Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্ৰাৰ্থনা কৰিছোঁ, প্ৰতিমাহে ৰাষ্ট্ৰপতি আহক !

publisher by publisher
February 24, 2022
in Assam, India, News
Reading Time: 1 min read
0
প্ৰাৰ্থনা কৰিছোঁ, প্ৰতিমাহে ৰাষ্ট্ৰপতি আহক !
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

২৫ ফেব্ৰুৱাৰী। যেন গুৱাহাটী মহানগৰীখন কিমান সর্বাংগসুন্দৰ তাক প্রদর্শন কৰাৰ চূড়ান্ত সময়সীমা। গতিকে জালুকবাৰীৰ পৰা খানাপাৰালৈ, কি ৰাষ্ট্ৰীয় ঘাইপথ, কি গড়কাপ্টানী পথ, সকলােতে শ্ৰমিকসকল ব্যস্ত, কেৱল ব্যস্ত। কোনােবাই গছৰ গুৰিত চূণ সানিছে, কোনােবাই ডিভাইডাৰত ক’লা-বগা ৰং সানিছে, কোনােবাই উৰণীয়া সেতুৰ তলত ছবি আঁকিছে আৰু আন কোনােবাই পদপথৰ ৰেলিঙত জাতীয় পতাকাৰ লগতে বগা, সেউজীয়া, নীলা পতাকা আঁৰিছে।

ADVERTISEMENT

বহু শ্রমিকে ইউটার্ণসমূহক নিশাৰ ভাগত উজলাই তুলিবলৈ বিদ্যুতৰ তাঁৰ সংযােগ কৰাত ব্যস্ত । সময় তাকৰ । গতিকে প্রশাসনে দিন-ৰাতি একাকাৰ কৰি হাতে-কামে লাগিছে । কিয়নাে দেশৰ ৰাষ্ট্রপতি ৰামনাথ ক’ৱিন্দ আহিব। ৰাজধানী মহানগৰীৰ কদর্য ৰূপ মহামহিম ৰাষ্ট্ৰপতিৰ চকুত পৰিব নালাগে !

চৰকাৰ তথা কামৰূপ মহানগৰ জিলা প্রশাসনেও যেন তাৰেই পণ লৈছে। যেন বাহ্যিক সৌন্দর্য প্রদর্শনৰ ওপৰতেই নিৰ্ভৰ কৰিব ৰাজ্যখনৰ মান, সন্মান আৰু স্বাভিমান।

শেহতীয়াকৈ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিশেষকৈ খানাপাৰাৰ পৰা জালুকবাৰীলৈ এই ১৮ কিলােমিটাৰ পথছােৱাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু আৰক্ষী প্রশাসনৰ অৱহেলাৰ ফলত সঘনাই দুর্ঘটনা সংঘটিত হােৱাটো এক স্বাভাৱিক ঘটনালৈ পৰিণত হৈছে।

এই ১৮ কিলােমিটাৰ পথছােৱা চোৱা-চিতা নকৰাৰ ফলত একপ্রকাৰ জহি-খহি গৈছে। মূল পথ আৰু ছাৰ্ভিচ ৰােডৰ মাজত থকা ডিভাইডাৰসমূহ নিশ্চিহ্ন হৈ আহিছে। মূল ডিভাইডাৰৰ গছ-গছনি, ফেন্সিং, টিনপাত, লােহাৰ ৰেলিং ইত্যাদি দিনে-নিশাই চোৰে ভাঙি-ছিঙি লুটি নিছে।

ঠায়ে ঠায়ে ৰাষ্ট্ৰীয় ঘাইপথছােৱা উদং হৈ আহিছে। বহু ঠাইত স্ট্রীট লাইট পর্যন্ত নিশা নিয়ন্ত্রণহীনভাৱে চলাচল কৰা ডাম্পাৰ, ট্রাকসমূহে মহটিয়াই পেলাইছে। পিছে ৰাষ্ট্রপতি ৰামনাথ ক’ৱিন্দৰ আগমনক লক্ষ্য কৰি মহানগৰীক সজাই-পৰাই তােলা হৈছে যদিও দুর্ভাগ্যজনকভাৱে ৰাষ্ট্ৰীয় ঘাইপথছােৱা কর্তৃপক্ষই মেৰামতি কৰাৰ পৰা বিৰত আছে।

