Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Budget 2023-24: বিধানসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ৰাজ্যিক বাজেট

বিত্ত মন্ত্ৰীগৰাকীৰ দ্বিতীয় খন পূৰ্ণাংগ বাজেট

publisher by publisher
March 16, 2023
in Assam, India, News
Reading Time: 5 mins read
0
Assam Budget 2023-24: বিধানসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ৰাজ্যিক বাজেট
14
SHARES
143
VIEWS
ShareShareShareShare

RelatedPosts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

Vishwakarma Puja Celebration:আজি বিশ্বখনিকৰ বিশ্বকর্মা পূজা

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

Assam Budget 2023-24:

আজি অসম বিধানসভাৰ পঞ্চম দিনটোত সদনত বিত্তমন্ত্রী অজন্তা নেওগে আজি দাখিল কৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট। এই বাজেটখন একত্ৰীকৰণ আৰু সম্প্ৰসাৰণ বিষয়ক বাজেট বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে।

ADVERTISEMENT

চৰকাৰৰ অবিৰত প্ৰচেষ্টাৰ ফলস্বৰূপে ৰাজ্যখনৰ অৱস্থাৰ উল্লেখযোগ্যভাৱে উন্নতি ঘটিছে বুলি বাজেট ভাষণত উল্লেখ। মুঠ ঘৰুৱা উৎপাদন- ৫.৫০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে ২০২৩–২৪ বৰ্ষত এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে।

ব্যয়ৰ ক্ষেত্ৰত বিগত বৰ্ষত এক লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰা বুলি উল্লেখ কৰি এই বৰ্ষত অর্থাৎ ২০২২-২৩ বৰ্ষত অধিক ব্যয় কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে বাজেট ভাষণত ।

বিত্তমন্ত্ৰী গৰাকীৰ ভাষ্য অনুসৰি ৰাজ্যত বৃদ্ধি পাইছে জনমূৰি আয় । বৰ্তমান ৰাজ্যৰ জমা আৰু ঋণৰ অনুপাত ৫৭.৫ শতাংশলৈ বৃদ্ধি হোৱা বুলিও উল্লেখ কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ।

কিন্তু এই সকলোৰে মাজত বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ নকৰা বিষয়টি হ’ল ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পায় অহা জনমূৰি ঋণৰ পৰিমাণ । ৰাজ্যৰ প্ৰতিজন লোকৰ মূৰত আছে ৩৮ হেজাৰ টকাৰ ঋণ । ১৪ মাৰ্চ, ২০২৩ লৈ ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ’ল ১ লাখ ৩১ হাজাৰ ২৭৩ কোটি টকা ।

বিত্তমন্ত্ৰী গৰাকীৰ পূৰ্বৰ ভাষ্য অনুসৰিয়েই, ২০২২ বৰ্ষৰ মে’ মাহৰ পৰা নৱেম্বৰ মাহলৈ কেৱল ৮ মাহতেই ৰাজ্য চৰকাৰে ১৯ হাজাৰ ৩৫৩ কোটি টকা ঋণ লৈছিল ।

মনকৰিবলগীয়া যে,অজন্তা নেওগে দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাজ্যৰ বাজেটত একত্ৰীকৃত নিধিত মুঠ ১৩৯৪৪৩.৮৮ কোটি টকাৰ প্ৰাপ্তিৰ প্ৰদৰ্শন কৰা হৈছে।

