Kaziranga Nation Park : কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্রোপদী মুর্মু

PTI06 21 2022 000450B

Kaziranga Nation Park :

ছয় এপ্ৰিলত কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্রোপদী মুর্মু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই জনালে এই কথা ।

তথ্য অনুসৰি ছয় আৰু সাত এপ্ৰিলত কাজিৰঙাত আয়োজন হ’বলগীয়া গজ মহোৎসৱত অংশ ল’ব ৰাষ্ট্ৰপতিগৰাকীয়ে।

তাৰ লগতে , জীপ আৰু হাতী ছাফাৰী কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ উপভোগ কৰিব দ্রোপদী মুর্মুয়ে।

Exit mobile version