Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Abhayapuri : অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

    Nagaon Protest : ৰাহুলগান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

    Moran Fire : মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত

    Kaliabor : কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ ঐতিহাসিক অশোকাষ্টমী মেলা উৎসৱ

    Job : ভাল খবৰ ! গুজৰাট উচ্চ ন্যায়ালয়ত খালী আছে চিভিল জজৰ পদ

    Khalistani : পাঞ্জাৱ আৰক্ষীৰ চকুত ধূলি দি পুনৰ পলায়ন খালিস্তানিৰ নেতা

    Khalistani :পাঞ্জাৱ আৰক্ষীৰ চকুত ধূলি দি পুনৰ পলায়ন খালিস্তানিৰ নেতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

    Zeenat Aman : সামাজিক মাধ্যমত আহিয়ে কি ক’লে ‘সত্যম শিবম সুন্দৰম ‘ ৰ জনপ্ৰিয় অভিনেত্ৰী জিনাতে ?

    Attack on Sonu Nigam: বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছনু নিগমক আক্ৰমণ

    Pathaan : ‘ বাহুবলী – ২’ ৰ অভিলেখ ভংগৰ বাবে ১০০ কোটি টকাৰ প্ৰয়োজন ‘পাঠান ‘ ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Puffed rice :  মুড়ি খাই বেয়া পাই নেকি ? আছে ইয়াৰ বহু উপকাৰিতা

    Benefits of having Rock Salt : অতিৰিক্ত নিমখ মানেই বিপদ ! সাধাৰণ নিমখৰ সলনি ব্যৱহাৰ কৰক এই নিমখ !

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Weight Loss Tips : ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Gulab Chand Kataria Sworn In As Assam Governor :অসমৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ গুলাব চান্দ কটাৰিয়াৰ

publisher by publisher
February 22, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Gulab Chand Kataria Sworn In As Assam Governor :অসমৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ গুলাব চান্দ কটাৰিয়াৰ
1
SHARES
14
VIEWS
ShareShareShareShare

Gulab Chand Kataria Sworn In As Assam Governor :

আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক শপত গ্ৰহণ অনুষ্ঠানত অসমৰ ৩১ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে গুলাব চান্দ কাটাৰিয়াই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই নতুন ৰাজ্যপালক শপত গ্ৰহণ কৰায়।

ADVERTISEMENT

WhatsApp Image 2023 02 22 at 19.01.29 1ৰাজ্যপালগৰাকীয়ে কয়, ‘অসমৰ সামাজিক-সাংস্কৃতিক আৰু আধ্যাত্মিক সমৃদ্ধিৰ বাবে অতিশয় দায়বদ্ধ বৈষ্ণৱ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে নামাকৰণ কৰা স্থানত অসমৰ দৰে এখন সুন্দৰ ৰাজ্যৰ ৰাজ্যপালৰূপে শপত লোৱাটো এক গৌৰৱৰ কথা।

RelatedPosts

Kataria Takes Over As Governor :শপত গ্ৰহণ কৰিলে অসমৰ নৱনিযুক্ত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই শপত বাক্য পাঠ কৰালে মুখ্য ন্যায়াধীশ সন্দীপ মেহতা

New Assam Governor Gulab Chand Kataria Lands In Guwahati :নৱনিযুক্ত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক

আৰজেডি-জেডিইউ মহাজোঁটবন্ধন চৰকাৰৰ নেতৃত্বত পুনৰ নিতীশ কুমাৰ

ভাৰতীয় সংবিধানৰ আদৰ্শৰ সেৱা কৰাৰ লগতে অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ সেৱা আৰু প্ৰসাৰৰ বাবে মোৰ জীৱন উৎসৰ্গা কৰাৰ শপত খাইছো। মই নিশ্চিতভাৱে সংবিধান অনুসৰি নিজৰ দায়িত্ব পৰম সততা আৰু আন্তৰিকতাৰে পালন কৰিম।

আশাকৰোঁ ৰাজ্যখনৰ জনসাধাৰণে ৰাজ্যপালৰ কাৰ্যালয়টোক সৰ্বাধিক সমৰ্থন আগবঢ়াব যাতে ৰাজ্যখনৰ সৰ্বাংগীন বৃদ্ধিত সহায়ক হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু  আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”

