Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

‘বিজেপি কর্মীসকল দেশৰ স্বপ্নৰ প্রতিনিধি’, দলৰ ৪২তম প্রতিষ্ঠা দিৱসত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

publisher by publisher
April 6, 2022
in India, News
Reading Time: 1 min read
0
‘বিজেপি কর্মীসকল দেশৰ স্বপ্নৰ প্রতিনিধি’, দলৰ ৪২তম প্রতিষ্ঠা দিৱসত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

বিজেপিৰ (BJP) ৪২তম প্রতিষ্ঠা দিৱস উপলক্ষে বক্তব্য ৰখাৰ সময়ত নিজকে এজন সাধাৰণ বিজেপি কর্মী বুলি দাবী কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (PM Modi) । লগতে প্ৰত্যক্ষভাৱে নাম নোলোৱাকৈ কংগ্রেছক কটাক্ষ কৰিলে ‘পৰিয়ালবাদী পার্টি’ বুলি । দাবী কৰিলে, কংগ্রেছৰ দৰে দলে দেশৰ স’তে বিশ্বাসঘাতকতা কৰিছে । লগতে জনায় যে, বিজেপিয়ে ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ মন্ত্রৰে দেশক আগুৱাই লৈ যাব বিচাৰে ।

ADVERTISEMENT

বুধবাৰে মোদীৰ ভাষণ ভিডিঅ’ত চাইছে অগণন বিজেপিৰ নেতা-কর্মীয়ে । আজি তেওঁ কয়, “দেশত এতিয়া দুই ধৰণৰ ৰাজনীতি হৈছে । এটা পৰিয়ালবাদ, আনটো ৰাষ্ট্রবাদ । দেশত কেইটামান ৰাজনৈতিক দল আছে যিয়ে পৰিয়ালবাদৰ বাবে কাম কৰে । বিজেপিয়ে পৰিয়ালবাদসকলৰ বিৰুদ্ধে সৰৱ হৈ তাক নির্বাচনৰ ইছ্যু সৃষ্টি কৰিছে । এতিয়া দেশৰ মানুহে জনাওক, পৰিয়ালবাদী চৰকাৰ গণতন্ত্রত শত্রু । তেওঁলোকে সংবিধানৰ একো বুজি নাপায় ।”

লগতে নিজকে সাধাৰণ বিজেপি কর্মী বুলিও উল্লেখ কৰে প্রধানমন্ত্রীয়ে । তেওঁ কয়, “বিজেপিয়ে দেশৰ কাম কৰে । ম‌ইয়ো এজন সাধাৰণ কর্মীৰ দৰেই পৰিশ্রম কৰিব বিচাৰো । সকলোৰে পৰিশ্রমতেই উন্নতি হ’ব দেশৰ ।”

তেওঁ পুনৰ কয়, “বিজেপি কর্মীসকল দেশৰ স্বপ্নৰ প্রতিনিধি । এইটো তেওঁলোকৰ কর্তব্য পালনৰ সময় । দেশ সলনি হৈছে । দেশ আগুৱাই গৈছে । কাশ্মীৰৰ পৰা কন্যাকুমাৰী, কচ্ছৰ পৰা কোহিমা পর্যন্ত বিজেপিয়ে এক ভাৰত, শ্রেষ্ঠ ভাৰতৰ নীতিকেই আগুৱাই নি আছে ।”

ইপিনে ৰাছিয়া-ইউক্রেইন যুদ্ধৰ প্রসংগ‌ও উত্থাপন হৈছে প্ৰধানমন্ত্ৰী মোদীৰ মুখত । তেওঁ জনায়, বিশ্বৰ চাপত শিৰ নত নকৰি দেশৰ স্বার্থৰ কথা ভাবিয়ে ভাৰতে এই বিষয়ত স্বাধীন অৱস্থান গ্ৰহণ কৰিছে ।

বিজেপিৰ প্রতিষ্ঠা দিৱস লক্ষ্ণৌৰ পার্টিৰ কাৰ্যালয়ত পালিত হৈছে । সেই অনুষ্ঠানত যোগ দিয়ে যোগী আদিত্যনাথে । দেশজুৰি পালন কৰা হৈছে বিজেপিৰ প্রতিষ্ঠা দিৱস । এইবাৰেই প্রথম প্রতিষ্ঠা দিৱসত শোভাযাত্রা উলিওৱা হ’ব । কোৱা হৈছে, সৰুৰ পৰা ডাঙৰ, বহু বিজেপি নেতাই অংশ ল’ব এই শোভাযাত্রাত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPNarendra Modi
publisher

publisher

Related Posts

অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান
Assam

September 11, 2026
ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন
India

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

September 11, 2026
ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী
India

ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

September 11, 2026
বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি
Assam

বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

September 11, 2026
যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা
International

যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

September 11, 2026
টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d