Road Accident : মহানগৰীৰ উলুবাৰী ফ্লাই অভাৰৰ সমীপত পথ দুৰ্ঘটনা

বাইক আৰোহীয়ে মহটিয়াই নিলে পথচাৰীক

WhatsApp Image 2023 03 10 at 14.35.45

Road Accident :

মহানগৰীৰ সদাব্যস্ত উলুবাৰী ফ্লাই অভাৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দ্ৰুতগতিত অহা বাইকে মহটিয়াই নিলে পথচাৰীক ৷ গুৰুতৰভাৱে আহত পথচাৰীসহ দুজনকৈ লোক ৷

গুৰুতৰভাৱে আহত পথচাৰী কেইজনক ততাতৈয়াকৈ ভৰ্তি কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ আনহাতে বাইক আৰোহীজনক ট্ৰেফিক আৰক্ষীয়ে আটক কৰিছে ৷

Exit mobile version