰ বিজ্ঞানীসকলে এন্দুৰৰ শৰীৰত চলােৱা পৰীক্ষাৰ ফলাফল প্রকাশ পাইছে আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ‘নেচাৰ এজিং’ত।

গৱেষণা পত্ৰত উল্লেখ কৰিছে যে পৰীক্ষাত সফল হােৱা প্ৰতিষেধকে এন্দুৰৰ শৰীৰৰ পৰা বৃদ্ধ তথা বিকল হৈ পৰা কোষসমূহক আঁতৰাই পেলাবলৈ সক্ষম হৈছে। তাৰ ফলত পৰীক্ষা কৰা এন্দুৰখিনিৰ আয়ুস বৃদ্ধি পাইছে।

লগতে সিহঁতৰ বহু বার্ধক্যজনিত ৰােগাে সম্পূৰ্ণৰূপে উপশম হৈছে। মিনেছ’টা বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অন দ্য বায়’লজি অব এজিং এণ্ড মেটাবলিজম’ৰ সহকাৰী মুব্বী অধ্যাপক পল বিন্সে কয়, অত্যন্ত উল্লেখনীয় গৱেষণা।

গৱেষকসকলে যি পথেৰে আগুৱাই গৈছে তাৰ পৰা তাত্ত্বিকভাৱে এই প্রতিষেধকৰ পৰীক্ষা মানুহৰ ওপৰতাে সফল হােৱা উচিত। অৱশ্যে মানুহৰ পূৰ্বে আৰু একাধিক মানৱােত্তৰ স্তন্যপায়ীৰ ওপৰত এই পৰীক্ষা চলাই চোৱা উচিত।

এইখিনিতে একাংশই দুটা প্রশ্ন উত্থাপন কৰিছে। প্রতিষেধকৰ লক্ষ্য শৰীৰৰ কোনবােৰ কোষ আৰু কিয় ? দ্বিতীয়তে, প্রতিষেধক তৈয়াৰ কৰিবলৈ এন্দুৰৰ কি ধৰণৰ কোষবােৰত দৃষ্টি ৰাখিছিল গৱেষকসকলে ?

এনআইএৰ তৰফৰ পৰা জনাইছে সেয়া ছেনেছেন্ট কোষ। বয়স বৃদ্ধিৰ লগে লগে অত্যধিক চাপ বা আন কোনাে ধৰণে ক্ষতিগ্রস্ত হােৱাৰ ফলত এই কোষসমূহৰ স্থিতিস্থাপকতা (ইলাষ্টিচিটি) সম্পূৰ্ণৰূপে নষ্ট হৈ পৰে ।

তেতিয়া আৰু কোষসমূহৰ বিভাজন নহয়, কিন্তু সেইবােৰৰ মৃত্যুও নহয়। বয়স বৃদ্ধিৰ লগে লগে এই ছেনেছেন্ট কোষৰ সংখ্যা বাঢ়িবলৈ ধৰে আৰু সেইবােৰ দ্রুতগতিৰে দেহত জমা হ’বলৈ ধৰে।

এই কোষসমূহৰ পাহাৰ আঁতৰ কৰাটো তেতিয়া দেহৰ স্বাভাৱিক প্ৰতিৰােধ ব্যৱস্থাৰ কোষসমূহৰ পক্ষে অসম্ভৱ হৈ পৰে। জমা হৈ হৈ কোষৰ পাহাৰত পৰিণত হােৱাৰ সমান্তৰালকৈ এই ছেনেছেন্ট কোষসমূহৰ পৰা এই প্ৰকাৰৰ যৌগৰ ক্ষৰণ হয়, যি নানা ধৰণৰ প্রদাহ (ইনফ্লেমেচন)ৰ সৃষ্টি কৰে।

তাৰ ফলত ছেনেছেন্ট কোষমূহৰ আশে-পাশে থকা সুস্থ-সৱল কোষসমূহৰাে যথেষ্ট ক্ষতিসাধন হয়। ইয়াৰ পূর্বে বিভিন্ন গৱেষণাত দেখা গৈছে যে শৰীৰত এই ছেনেছেন্ট কোষসমূহৰ মাত্রাধিক বৃদ্ধিৰ বাবেই কর্কট, আলজেইমাছ আৰু স্কেৰছিছৰ দৰে নানা বার্ধক্যজনিত জটিল ৰােগৰ সূত্রপাত হয়।

ধমনীত বাধাৰ প্ৰাচীৰ (আর্টাৰী প্লেকছ্) সৃষ্টি হােৱাৰ ফলত ৰক্ত সঞ্চালনাে থমকি ৰয়। সেইবােৰ আঁতৰ কৰাটো আৰু সম্ভৱ নহয়। ঔষধৰ তুলনাত প্রতিষেধক কিয় এই ক্ষেত্ৰত অধিক কার্যকৰী হ’ব পাৰে, তাৰাে ব্যাখ্যা দিছে ইনষ্টিটিউট অন দ্য বায়’লজি অব এজিং এণ্ড মেটাবলিজম’ৰ সহকাৰী মুৰব্বী অধ্যাপক ৰবিন্সে।