হাস্যকৰ কথাটো হ’ল জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথছােৱা সজাই তােলাৰ নামত মৰা গছৰ গুৰি আৰু মাটিত বাগৰি থকা স্ত্রীট লাইটৰ পােষ্টতাে চূণ সানিছে। ডিভাইডাৰৰ কাষত জমা হৈ থকা মাটি-বালি আদি ঝাড়ু মাৰি মসৃণ কৰিছে। পথৰ মূল ডিভাইডাৰত হাবি-বননি কাটি চিকুণ কৰিছে ।

এক-দুই ফুট ওখ গছৰ পুলিতাে চূণ সানিছে। স্বাভাৱিকতে ৰাইজৰ মাজত প্রশ্ন উঠিছে— চূণ-তেল-ৰং সানি পথছােৱা ৰঙীন কৰি তুলিছে ঠিকেই, পিছে ভাঙি-ছিঙি জহি-খহি যােৱা পথছােৱা মেৰামতি কৰিব কোনে আৰু কেতিয়া ?

আচলতে ৰাষ্ট্ৰপতিৰ আগমনক লক্ষ্য কৰি আৰম্ভ কৰা মহানগৰীৰ সৌন্দর্যবর্ধন কার্যসূচী ইমানেই ব্যাপক যে সামান্য ব্যৱধানৰ অন্তৰে অন্তৰে পাঁচৰ পৰা ১০জন শ্রমিক ব্যস্ত হৈ পৰিছে। উদাহৰণ স্বৰূপে, জালুকবাৰী উৰণীয়া সেতুৰ তলে-ওপৰে শ্ৰমিকে ঝাড়ু মাৰিছে ।

কাষতে থকা ৰেলৰ দলংখনৰ তলত প্রায় ১০জনমানে ছবি অংকন কৰিছে। আদাবাৰীত কোনােবাই ঝাড়ু মাৰিছে আৰু আন কোনােৱে ডিভাইডাৰত ৰং লগাইছে। ঠিক তেনেকৈ মালিগাঁও, কামাখ্যা, শান্তিপুৰ, ভৰলু, ফাঁচীবজাৰ, পাণবজাৰ, মেঘদূত ভৱন, উচ্চ ন্যায়ালয়ৰ সন্মুখত, গুৱাহাটী ক্লাব, শিলপুখুৰী আৰু আন দিশে পল্টনবজাৰ, মণিপুৰী বস্তি, উলুবাৰী, বৰা ছাৰ্ভিচ, ভঙাগড়, খ্রীষ্টিয়ানবস্তি, গণেশগুৰি হৈ খানাপাৰালৈ শ্ৰমিকসকল মহানগৰীক সজাই তােলাত ব্যস্ত।

মহানগৰীৰ শুক্রেশ্বৰ দেৱালয়ৰ সন্মুখৰ পদপথত থকা এজন গৃহহীন তথা ভিক্ষা বৃত্তিৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন নির্বাহ কৰা কুমুদ দাসে কয়, ‘প্রতিবাৰেই কোনােবা ডাঙৰ মানুহ আহিলে আমাক আঁতৰাই দিয়ে।

আচলতে খেদি দিয়ে; কিন্তু আমি ক’লৈ যাম, ক’ত থাকিম ? মন্দিৰৰ ভক্তই কিবা ভিক্ষা নিদিলে আমি জীৱন্তে মৰিব লাগিব। গতিকে আমি ইয়াতে শুম, ইয়াতে থাকিম; আমাক আঁতৰাব নালাগে ।’

উল্লেখ্য যে পাণবজাৰস্থিত শুক্রেশ্বৰ দেৱালয়ৰ সন্মুখৰ পদপথত থকা গৃহহীন লােকসকল তাতেই দিন-ৰাতি বসবাস কৰে আৰু মুক্ত নলাটোতেই শৌচ-প্রস্রাৱ কৰি আহিছে। পদপথত থকা আন এগৰাকী গৃহহীন মহিলা ভানু দাসে কয়, ‘কোন আহিব নাজানাে।