ইয়াৰে ১১৪০৮৪.৬৯ কোটি টকা ৰাজহ শিতানত আৰু বাকী ধন ২৫৩৫৯.১৯ কোটি টকা মূলধনী শিতানৰ। বিভিন্ন উৎসৰ পৰা অহা একত্ৰীকৃত নিধিৰ আনুমানিক প্ৰাপ্তিৰ তালিকা অনুসৰি ৰাজ্যিক কৰৰ পৰা ৩০০০১.৬৬ কৰহীন ৰাজহ, ৭০১০.৮৪ কোটি টকা কেন্দ্ৰীয় চৰকাৰে দিয়া ৰাজহ, ৩১৯৫০.৮৯ কোটি টকা কেন্দ্ৰীয় চৰকাৰে পৃষ্ঠপোষকতা কৰা আঁচনিৰ বাবত ৩১১৩০.৪৮ কোটি টকা বিত্তীয় আয়োগৰ অনুদান, ১০১৮৬.৩৯ কোটি টকা।

বাজেটখনত মুল বিষয় কেইটামান সন্নিৱিষ্ট কৰা হৈছে ৷ উজ্জীৱিত অসমৰ ভেটি নিৰ্মাণৰ লক্ষ্য বাজেটত। দৰিদ্ৰতা, নিবনুৱা সমস্যা দূৰ কৰাৰ লক্ষ্য বাজেটত।

মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৫.৫ লাখ কোটিৰ সীমা অতিক্ৰমৰ লক্ষ্য। চলিত বৰ্ষত ১০ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ লক্ষ্য। নিষ্পত্তি নোহোৱা গোচৰৰ বাবে সদ্ভাৱনা অভিযান আৰম্ভ।

বিত্তমন্ত্ৰীয়ে কয়,চৰকাৰী চাকৰিত এক লাখ নিযুক্তি প্ৰতিশ্ৰুতিৰে চৰকাৰে প্ৰাৰম্ভিক পদক্ষেপ হিচাপে ইতিমধ্যে ২০২১ চনৰ ১০ মে’ৰ পৰা চৰকাৰী খণ্ডত ৪১,৯২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে।

ইয়াৰ উপৰি চৰকাৰে আৰু ৪০ হাজাৰ চাকৰিত নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। শীঘ্ৰে এই পর্যায়ো সমাপ্ত হ’ব ৷ মে’ মাহত দিয়া হ’ব ৪০ হেজাৰ নতুন নিযুক্তি ৷

আনহাতে স্বাস্থ্য খণ্ড ব্যাপক অগ্ৰগতিৰ দিশত আগবঢ়াই নিয়াৰ লক্ষ্যৰে ৰেচন কাৰ্ড থকা প্ৰায় ২৭ লাখ লোকে ৫ লাখকৈ নগদবিহীন বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰাৰ বিষয়ে বাজেট খনত উল্লেখ কৰিছে মন্ত্ৰী গৰাকীয়ে একেদৰে
ৰাজ্য চৰকাৰে ২০২৬ চনৰ ভিতৰত অসমক উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা সেৱাৰ হাব হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে।

ইতিমধ্যে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য শেষ পর্যায়ত উপনীত হোৱাৰ লগতে চৰাইদেউ আৰু বিশ্বনাথত দুখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম আৰম্ভ হৈছে ।

তামুলপুৰ, ধেমাজি, গোলাঘাট, বঙাইগাঁও আৰু মৰিগাঁৱত ৫খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। গুৱাহাটীত স্বাস্থ্য ভৱন নিৰ্মাণৰ কাম হাতত লোৱা হৈছে ।

বাজেট খনত শিক্ষা খণ্ড সম্পৰ্কত বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ২১৪খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে আৰু আন ৭১৬খন বিদ্যালয়কো উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

তিনি বছৰীয়া অংগনৱাড়ী শিক্ষাক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ দুবছৰীয়া পাঠ্যক্ৰমৰ সৈতে সংমিশ্ৰিত কৰি পাঁচ শ্ৰেণীৰ বুনিয়াদী শিক্ষা হিচাপে নামকৰণ কৰাত অনুমোদন চৰকাৰৰ ১১৯খন আদর্শ বিদ্যালয় স্থাপনৰ বাবে ব্যৱস্থা হাতত লৈছে চৰকাৰে।

