Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Coal Syndicate in Assam : কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ আৰু মানৱ অধিকাৰ আয়োগৰলৈ স্মাৰক পত্ৰ অসম জাতীয় পৰিষদৰ  

publisher by publisher
February 17, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Coal Syndicate in Assam : কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী
2
SHARES
20
VIEWS
ShareShareShareShare

Coal Syndicate in Assam :

অসমত ব্যাপক হাৰত চলা অবৈধ কয়লা খনন আৰু চিণ্ডিকেটৰাজৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবীৰে অসম জাতীয় পৰিষদে ভাৰতৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাজসভাৰ বিৰোধী দলপতি, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অধ্যক্ষ আৰু মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ৷

ADVERTISEMENT

দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে আজি এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে ৷ দলৰ সম্পাদক অমৃত খাটনীয়াৰৰ উপস্থিতিত আয়োজিত সংবাদ মেলত ৰহমানে কয় যে অসমৰ তিনিচুকীয়া, কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত ভাৰতৰ উচ্চতম ন্যায়ালয় নিৰ্দেশ আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ প্ৰতিবন্ধকতাক আওকান কৰি ‘ৰেট হোল মাইনিঙ’ৰ জৰিয়তে ব্যাপক হাৰত কয়লাৰ অবৈধ খনন অব্যাহত আছে৷ উক্ত কয়লাৰ অবৈধ মজুতকৰণ, পৰিবহণ আৰু অবৈধ ধনৰ লেন-দেন তথা সৰবৰাহ সমান্তৰালভাৱে অব্যাহত আছে ৷

RelatedPosts

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

Supreme Court Judgement:অর্ণমাই বৰা হত্যাৰ মূল অভিযুক্তক দোষমুক্ত সৰ্বোচ্চ ন্যায়ালয়ৰ

উক্ত অবৈধ কামসমূহ ক’ত কেনেদৰে অব্যাহত আছে আৰু তাৰ সৈতে কোন কোন ব্যক্তি জড়িত হৈ আছে, তাৰ বিস্তৃত তথ্য সদৰী কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ইতিপূৰ্বে দুখনকৈ সংবাদ মেল সম্বোধন কৰি বিষয়টো চৰকাৰৰ লগতে ৰাইজক অৱগত কৰিছিল ৷

কিন্তু ৰাজ্য চৰকাৰে এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ আনকি ‘ৰেট হোল মাইনিং’ চলি থকা টিৰাপ, লিডু আৰু লেখাপানী সংৰক্ষিত বনাঞ্চলত অকর্তৃশীল ব্যক্তিৰ প্ৰৱেশ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি নিষিদ্ধ কৰাৰ পৰিপ্ৰেক্ষিতত সেই ঠাইসমূহ ভ্ৰমণৰ বাবে দলে বিচৰা অনুমতিও তিনিচুকীয়া জিলা প্ৰশাসনে দিয়া নাই ৷

সেয়ে অৱশেষত দলে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীসহ উল্লিখিত কৰ্তৃপক্ষলৈ স্মাৰকপত্ৰকেইখন প্ৰেৰণ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asom Jatiya ParishadCoal SyndicateHuman Rights CommissionMemorandumNational Green TribunalSupreme Court
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d