Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Gulab Chand Kataria Sworn In As Assam Governor :অসমৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ গুলাব চান্দ কটাৰিয়াৰ

publisher by publisher
February 22, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Gulab Chand Kataria Sworn In As Assam Governor :অসমৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ গুলাব চান্দ কটাৰিয়াৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Kataria Takes Over As Governor :শপত গ্ৰহণ কৰিলে অসমৰ নৱনিযুক্ত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই শপত বাক্য পাঠ কৰালে মুখ্য ন্যায়াধীশ সন্দীপ মেহতা

New Assam Governor Gulab Chand Kataria Lands In Guwahati :নৱনিযুক্ত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক

আৰজেডি-জেডিইউ মহাজোঁটবন্ধন চৰকাৰৰ নেতৃত্বত পুনৰ নিতীশ কুমাৰ

Gulab Chand Kataria Sworn In As Assam Governor :

আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক শপত গ্ৰহণ অনুষ্ঠানত অসমৰ ৩১ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে গুলাব চান্দ কাটাৰিয়াই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই নতুন ৰাজ্যপালক শপত গ্ৰহণ কৰায়।

ADVERTISEMENT

ৰাজ্যপালগৰাকীয়ে কয়, ‘অসমৰ সামাজিক-সাংস্কৃতিক আৰু আধ্যাত্মিক সমৃদ্ধিৰ বাবে অতিশয় দায়বদ্ধ বৈষ্ণৱ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে নামাকৰণ কৰা স্থানত অসমৰ দৰে এখন সুন্দৰ ৰাজ্যৰ ৰাজ্যপালৰূপে শপত লোৱাটো এক গৌৰৱৰ কথা।

ভাৰতীয় সংবিধানৰ আদৰ্শৰ সেৱা কৰাৰ লগতে অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ সেৱা আৰু প্ৰসাৰৰ বাবে মোৰ জীৱন উৎসৰ্গা কৰাৰ শপত খাইছো। মই নিশ্চিতভাৱে সংবিধান অনুসৰি নিজৰ দায়িত্ব পৰম সততা আৰু আন্তৰিকতাৰে পালন কৰিম।

আশাকৰোঁ ৰাজ্যখনৰ জনসাধাৰণে ৰাজ্যপালৰ কাৰ্যালয়টোক সৰ্বাধিক সমৰ্থন আগবঢ়াব যাতে ৰাজ্যখনৰ সৰ্বাংগীন বৃদ্ধিত সহায়ক হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু  আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”

মনকৰিবলগীয়া যে গুলাব চান্দ কাটাৰিয়া ৰাজস্থানৰ উদয়পুৰৰ। ৰাজ্যপাল হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী আৰু ৰাজস্থান বিধানসভাৰ বিৰোধী দলৰ নেতা আছিল।
২০০৪ ৰ ৩১ মে’ৰ পৰা ২০০৮ৰ ৮ ডিচেম্বৰলৈ আৰু পুনৰ ২০১৫ৰ পৰা ২০১৮ লৈকে ৰাজস্থান চৰকাৰৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ উদয়পুৰৰ বাসিন্দা আৰু নৱম লোকসভাত প্ৰতিনিধিত্ব কৰিছিল, ১৯৮৯-১৯৯১লৈকে। ২০০২ ৰ ২৪ আগষ্টৰ পৰা ২০০৩ৰ ডিচেম্বৰলৈ, পুনৰ ২০১৩ ৰ ২১ ফেব্ৰুৱাৰীৰ পৰা ২০১৩ ৰ ১০ ডিচেম্বৰলৈ, আৰু ২০১৯ ৰ ১৭ জানুৱাৰীৰ পৰা ২০২৩ লৈকে ৰাজস্থান বিধানসভাত বিৰোধী দলৰ নেতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

কাটাৰিয়াই ১৯৯৩ ৰ পৰা ১৯৯৮লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।২০০৩ চনৰ ৮ ডিচেম্বৰৰ পৰা ২০০৪ চনৰ ৩০ মে’লৈ ৰাজহুৱা কাম বিভাগৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।২০১৩ চনৰ পৰা ২০১৫ চনলৈ পঞ্চায়তী ৰাজ আৰু গ্ৰামোন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য বিভাগৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

উদয়পুৰৰ মোহনলাল সুখাদিয়া বিশ্ববিদ্যালয়ৰ পৰা ভূগোলত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। উদয়পুৰৰ মোহনলাল সুখাদিয়া বিশ্ববিদ্যালয়ৰ পৰাও তেওঁ আইন অধ্যয়ন কৰিছিল।

অনিতা কাটাৰিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেওঁৰ ৫ গৰাকী কন্যা সন্তান আছে। ২০০৬ৰ ৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ জীৱনমল নাহাটা মেম’ৰিয়েল ট্ৰাষ্টৰ পৰাও তেওঁ উৎকৃষ্ট শিক্ষক বঁটা লাভ কৰে।

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি কাটাৰিয়াক অসমৰ সৰ্বোচ্চ সাংবিধানিক পদ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায় আৰু তেওঁৰ নেতৃত্বত ৰাজ্য চৰকাৰে জনসাধাৰণৰ সকলো শ্ৰেণীৰ পৰা বৃদ্ধিৰ গতি ত্বৰান্বিত কৰাটো কামনা কৰে।

অসমৰ প্ৰথম মহিলা অনিতা কাটাৰিয়া,অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ৰামদাস আঠাৱালে, আৰু ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল ক্ৰমে কেশৱ মহন্ত,  ৰঞ্জিত দাস, কৃষি মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, নন্দিতা গোৰ্লোছা, জয়ন্ত মল্ল বৰুৱা,  পৰিমল শুক্লবৈদ্য,  ইউ.জি.ব্ৰহ্ম,  মন্ত্ৰী বিমল বৰা, সংসদ সদস্য কুইন ওজা, বিটিচি প্ৰধান প্ৰমোদ বড়োও উপস্থিত থাকে।

ইয়াৰ উপৰিও শপত গ্ৰহণ অনুষ্ঠানত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ আৰু প্ৰশাসনৰ অসামৰিক আৰু আৰক্ষী উভয়ৰে বহুকেইজন জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

ৰাজ্যৰ ৰাজ্যপাল হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে কাটাৰিয়াই কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰি ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মংগলৰ বাবে কামাখ্যা দেৱীক পূজা আগবঢ়ায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 31st Governor Of AssamGulab Chand KatariaSworn Ceremony
publisher

publisher

Related Posts

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d