তেওঁ কয় যে ছেনেছেন্ট কোষসমূহক আঁতৰ কৰাৰ বাবে নানা ধৰণৰ ঔষধ আৱিষ্কাৰৰ চেষ্টা বিগত দশক ধৰি অব্যাহত আছে। তাৰে কোনাে কোনাে ঔষধৰ সম্প্রতি মানৱ শৰীৰত পৰীক্ষা অব্যাহত আছে। ৰবিন্সে লগতে কয়, অৱশ্যে সেইবােৰ ঔষধৰ তুলনাত প্রতিষেধক কার্যকাৰিতা বহু বেছি হ’ব বুলিয়ে আশা কৰিছাে।

কাৰণ ঔষধতাে ব্যৱহাৰ হ’ব ছেনেছেন্ট কোষ দেহত জমা হৈ হৈ পাহাৰত পৰিণত হােৱাৰ পাছত। তেতিয়ালৈ অনেক পলম হৈ পৰিব। কিয়নাে তেতিয়ালৈ দেহৰ প্ৰতিৰােধ ব্যৱস্থাৰ কোষসমূহাে দুর্বল হৈ পৰিব। অথচ ৫০ বছৰ বয়স হােৱাৰ লগে লগেই যদি এই প্রতিষেধক দিয়াটো সম্ভৱ হয়, তেন্তে শৰীৰত এই ছেনেছেন্ট কোষ গঢ়িয়েই উঠিব নােৱাৰিব।

জমা হৈ হৈ পাহাৰত পৰিণত হােৱাটো দূৰৰে কথা। প্রতিষেধকৰ দ্বাৰা প্ৰতিৰােধ ব্যৱস্থাৰ কোষসমূহক এনেদৰে সক্ষম কৰি তােলা হ’ব যাতে ছেনেছেন্ট কোষ সৃষ্টি হােৱা দেখিলেই সিবােৰে সেই কোষক নাশ কৰিব পাৰে।

অৱশ্যে ইয়াৰ এক সমস্যাও আছে। এই ছেনেছেণ্ট কোষসমূহ শৰীৰৰ সর্বত্রই সৃষ্টি হয়। এটা স্থানৰ ছেনেছেন্ট কোষৰ স’তে শৰীৰৰ আন ঠাইৰ চেনেছেন্ট কোষৰ আচাৰ-আচৰণত মিলাে নাথাকে।

গৱেষকসকলে এক বিশেষ ধৰণৰ চেনেছেন্ট কোষৰ ওপৰত দৃষ্টি ৰাখিছিল। যিবােৰ সৃষ্টি হয় ধমনী, সিৰা আৰু ৰক্তজালিকাৰ একেবাৰে ভিতৰৰ ফালে থকা এণ্ড’থেলিয়াল কোষসমূহত।

এইবােৰক কোৱা হয় ছেনেছেন্ট ভাস্কুলাৰ এণ্ড’থেলিয়াল কোষ। ইয়াৰ পাছত গৱেষকসকলে সেই কোষসমূহৰ ওপৰৰ স্তৰৰ কোনটো প্ৰটিনক বেছি পৰিমাণে দেখা গৈছে, সেয়া বিচাৰি উলিয়ায়।

কাৰণ গৱেষকসকলে সেই প্রটিনকেই তেওঁলােকে প্রস্তুত কৰা প্ৰতিষেধকৰ লক্ষ্যবস্তু কৰিব কৰিব বিচাৰিছিল। গৱেষকসকলে তেনে এবিধ প্র’টিন বিচাৰি পায়, যাৰ নাম ‘গ্লাইক’প্রটিন ননমেটাষ্টেটিক মেলান’মা প্র’টিন বি’ (বিজিএনএমবি) কে’বাটাও বার্ধক্যজনিত জটিল ৰােগ, মেলান’মাসহ কে’বা প্ৰকাৰৰ কৰ্কটৰ ক্ষেত্ৰত এইটো প্ৰটিনক বেছি পৰিমাণে ছেনেছেন্ট কোষত জমা হােৱা দেখা যায়।

মানৱদেহৰ কোষক লৈ পৰীক্ষা কৰােতেও গৱেষকসকলে দেখিছে। যে এই প্র’টিনটো ফ্লেৰ’ছিছ ৰােগীসকলৰ চেনেছেন্ট কোষত বহু বেছি পৰিমাণে দেখা যায়। এই প্ৰটিনৰ পৰিমাণ বৃদ্ধিৰ বাবেই বয়স বৃদ্ধিৰ লগে লগে ধমনীত ৰক্ত সংবহন বাধাপ্রাপ্ত হয়।

এই পৰীক্ষাটো চলােৱা হৈছিল মধ্য বয়সীয়া এন্দুৰৰ শৰীৰত, যাতে সিহঁতৰ বার্ধক্য আৰু বার্ধক্যজনিত ৰােগৰ গতিত লেকাম লগাব পৰা হৈছে নে নাই সেয়া বুজিব পাৰি। দেখা গৈছে যে এন্দুৰৰ ক্ষেত্ৰত প্ৰতিষেধক ৯৫ শতাংশ সফল হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anti AgingMedical ScienceNIA
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d