WhatsApp Image 2023 02 22 at 19.01.29মনকৰিবলগীয়া যে গুলাব চান্দ কাটাৰিয়া ৰাজস্থানৰ উদয়পুৰৰ। ৰাজ্যপাল হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী আৰু ৰাজস্থান বিধানসভাৰ বিৰোধী দলৰ নেতা আছিল।
২০০৪ ৰ ৩১ মে’ৰ পৰা ২০০৮ৰ ৮ ডিচেম্বৰলৈ আৰু পুনৰ ২০১৫ৰ পৰা ২০১৮ লৈকে ৰাজস্থান চৰকাৰৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ উদয়পুৰৰ বাসিন্দা আৰু নৱম লোকসভাত প্ৰতিনিধিত্ব কৰিছিল, ১৯৮৯-১৯৯১লৈকে। ২০০২ ৰ ২৪ আগষ্টৰ পৰা ২০০৩ৰ ডিচেম্বৰলৈ, পুনৰ ২০১৩ ৰ ২১ ফেব্ৰুৱাৰীৰ পৰা ২০১৩ ৰ ১০ ডিচেম্বৰলৈ, আৰু ২০১৯ ৰ ১৭ জানুৱাৰীৰ পৰা ২০২৩ লৈকে ৰাজস্থান বিধানসভাত বিৰোধী দলৰ নেতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

কাটাৰিয়াই ১৯৯৩ ৰ পৰা ১৯৯৮লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।২০০৩ চনৰ ৮ ডিচেম্বৰৰ পৰা ২০০৪ চনৰ ৩০ মে’লৈ ৰাজহুৱা কাম বিভাগৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।২০১৩ চনৰ পৰা ২০১৫ চনলৈ পঞ্চায়তী ৰাজ আৰু গ্ৰামোন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য বিভাগৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

উদয়পুৰৰ মোহনলাল সুখাদিয়া বিশ্ববিদ্যালয়ৰ পৰা ভূগোলত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। উদয়পুৰৰ মোহনলাল সুখাদিয়া বিশ্ববিদ্যালয়ৰ পৰাও তেওঁ আইন অধ্যয়ন কৰিছিল।

অনিতা কাটাৰিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেওঁৰ ৫ গৰাকী কন্যা সন্তান আছে। ২০০৬ৰ ৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ জীৱনমল নাহাটা মেম’ৰিয়েল ট্ৰাষ্টৰ পৰাও তেওঁ উৎকৃষ্ট শিক্ষক বঁটা লাভ কৰে।

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি কাটাৰিয়াক অসমৰ সৰ্বোচ্চ সাংবিধানিক পদ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায় আৰু তেওঁৰ নেতৃত্বত ৰাজ্য চৰকাৰে জনসাধাৰণৰ সকলো শ্ৰেণীৰ পৰা বৃদ্ধিৰ গতি ত্বৰান্বিত কৰাটো কামনা কৰে।

WhatsApp Image 2023 02 22 at 19.01.28অসমৰ প্ৰথম মহিলা অনিতা কাটাৰিয়া,অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ৰামদাস আঠাৱালে, আৰু ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল ক্ৰমে কেশৱ মহন্ত,  ৰঞ্জিত দাস, কৃষি মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, নন্দিতা গোৰ্লোছা, জয়ন্ত মল্ল বৰুৱা,  পৰিমল শুক্লবৈদ্য,  ইউ.জি.ব্ৰহ্ম,  মন্ত্ৰী বিমল বৰা, সংসদ সদস্য কুইন ওজা, বিটিচি প্ৰধান প্ৰমোদ বড়োও উপস্থিত থাকে।

ইয়াৰ উপৰিও শপত গ্ৰহণ অনুষ্ঠানত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ আৰু প্ৰশাসনৰ অসামৰিক আৰু আৰক্ষী উভয়ৰে বহুকেইজন জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

ৰাজ্যৰ ৰাজ্যপাল হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে কাটাৰিয়াই কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰি ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মংগলৰ বাবে কামাখ্যা দেৱীক পূজা আগবঢ়ায়।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: 31st Governor Of AssamGulab Chand KatariaSworn Ceremony
publisher

publisher

Related Posts

Abhayapuri : অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি
Assam

March 29, 2023
Nagaon Protest : ৰাহুলগান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী
Assam

Nagaon Protest : ৰাহুলগান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

March 29, 2023
Moran Fire : মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত
Assam

Moran Fire : মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত

March 29, 2023
Kaliabor : কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ ঐতিহাসিক অশোকাষ্টমী মেলা উৎসৱ
Assam

Kaliabor : কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ ঐতিহাসিক অশোকাষ্টমী মেলা উৎসৱ

March 29, 2023
Job : ভাল খবৰ ! গুজৰাট উচ্চ ন্যায়ালয়ত খালী আছে চিভিল জজৰ পদ
India

Job : ভাল খবৰ ! গুজৰাট উচ্চ ন্যায়ালয়ত খালী আছে চিভিল জজৰ পদ

March 29, 2023
Khalistani : পাঞ্জাৱ আৰক্ষীৰ চকুত ধূলি দি পুনৰ পলায়ন খালিস্তানিৰ নেতা
India

Khalistani :পাঞ্জাৱ আৰক্ষীৰ চকুত ধূলি দি পুনৰ পলায়ন খালিস্তানিৰ নেতা

March 29, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: