kamakhy Mandir Nabarati :কামাখ্যা দেৱালয়ত বুধবাৰৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি

লোকে লোকাৰণ্য হৈ পৰিছে মন্দিৰ চৌহদ

WhatsApp Image 2023 03 23 at 21.12.20

kamakhy Mandir Nabarati :

নীলাচল পাহাৰৰ বুকুত থকা ঐতিহ্যমণ্ডিত কামাখ্যা দেৱালয়ত বুধবাৰৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি

বুধবাৰৰ পৰা আৰম্ভ হোৱা নৱৰাত্ৰি উপলক্ষে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে কামাখ্যা মন্দিৰ । মাৰ আশীষ ল’বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তই ভিৰ কৰিছে শক্তিপীঠ কামাখ্যাত ।

নৱৰাত্ৰিৰ আজি দ্বিতীয় দিনাও কেইবা সহস্ৰাধিক ভক্তৱান ৰাইজৰ সমাগম হয় ৷ উল্লেখ্য যে,মহানগৰীৰ নীলাচল পাহাৰস্থিত কামাখ্যা মন্দিৰ হৈছে দেশৰ ৫১খন শক্তিপীঠৰ ভিতৰত আটাইতকৈ প্ৰাচীন পীঠ।

Exit mobile version