Horoscope: দিনটোৰ ৰাশিফল
মেষ : কর্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব। বহুদিনৰ পাছত পুৰণি কোনো বন্ধুৰ লগ পাব পাৰে। যানবাহন আদিৰ পৰাৰ শৰীৰত আঘাতপোৱাৰ সম্ভাৱনা আছে। গতিকে সতর্কতা অৱলম্বন কৰিব। ক্ৰীম শুভ ৰং। শুভ সংখ্যা ২।
বৃষ : আর্থিক ব্যৱসায় উন্নতিৰ থাকিব। সম্পাদ লাভৰ যোগ দেখা যায় শৰীৰ স্বাস্থ্যৰ কাৰণে চিন্তা থাকিব। আত্মীয় বিয়োগৰ সংবাদ পাব পাৰে। আকস্মিক ভাবে ঘৰুৱা অশান্তি দেখা দিব পাৰে। সাদা শুভ ৰং । শুভ সংখ্যা ৪।
মিথুন : বাস্তৱ চিন্তাধাৰা কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰিলে শুভ ফল আশা কৰিব পাৰে। দিনটোত শুভ সংবাদ প্রাপ্তিৰ যোগ আছে। শিক্ষকতাৰ লগত জড়িত ব্যক্তি সকলোৰ সুনাম বৃদ্ধিৰ যোগ। কমলা ৰং শুভ। শুভ সংখ্যা ৩।
কর্কট : দিনটোত বিভিন্ন যোগাযোগ বহুলাংশ সফল হোৱা আশা আছে।। শৰীৰ ভাল। প্রেম এবং দাম্পত্য হোৱা বিৰোধ। নীলা ৰং শুভ। শুভ সংখ্যা ৫।
সিংহ : সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব। পাৰিবাৰীক সমস্যা বৃদ্ধি পাব ৷ শত্রু দমন হ’ব। দিনটোত কোনো সাহসী পদক্ষেপ ল’ব পাৰে। ভ্ৰমণত সাফল্য আৰু অৰ্থপ্রাপ্তিৰ যো-জা অৰ্থকাৰী যোগ। সিংহ ৰাশি জাতক জাতিকাই আজি বগা ফুলৰ আৰু ৰঙা চন্দ্ৰনে শিৱৰ পূজা চৰণ কৰিব ।
কন্যা : কর্মক্ষেত্ৰত বিনা দোষত সন্মান হানিৰ যোগ, উত্তৰোধিকাৰ সূত্ৰে ধন সম্পদ প্রাপ্তিৰ যোগ। কিবা বিষয়লৈ পিতৃৰ লগত মতবিৰোধ হ’ব পাৰে৷ যোগাযোগ শুভ ফল। ভ্ৰমণ হ’ব পাৰে। গেৰুৱা শুভ ৰং। শুভ সংখ্যা ৭।
তুলা : বিদ্যাত কঠোৰ পৰিশ্ৰম অধ্যয়ন প্রয়োজন আছে। আর্থিক ভাল। প্ৰাপ্য ধন আদায় হ’ব পাৰে। ভ্ৰমণত শুভ। শুভ ক’লা ৰং। শুভ সংখ্যা ৬।
বৃশ্চিক : পৰিকল্পনা মাফিক অগ্ৰসৰ হোৱাৰ কাৰকতা দেখা যায়। কোনো কথা বা কাৰণে মন ভাৰাক্ৰান্ত হ’ব পাৰে। দিনটোতে অনাবশ্যক খৰচ বৃদ্ধি পাব ৷ নীলা শুভ ৰং। শুভ সংখ্যা ১১।
ধনু : কিছু যোগাযোগ সফল হোৱা আশা আছে। দিনটো একপ্ৰকাৰ উন্নত দেখা যায়। দূৰ ভ্ৰমণ যোগ বিদ্যামান। বিদ্যাতে বাধা। হলুদ শুভ ৰং । শুভ সংখ্যা ৯।
মকৰ : বিদেশ ভ্রমণ সফল হোৱাৰ যোগ বিদ্যমান। কর্মে ভাল সম্ভাব্য ক্ষেত্র বদলি যোগ বিদ্যামান। বিবাহৰ বিষয় শুভ। সাদা শুভ ৰং । শুভ সংখ্যা ৮
কুম্ভ : বিদ্যাতে মনোযোগ বৃদ্ধি কৰা উচিত। কোনো যোগাযোগ থাকিবনে অন্যথা দুষ্ট সংগ বিপদ সৃষ্টি কৰে। সোণালী শুভ ৰং। শুভ সংখ্যা সতর্ক
মীন : আর্থিক বৃদ্ধি যোগ। চিকিৎসাৰ কাৰণে খৰচ বৃদ্ধি। অবান্তৰ কথাৰ গুৰুত্ব দেখা ভাল। ভ্রমণ সাৱধানে থাকিব। ক’লা শুভ ৰং । শুভ সংখ্যা ১।