ইফালে, মঙলদৈত ১০১৬ কোটি টকাৰ প্ৰকল্প ব্যয়েৰে দক্ষতা বিশ্ববিদ্যালয়ৰ কাম চলি আছে বুলিও উল্লেখ কৰে অজন্তা নেওগে।

পলকতে বাজেট খনৰ কিছু কিয়দাংশ :
আত্মসহায়ক গোট সমূহৰ প্ৰতিগৰাকী মহিলা সদস্যৰ একাউণ্টলৈ দিয়া হ’ব এহেজাৰ টকা ৷ অৰুণোদয় আঁচনিৰ ধন ১৪০০ টকালৈ বৃদ্ধি ৷
অৰুণোদয় ২.০ত ১০ লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া চলি আছে ৷ ১৭ লাখৰ পৰা হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পাব ২৭.৫ লাখলৈ ৷ আঁচনিখনৰ বাবত বাজেটত ধাৰ্য ৩,৪২০ কোটি টকা ৷

কৃষি আয়কৰ ৰেহাই দি অহা তিনিবৰ্ষলৈ কৃষি আইকৰ ৰেহাই ৷

বাল্য বিবাহ সম্পৰ্ক বাজেটত উল্লেখ কৰা হৈছে প্ৰতি ছমাহৰ মুৰে মুৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব ৷২০২৬ ৰ ভিতৰত বাল্যবিবাহ বিহীন অসম গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে ৷

ৰাজ্যৰ শতবৰ্ষ গৰকা নামঘৰ,মন্দিৰ,মছজিদ,গীৰ্জা আৰু গুৰুদ্বাৰলৈ চৰকাৰে আগবঢ়াব ১৫ লাখ টকাৰ অনুদান ৷
অৰুণোদয় হিতাধিকাৰী সকলে চলিত বৰ্ষৰ শেষৰ ফালে লাভ কৰিছে ১৪০০ টকা ৷

ৰাজ্যৰ যুৱক- যৱতীৰ বাবে এটা ভাল খবৰ ৷ এই বৰ্ষৰ মাজ মাহত ৪০ হেজাৰ চাকৰিৰ বিজ্ঞাপন দিব চৰকাৰে ৷
নিবনুৱালৈ স্ব-নিয়োজনৰ বাবে বৃহৎ প্ৰস্তাৱ ৷

১লাখ যুৱক-যুৱতীলৈ ২লাখ টকাৰ এককালীন সাহাৰ্য ৷ ২লাখ নিৱনুৱাৰ বাবে তিনি বছৰত বিনিয়োগ কৰা হ’ব ৫০০০ কোটি টকা ৷
স্ব-নিয়োজনৰ এই বৃহৎ আঁচনিৰ বাবে ১০০০ কোটি আবন্টন বাজেটত ৷ বৈদ্যুতিক বাহনৰ গৰাকীয়ে পাব পঞ্জীয়ন মাচুল ৰেহাই  ৷ ২ শতাংশ ৰেহাই পাব যান-বাহননৰ কৰ  ৷

 ৫০০ খন উচ্চ মাধ্যমিক বিদ্যালয়ক দিব এক কোটি টকাকৈ ৷ চৰকাৰী আৰু প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল ৷

ৰাজ্যৰ আঠ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা বাজেটত ৷ মহাবিদ্যালয় কেইখন হ’ল নগাঁও মহাবিদ্যালয়,শিৱসাগৰ মহাবিদ্যালয়, গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়,কোকোৰাঝাৰ চৰকাৰী মহাবিদ্যালয়,বঙাইগাঁও মহাবিদ্যালয়,যোৰহাট জে বি মহাবিদ্যালয়,উত্তৰ লখিমপুৰ মহাবিদ্যালয়,শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয় ৷ উল্লেখ্য যে গহপুৰতো হ’ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam AssemblyAssam Budget 2023-24DispurFinance Minister Ajanta Neug
publisher

publisher

Related Posts

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d