Human Rights Commission Member Selection Committee Meeting:জনতা ভৱনত অসম মানৱ অধিকাৰ আয়োগৰ সদস্য বাছনি সমিতিৰ বৈঠক

মুখ্যমন্ত্ৰী,বিধানসভাৰ অধ্যক্ষ আৰু বিৰোধী দলপতিৰ অংশগ্ৰহণ

WhatsApp Image 2023 03 18 at 17.34.51

Human Rights Commission Member Selection Committee Meeting:

জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাগৃহত শনিবাৰে অসম মানৱ অধিকাৰ আয়োগৰ সদস্য(ন্যায়িক আৰু অ-ন্যায়িক) বাছনি সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ কেইবা গৰাকী জ্যেষ্ঠ বিষয়া উপস্থিতিত অনুষ্ঠিত বৈঠকত অসম মানৱ অধিকাৰ আয়োগৰ সদস্য পদ সমূহৰ বাবে নাম চূড়ান্ত কৰিবলৈ বাছনি প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলো প্ৰাসংগিক বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

Exit mobile version