Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Bjp Pressmeet :জনতাই জনার্দন,নৰৰূপী নাৰায়ণৰ সেৱাত বিজেপি: ভৱেশ কলিতা

publisher by publisher
March 17, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Assam Bjp Pressmeet :জনতাই জনার্দন,নৰৰূপী নাৰায়ণৰ সেৱাত বিজেপি: ভৱেশ কলিতা
13
SHARES
131
VIEWS
ShareShareShareShare

Assam Bjp Pressmeet:

অসমৰ জাতি-জনগোষ্ঠীৰ সম বিকাশ আৰু সম উন্নয়নৰ তথা ৰাইজৰ আশা-আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে অসম বিধানসভাৰ সদনৰ মজিয়াত বিত্তমন্ত্রী অজন্তা নেওগে ২০২৩-২৪ বৰ্ষৰ ৰাজ্য চৰকাৰে বাজেট দাখিল কৰে।

ADVERTISEMENT

উক্ত বাজেটক সমর্থন জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই আজি দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে।

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

সংবাদমেলত কলিতাই বাজেটক আদৰণি জনাই ক “জনতাই জনার্দন, নৰৰূপী নাৰায়ণৰ সেৱাত বিজেপি” এই মূল মন্ত্ৰৰে ২০২৩-২৪ বৰ্ষৰ জনমুখী বাজেটে সমাজৰ সকলো স্তৰৰ ৰাইজৰ আশা-আকাংক্ষাক সামৰি লৈছে।

অনাগত দিনত ৰাজ্যৰ ৩ কোটি ৪৫ লাখ ব্যক্তিৰ আশা-আকাংক্ষাক সফলভাবে বাস্তৱৰূপ প্ৰদান কৰিবলৈ এই বাজেটে এক শক্তিশালী – গতিশীল ভূমিকা গ্ৰহণ কৰিব।

বাজেটত গ্ৰহণ কৰা অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ১২৫০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি, মুখ্যমন্ত্রী লঘু উদ্যোগ আঁচনি, মুখ্যমন্ত্রী এম এছ এম ই গাণ ৰেহাই আচনি, প্ৰতিখন নগৰ অঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নীতকৰণৰ বাবে ৩০০০ কিলোমিটাৰ নতুন পথ নির্মাণ, স্বাস্থ্য সেৱা দ্ৰুত উন্নয়ন, মহিলা সৱলীকৰণৰ বাবে পদক্ষেপ, প্রজ্ঞান ভাৰতী আচনি, চাহ জনজাতিৰ কল্যাণৰ বাবে লোৱা পদক্ষেপ সমূহে নিশ্চিতভাৱে ৰাজ্যৰ সকলো জনসাধাৰণক উপকৃত কৰিব।

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰখনে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে যি মহান উদ্দেশ্য আগত লৈ নিৰন্তৰে কৰ্মৰাজি চলাই আহিছে তাবেই এক গুৰুত্বপূৰ্ণ দিশ প্ৰতিফলিত হৈছে। ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয়, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটখনে অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান প্ৰদান কৰিব বুলি দৃঢ়বিশ্বাসী।

অসমবাসীক এখন সর্বাঙ্গসুন্দৰ বাজেট উপহাৰ দিয়াৰ বাবে ৰাজ্যিক সভাপতি গৰাকীয়ে আজি সংবাদ মেলৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্রী অজন্তা নেওগক ধন্যবাদ জনায়। বাজট খনক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ উদ্দেশ্য অনাগত সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ সকলে নিজ নিজ সমষ্টিত সংবাদ মেল সম্বোধন কৰিব।

আনহাতে ৰাজ্যিক মুখপাত্র, পেনেলিষ্ট সকলে ৩৯ সাংগঠনিক জিলাতে জিলা সভাপতিৰ উপস্থিতিত মণ্ডল আৰু বুথ পৰ্যায়ত বাজেট সন্দৰ্ভত দলীয় কৰ্মী সকলৰ সৈতে চৰ্চা কৰিব বুলি ভবেশ কলিতাই  মন্তব্য প্রকাশ কৰে।

ৰাজ্যিক বিজেপিৰ অনাগত কাৰ্যসূচীৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি কলিতাই কয় যে অহা ৬ এপ্ৰিলত সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিবস আয়োজন কৰা হ’ব।

তদুপলক্ষে দলৰ বুথ সভাপতিৰ পৰা আৰম্ভ কৰি শক্তিকেন্দ্র আহ্বায়ক, মণ্ডল, জিলা তথ্য ৰাজ্যিকৰ সমূহ বিষয়-বৰীয়া, কার্যনির্বাহক সদস্য তথ্য মৰ্চাৰ বিষয়ববীয়াসকলে নিজ নিজ বাসগৃহত দলীয় পতাকা উত্তোলন কৰিব।

আনহাতে দলৰ ৪৪ সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে প্ৰতিটো বুথৰ বিভিন্ন স্থানত সৰ্বমুঠ ৪৪ জোপা গছপুলি ৰোপণ কৰিব।

একেদৰে অহা ৩০ এপ্রিলত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাতে’ ১০০ টা খণ্ড সম্পূৰ্ণ কৰিব। দলৰ প্ৰতিটো বুথতে উক্ত অনুষ্ঠান আড়ম্বৰপূৰ্ণভাবে আয়োজন কৰা হ’ব।

আজিৰ সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখপাত্র পংকজ বৰবৰাৰ লগতে সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing Bhabesh KalitaAssam BJPGuwahatiPressmeet
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d