Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Nagaland Assembly Election : দুই এটা বিক্ষিপ্ত ঘটনাৰ বাদে শান্তিপূৰ্ণভাৱে সম্পন্ন নাগালেণ্ডৰ ভোট গ্ৰহণ

তিনি বজালৈকে ভোটদানৰ হাৰ ৭২.৯ শতাংশ

publisher by publisher
February 27, 2023
in India, News
Reading Time: 2 mins read
0
Nagaland Assembly Election : দুই এটা বিক্ষিপ্ত ঘটনাৰ বাদে শান্তিপূৰ্ণভাৱে সম্পন্ন নাগালেণ্ডৰ ভোট গ্ৰহণ
1
SHARES
5
VIEWS
ShareShareShareShare

Nagaland Assembly Election :

চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হয় । নাগালেণ্ডৰ মুঠ ৫৯ সমষ্টিত পুৱাৰে পৰা ভোটদান কৰিবৰ বাবে ভোটাৰ সকলে শাৰি পাতি থকা দেখা যায় ৷

ADVERTISEMENT

আনহাতে দুই এটা বিক্ষিপ্ত ঘটনাৰ বাদে আজি শান্তিপূৰ্ণভাৱে নাগালেণ্ডত সম্পন্ন হয় ৰাজ্য বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া । অৱশ্যে ইয়াৰ মাজতেই সংঘটিত হয় নিৰ্বাচন কেন্দ্ৰিক সংঘাত। ৪০ নং ভাণ্ডাৰী সমষ্টিৰ অল্ড আক’কত গুলীবৰ্ষণৰ ঘটনা হয়।

RelatedPosts

AGP:হাতী এৰি লুৰিণজ্যোতিৰ জাহাজত উঠিবলৈ সাজু অগপৰ দুই বৰ্তমানৰ আৰু দুই প্ৰাক্তন বিধায়ক !

Messive Wildfire Broke in Dzukou Valley:নগালেণ্ডৰ জক’ উপত্যকাৰ বনজুই বিয়পিল মণিপুৰলৈ

UPPL:বিধানসভা নিৰ্বাচনত অকলেই নিৰ্বাচন খেলাৰ সম্ভাৱনা ইউপিপিএলৰ

এন পি পি আৰু এন পি এফৰ সদস্যৰ মাজত সৃষ্টি হয় সংঘৰ্ষ। এন পি এফৰৰ সমৰ্থকে এন পি পি কৰ্মীক গুলীয়াই আহত কৰাৰ অভিযোগ।

এন পি এফৰ প্ৰাৰ্থী এছুমেবো কিকনৰ সমৰ্থকে গুলী বৰ্ষণ কৰাৰ অভিযোগ। ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। প্ৰাপ্ত খবৰ অনুসৰি ৪০ নং ভণ্ডাৰী সমষ্টিৰ অন্তৰ্গত বাঘটি টাউন ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ উপস্থিত হোৱাৰ পাছতে নাগালেণ্ড পিপলছ ফ্ৰণ্টৰ সমৰ্থসকলে বিজেপি সমৰ্থকসকলক ভোটগ্ৰহণ কেন্দ্ৰটোত প্ৰবেশ কৰিবলৈ বাধা প্ৰদান কৰে । ফলত কেন্দ্ৰটোত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ।

পৰিস্থিতি অধিক বেয়া ফাললৈ গতি কৰাত ততাতৈয়াকৈ আছাম ৰাইফলছৰ জোৱান মোতায়েন কৰা হয় । ইয়াৰ পিছত ছেক্টৰ বিষয়া উপস্থিত পৰিস্থিতি বুজ লয় । ইফালে নাগালেণ্ড পিপলছ সমৰ্থকসকলে বৰ্তমানলৈকে কোনে লোককে ভোটগ্ৰহণ কেন্দ্ৰটো সম্পূৰ্ণ গেটৰ সন্মুখভাগ অৱৰোধ কৰি ৰাখিছে। একাংশ এন পি এফৰ সমৰ্থকে চিঞৰি চিঞৰি বিজেপি গ’ বেক ধবনি দি পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছিল৷।

ৰাজ্য বিধানসভা নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১৩,১৭,৬৩২ গৰাক । ইয়াৰে ৬,৬১,৪৮৯ জন পুৰুষ আৰু ৬,৫৬,১৪৩ জন মহিলা।

মুঠ ৬০ খন আসনৰ ভিতৰত ৫৯ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ১৮২ জন প্ৰাৰ্থীয়ে৷ আনহাতে ঝুনহেবোটো জিলাৰ আকুলুটো আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল বিজেপিৰ প্ৰাৰ্থী তথা বহা বিধায়ক কাজেটো কিনিমিয়ে৷

আজি ভোট গ্ৰহণ প্ৰক্ৰিয়াত প্ৰিজাইডিং আৰু পুলিং বিষয়া হিচাপে ভাগ লৈছে ১১,৫৭৭ জনে । ৫৯খন বিধানসভাৰ সমষ্টিৰ বাবে ২২৯১টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছে।

স্মতৰ্ৱ্য যে ৱাখা জিলাৰ ভাণ্ডাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰাপানী ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বনিম্ন ৭১ টাত ভোটাৰ থকাৰ বিপৰীতে ৩৮৭ টা মহিলা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল।

মনকৰিবলগীয়া যে ৰাজ্যৰ ভোটকেন্দ্ৰসমূহত কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ ৩০০ৰো অধিক কোম্পানী আৰু ১১০০০ ৰাজ্যিক আৰক্ষী জোৱান নিয়োজিত কৰা হৈছে। ৰাজ্যৰ ৭২০টা ভোটকেন্দ্ৰক স্পৰ্শকাতৰ আৰু ৭৭৭টাত অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছিল ৷

এইবাৰ নিৰ্বাচনত পুনৰ শাসকীয় এন ডি পি পি আৰু বিজেপিয়ে পুনৰ জোটবন্ধন কৰি দলে ক্ৰমে ৪০ আৰু ২০ আসনত আসনত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াইছে ৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী তথা এন পি পিৰ শীৰ্ষ নেতানেইফিউ ৰিঅ-এ কয়, সম্পূৰ্ণ ১০০ শতাংশ নহ’লেও ৭২.৯ শতাংশ ভোটদানেৰে ইতিহাস ৰচিলে নাগালেণ্ডে । ইয়াৰ পূৰ্বে কাহানিও প্ৰত্যক্ষ কৰা হোৱা নাছিল ৰাইজৰ ৰ‍াজনীতিৰ প্ৰতি এনে বৃহৎ সমৰ্থন । এই বৃহৎ সংখ্যক ভোটেৰে অতি শীঘ্ৰেই নাগা ৰাজনৈতিক সমস্যাৰ সমাধান হ’ব বুলি উল্লেখ কৰে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: assembly electionNagaland
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d