কাম কৰি থকা মানুহবিলাকে কৈছে কোনােবা ডাঙৰ মানুহ আহিব। এই কাৰণে আমাক আঁতৰিবলৈ কৈছে আৰু পদপথৰ পৰা অমাক লেতেৰা কাপােৰ, আঁঠুৱাবােৰ লৈ যাবলৈ কৈছে। আমি কৈছাে, আমি ক’ত থাকো, কেনেকৈ থাকো, তাকো ডাঙৰ মানুহৰ আগত দেখুৱাব লাগে ।

আমি ভিক্ষাৰীহে, অপৰাধী নহয়। ‘সমগ্ৰ ৰাজধানী মহানগৰীৰ লগতে দিছপুৰস্থিত জনতা ভৱনৰ আশে-পাশেও প্রস্তুতি অধিক প্রতিযােগিতামূলক। জনতা ভৱনৰ সন্মুখৰ পৰা মাত্র কেইমিটাৰ আঁতৰত গণেশগুৰি অভিমুখে থকা ইউটার্ণত পানীৰ ফোৱৰা তােলাৰ লগত নিশাৰ ভাগত পােহৰাই তুলিবলৈ বিজুলী সংযােগৰ ব্যৱস্থা প্রায় সম্পূর্ণ ।

পিছে তাৰ পৰা আৰু মাত্র ২০ মিটাৰ আগলৈ আহিলেই গণেশগুৰি উৰণীয়া সেতু । এতিয়া প্রশ্ন হল— গণেশগুৰিৰ দৰে মহানগৰীৰ অন্যতম ব্যস্ত অঞ্চলটোত ৰাজহুৱা শৌচাগাৰ নথকাৰ ফলত সাধাৰণ ৰাইজে গণেশগুৰিৰ উৰণীয়া সেতুৰ তলতেই মুকলিকৈ মল-মূত্র ত্যাগ কৰি আহিছে। গণেশগুৰি উৰণীয়া সেতুৰ তলত এক মিনিট সময় ৰৈ থকা প্রতিজন ব্যক্তিয়ে জানে অঞ্চলটোত দুর্গন্ধই কি পৰিৱেশ সৃষ্টি কৰি আহিছে ।

এনে পৰিপ্ৰেক্ষিতত সকলােৰে মনত উৎসুকতা বাঢ়িছে যে ডিভাইডাৰত ৰং সানিলেই মহানগৰীৰ প্রকৃত কদর্য ৰূপ হেৰাই যাব নে ? দেশৰ ৰাষ্ট্ৰপতিৰ আগমনক লৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু গড়কাপ্টানী পথসমূহৰ গছ-গছনি, বিজুলী বাতি আৰু ষ্ট্রীট লাইটৰ পােষ্টসমূহতহে ৰং বােলাইছে তেনে নহয়, পথৰ ঠায়ে ঠায়ে থকা সৰু-ডাঙৰ সকলাে গাঁত ইমূৰৰ পৰা সিমূৰলৈ সমান কৰি আহিছে ।

প্রশাসনৰ এনে তৎপৰতা দেখি জালুকবাৰী অট’ ষ্টেণ্ডৰ এজন অট’চালক ৰমেন তালুকদাৰে কয়, ‘আমি মনে-প্রাণে প্রার্থনা কৰিছাে, ৰাজ্যৰ ৰাজধানী গুৱাহাটী চহৰখনক চিৰ যৌৱনা কৰি ৰাখিবলৈ প্রতি মাহতে ৰাষ্ট্রপতি, উপ-ৰাষ্ট্রপতি, প্রধানমন্ত্রী অথবা আন আন দেশৰ মুৰব্বীৰ আগমন হওক।

এই আগমন মহানগৰীতে সীমাবদ্ধ নহৈ ৰাজ্যৰ আন আন ঠাইলৈ সম্প্রসাৰণ হওক। সকলােৰে সম উন্নয়ন হ’ব ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamHimanta Biswa SarmaRAM NATH KOVIND
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d